অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

জমাৎ-উল-বিদা

জমাৎ-উল-বিদা (جمعة الوداع বিদায়ৰ শুক্ৰবাৰ, বা al-Jumu'ah al-Yateemah الجمعة اليتيمة বা the orphaned Friday উৰ্দু: বা অল-বিদা জুম্মা) হৈছে ঈদুল ফিতৰ পূৰ্বে ৰমজান (পঞ্জিকা মাহ) মাহৰ শেষ শুক্ৰবাৰ।

হালনাগাদ: ২০ অক্টোবৰ ২০২৩ ১৪৬ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

জমাৎ-উল-বিদা (جمعة الوداع বিদায়ৰ শুক্ৰবাৰ, বা al-Jumu'ah al-Yateemah الجمعة اليتيمة বা the orphaned Friday উৰ্দু ভাষা: বা অল-বিদা জুম্মা) হৈছে ঈদ-উল-ফিটৰ পূৰ্বে ৰমজান মাহৰ শেষ শুক্ৰবাৰ।

ব্যুৎপত্তি

উৰ্দু ভাষাৰ 'জুমা' বা 'জুম্মা' শব্দটোৰ অৰ্থ হৈছে শুক্ৰবাৰ১আৰু 'বিদা' মানে বিদায়।

ঐতিহ্য

শুক্ৰবাৰ (জুম্মাবাৰ )এনে এটি দিন, যিদিনা মুছলমান সম্প্ৰদায়ৰ পুৰুষ সকলে দিনটোৰ মধ্য ভাগত প্ৰাৰ্থনাৰ বাবে ধৰ্মীয় অনুষ্ঠান মছজিদ নাইবা কোনো এক বিশেষ স্থানত একত্ৰিত হয়। মহিলা সকলেও এই প্ৰাৰ্থনাত অংশগ্ৰহণ কৰিব পাৰে কিন্তু তেওঁলোকৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধ্যবাধকতা নাই। পবিত্ৰ কোৰানত (পাঠ নং ৬২, অধ্যায় নং ৯ ত) স্পষ্টকৈ কৈছে যে- তোমালোক যিয়ে বিশ্বাস কৰা! যেতিয়া আল্লাহক স্মৰণ কৰি শুক্ৰবাৰৰ প্ৰাৰ্থনাৰ আহ্বান (আজান ) দিয়া হয়, সকলো কাম তথা ব্যৱসায় পেলায় ততাতৈয়াকৈ যোৱাহঁক, সেইটোৱেই হৈছে তোমালোকৰ অত্যোত্তম।২

ইছলাম ধৰ্মত শুক্ৰবাৰ দিনক বিশেষ দিন বুলি ঘোষণা কৰা নাই যদিও ইছলাম ধৰ্মীয় লোক সকলে ৰমজান মাহৰ শুক্ৰবাৰক দ্বিতীয় পবিত্ৰতম দিন আৰু বছৰৰ অন্যতম গুৰুত্বপূৰ্ণ দিন হিচাপে বিবেচনা কৰে।

তথ্যসূত্ৰ

  1. ↑ Urdupoint.com
  2. ↑ 62:9 Quran Surah Al-Jumu'a ( Verse 9 )

সম্পৰ্কিত শ্ৰেণী

ইছলাম ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জমাৎ-উল-বিদা” প্ৰবন্ধৰ সংশোধন ৩৮৮১৩৩ (২০ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।