অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

জয়পুৰ সংৰক্ষিত বনাঞ্চল, ডিব্ৰুগড়

জয়পুৰ সংৰক্ষিত বনাঞ্চল হৈছে অসমৰ ডিব্ৰুগড় জিলাৰ এখন বৰ্ষাৰণ্য। এই বনাঞ্চলখন 'পূবৰ আমাজান' (The Amazon of the east) খ্যাত দিহিং পাটকাই অভয়াৰণ্যৰ অন্তৰ্গত।

হালনাগাদ: ১৪ জুলাই ২০২৫ ২৩ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

জয়পুৰ সংৰক্ষিত বনাঞ্চল হৈছে অসমৰ ডিব্ৰুগড় জিলাৰ এখন বৰ্ষাৰণ্য। এই বনাঞ্চলখন 'পূবৰ আমাজান' (The Amazon of the east) খ্যাত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ১ অন্তৰ্গত।

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়পুৰ সংৰক্ষিত বনাঞ্চল, ডিব্ৰুগড়” প্ৰবন্ধৰ সংশোধন ৫২৪০০৮ (১৪ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।