অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জয়ন্ত বসুমতাৰী

বসুমতাৰী এজন ভাৰতীয় ৰাজনীতিবিদ আৰু অসমৰ য়ুনাইটেড পিপলছ পাৰ্টী লিবাৰেলৰ সদস্য। তেওঁ ২০২১ চনত ছিদলী বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। ২০২৪-ত তেওঁ কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা সাধাৰণ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। তেওঁ ২০২৪-ত ইউপিপিএলৰ টিকটত কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা জয়লাভ কৰে।

হালনাগাদ: ৩০ জানুৱাৰী ২০২৬ ৪২ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

বসুমতাৰী এজন ভাৰতীয় ৰাজনীতিবিদ আৰু অসমৰ য়ুনাইটেড পিপলছ পাৰ্টী লিবাৰেলৰ সদস্য।১২ তেওঁ ২০২১ চনত ছিদলী বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।৩ ২০২৪-ত তেওঁ কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা সাধাৰণ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। তেওঁ ২০২৪-ত ইউপিপিএলৰ টিকটত কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা জয়লাভ কৰে।

তথ্যসূত্ৰ

  1. ↑ Joyanta Basumatary Election Affidavit. ভাৰতৰ নিৰ্বাচন আয়োগ
  2. ↑ Joyanta Basumatary is a United People's Party Liberal candidate Kalaigaon. News18
  3. ↑ Assam Assembly Election Candidate Joyanta Basumatary. NDTV

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়ন্ত বসুমতাৰী” প্ৰবন্ধৰ সংশোধন ৫৭২৫৬৮ (৩০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।