অ–ক্ষ সূচী
বৰ্ণানুক্ৰমে সকলো প্ৰবন্ধ। এটা আখৰ বাছক।
ত ৪৫৮ প্ৰবন্ধ
- তিৱা জনগোষ্ঠীতিৱা অসমৰ এটি খিলঞ্জীয়া জনগোষ্ঠী, যাৰ ভাষিক উৎস চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ মান-তিব্বতীয…
- তিৱা স্বায়ত্বশাসিত পৰিষদতিৱা স্বায়ত্বশাসিত পৰিষদ (তিৱাশ্বং) ভাৰতৰ অসম ৰাজ্যৰ তিৱা জনগোষ্ঠীৰ কল্যাণ আৰু সুৰক্ষাৰ ব…
- তীক্ষ্ণদন্তী প্ৰাণীতীক্ষ্ণদন্তী প্ৰাণী (Rodent) বুলিলে এন্দুৰ জাতীয় স্তন্যপায়ী প্ৰাণীৰ এটা বৃহৎ দলকে বুজায়…
- তীখাতীখা বা ইস্পাত হৈছে লো আৰু কাৰ্বনৰ এক সংকৰ ধাতু। মান ভেদে ইয়াৰ মুঠ ওজনৰ ০.২% ৰ পৰা ২.১% ক…
- তীজতীজ (Teej) হৈছে ভাৰতৰ বহুতো প্ৰান্তত (মুখ্যতঃ উত্তৰ আৰু মধ্য ভাৰতত) আৰু নেপালত বিবাহিতা মহ…
- তীজান বাঈতীজান বাঈ (জন্ম ২৪ এপ্ৰিল ১৯৫৬) এগৰাকী ভাৰতীয় লোক-সংগীতৰ শিল্পী। তেওঁ ছত্তীছগঢ়ৰ বিখ্যাত …
- তীস জানুৱাৰী ৰ'ডতীস জানুৱাৰী ৰ’ড (Hindi: Tees January Marg) বা ত্ৰিশ জানুৱাৰী পথ ভাৰতৰ দিল্লী মহানগৰীৰ লুট…
- তীৰথ সিং ঠাকুৰন্যায়ধীশ তীৰথ সিং ঠাকুৰ বা টি. এছ. ঠাকুৰ (জন্ম: ৪ জানুৱাৰী ১৯৫২) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ…
- তীৰ্থ ফুকনতীৰ্থ ফুকন (ইংৰাজী: Tirth Phukan) এগৰাকী অসমীয়া অনুবাদক আৰু সাহিত্যিক। তেওঁ ২০০০ চনত ভীষ্…
- তীৰ্থনাথ শৰ্মাতীৰ্থনাথ শৰ্মা (Tirtha Nath Sharma) একাধাৰে সু-সাহিত্যিক, সফল শিক্ষাবিদ আৰু সংস্কৃতৰ বিদগ্…
- তীৰ্থেশ্বৰ হাজৰিকাতীৰ্থেশ্বৰ হাজৰিকা (Tirtheswar Hazarika; জন্ম:১৯০১-মৃত্যু:১৯৮৬) অসমৰ এগৰাকী স্বাধীনতা সংগ্…
- তু ইউইউতু ইউইউ (; জন্মঃ ৩০ ডিচেম্বৰ ১৯৩০) এগৰাকী চীনা চিকিৎসা বিজ্ঞানী, চিকিৎসা ৰসায়নবিদ আৰু প্ৰ…
- তু তু থাতু তু থা (জন্ম ২৮ আগষ্ট ১৯৭১) এজনী বাৰ্মাৰ মহিলা সাংবাদিক আৰু ঔপন্যাসিক। তেওঁৰ জন্ম হৈছিল …
- তু মাঝা সাংগাতিতু মাঝা সাংগাতি: Tu Majha Saangaati; (অনুবাদ. তুমি মোৰ সংগী) হৈছে ভাৰতীয় মাৰাঠী ভাষাৰ এখন…
- তুংখঙিয়াতুংখঙিয়া বা তিংখঙিয়া ফৈদ(ইংৰাজী ভাষা:Ting Khang Clan or Tungkhangiya ) আছিল আহোম ৰাজবংশৰ…
- তুংখুঙীয়া বুৰঞ্জীতুংখুঙীয়া বুৰঞ্জী হৈছে তুংখুঙীয়া আহোম ৰজাৰ প্ৰধানকৈ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালৰ পৰা কমলেশ্…
- তুকাৰামসন্ত তুকাৰাম ১৭শ শতিকাৰ ভাৰতৰ মহাৰাষ্ট্ৰৰ ভক্তি আন্দোলনৰ সময়ৰ হিন্দু কবি আৰু সন্ত আছিল। ত…
- তুনিছিয়াতুনিছিয়া (ইংৰাজী: Tunisia), আনুষ্ঠানিকভাৱে গণতন্ত্ৰ তুনিছিয়া, আফ্ৰিকাৰ আটাইতকৈ উত্তৰৰ দে…
- তুবা আজমুদেহটুবা আজমুদেহ (১৮৭৮–১৯৩৬) এজন ইৰাণী শিক্ষাবিদ যিয়ে ১৯০৭ চনত ইৰাণত ছোৱালীৰ বাবে প্ৰথমখন বিদ…
- তুমি মোৰ মাথোঁ মোৰতুমি মোৰ মাথোঁ মোৰ হৈছে ২০০০ চনত মুক্তি লাভ কৰা এখন ৰোমান্তিক তথা এক্সনধৰ্মী অসমীয়া চলচ্চ…
- তুমি যদি কোৱাতুমি যদি কোৱা (Tumi Jodi Kuwa) এখন অসমীয়া ভাষাৰ ৰোমাণ্টিক বোলছবি৷ এই বোলছবিখনৰ পৰিচালনা আ…
- তুম্বাডতুম্বাড (Tumbbad) হৈছে ৰাহী অনিল বৰ্ৱে পৰিচালিত, ২০১৮ চনত মুক্তিপ্ৰাপ্ত, ভাৰতীয় হিন্দী ভা…
- তুম্হাৰী ছুলুতুম্হাৰী ছুলু (Tumhari Sulu) ২০১৭ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ কমেডী-নাট্যধৰ্মী ছবি, যাৰ ৰ…
- তুলতুল বৰুৱাতুলতুল বৰুৱা (Tultul Baruah) অসমৰ প্ৰথমগৰাকী মহিলা অনাতাঁৰ শিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী…
- তুলনাত্মক সাহিত্যতুলনাত্মক সাহিত্য হৈছে এটি বিদ্যায়তনিক শৃংখলা (Discipline)। ই সাহিত্য অধ্যয়ন, বিচাৰ বা স…
- তুলনামূলক মনোবিজ্ঞানতুলনামূলক মনোবিজ্ঞানে (Comparative psychology) অ-মানৱ প্ৰাণীৰ (Non-Human Animals) আচৰণ আৰু…
- তুলসা থাপাতুলাসা থাপা (Tulasa Thapa; ১৯৭০-১৯৯৫) এগৰাকী নেপালী মহিলা আছিল। তেওঁক ১৯৮২ চনত নেপালৰ ৰাজধ…
- তুলসীতুলসী হৈছে লেমীয়াছী (Lamiaceae) পৰিয়ালৰ এবিধ সুগন্ধী ঔষধি উদ্ভিদ। ইয়াক ভাৰত উপমহাদেশীয়…
- তুলসী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। তুলসী শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে: * তুল…
- তুলসী কুমাৰতুলসী কুমাৰ দুয়া ( Tulsi Kumar Dua; জন্ম: ১৫ মাৰ্চ ১৯৮৬), সকলোৰে বাবে তুলসী কুমাৰ নামেৰে …
- তুলসী গৌড়াতুলসী গৌড়া (Tulsi Gowda) হৈছে কৰ্ণাটক ৰাজ্যৰ অন্তৰ্গত উত্তৰ কানাড়া জিলাৰ হোন্নালী গাঁৱৰ …
- তুলসী নাৰায়ণ শৰ্মাতুলসী নাৰায়ণ শৰ্মা(Tulshi Narayan Sharma; ১৮৯৯-১৯৫২)এগৰাকী সাহিত্যিক আৰু শিক্ষাবিদ আছিল। …
- তুলসী পূজন দিৱসতুলসী পূজন দিৱস (Tulsi Pujan Diwas) হৈছে এক ভাৰতীয় উৎসৱ। প্ৰতি বছৰে ২৫ ডিচেম্বৰৰ দিনা এই …
- তুলসী বিবাহতুলসী বিবাহ (Tulsi Vivah) হৈছে হিন্দুসকলৰ এক পৰম্পৰাগত উৎসৱ য'ত তুলসী পুলিটোক ঈশ্বৰৰ অংশ ব…
- তুলসী মুণ্ডাতুলসী মুণ্ডা (Tulasi Munda; জন্ম: ১৫ জুলাই ১৯৪৭) ভাৰতৰ উৰিষ্যা ৰাজ্যৰ এগৰাকী সমাজ কৰ্মী। উ…
- তুলসীদাসতুলসীদাস বা গোস্বামী তুলসীদাস হৈছে এজন হিন্দু বৈষ্ণৱ কবি। ভক্তি সাহিত্যৰ ৰামভক্তি ধাৰাৰ প্…
- তুলসীমতি মুৰুগেছানতুলসীমতি মুৰুগেছান (Thulasimathi Murugesan; জন্ম: ১১ এপ্ৰিল ২০০২) এগৰাকী ভাৰতীয় পেৰা-বেডম…
- তুলা (মাহ)ভাৰতীয় সৌৰ পঞ্জিকাৰ বাৰটা মাহৰ ভিতৰত তুলা অন্যতম। তুলা মাহৰ তুলা ৰাশিৰ সৈতে মিল আছে আৰু গ…
- তুলা আৰু তেজাতুলা আৰু তেজা (Tula and Teja) লক্ষ্মীনাথ বেজবৰুৱা ৰচিত বুঢ়ী আইৰ সাধু গ্ৰন্থৰ অন্তৰ্গত একে…
- তুলা আৰু তেজা (চলচ্চিত্ৰ)তুলা আৰু তেজা হৈছে ২০১২ চনৰ ১৩ এপ্ৰিল তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। নিৰি প্…
- তুলা আৰু তেজা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। তুলা আৰু তেজা শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰ…
- তুলাপাততুলাপাত হৈছে পুৰণি অসমত পুথি লিখাৰ এবিধ উপকৰণ।
- তুলিকা চেতিয়া য়েইনতুলিকা চেতিয়া য়েইন ( Tulika Chetia Yain ) হৈছে এগৰাকী অসমীয়া কবি। শদিয়াৰ পৰা গুৱাহাটীল…
- তুলিকা শইকীয়াতুলিকা শইকীয়া (Tulika Saikia) হৈছে এগৰাকী অসমীয়া সাহিত্যিক। ২০০৮ বৰ্ষত ‘চাৰিশাল গোসাঁনীৰ…
- তুলু ভাষাতুলু (কন্নড় লিপিত: ತುಳು (তুলু)) দ্ৰাবিড়ীয় ভাষা পৰিবাৰৰ এটি ভাষা। এই ভাষাত দুই মিলিয়ন ম…
- তুষাৰমৰুভূমি হল বৰষুণৰ কঠিন ৰূপ যি পৃথিৱীৰ বায়ুমণ্ডলত ক্ষুদ্ৰ ক্ষুদ্ৰ স্ফটিক আকাৰে বিৰাজ কৰে। …
- তুষাৰ গান্ধীতুষাৰ অৰুণ গান্ধী ( জন্ম: ১৭ জানুৱাৰী ১৯৬০) এজন ভাৰতীয় লেখক আৰু অৰুণ মনিলাল গান্ধীৰ পুত্ৰ…
- তুস্তান দুৰ্গতুস্তান (Fortress of Tustan) ৯মৰপৰা ১৬শ শতিকালৈ অস্তিত্ব থকা মধ্যযুগীয় দুৰ্গ-নগৰ আৰু শুল্…
- তুৰস্কতুৰস্ক, হৈছে পূৱ ইউৰোপৰ এখন ৰাষ্ট্ৰ। তুৰস্কৰ প্ৰায় সম্পূৰ্ণ এছিয় অংশ, পৰ্বতময় আনাতোলিয়…
- তুৰস্কৰ নাৰীতুৰস্কৰ নাৰী হ’ল তুৰস্কত বাস কৰা বা তুৰস্কৰ পৰা অহা মহিলা। ১৯৩০ চনত (১৯৩৪ চনত দেশজুৰি) স্থ…
- তুৰা লোকসভা সমষ্টিতুৰা লোকসভা সমষ্টি (Tura Lok Sabha constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ দুটা …
- তুৰা, মেঘালয়তুৰা (IPA: ˈtʊərə) হৈছে মেঘালয় ৰাজ্যৰ পশ্চিম গাৰো পাহাৰ জিলাৰ এটা পৌৰসভা। ই মেঘালয়ৰ আটাই…
- তুৰিয়া চান্দ বাস্কেতুৰিয়া চান্দ বাস্কে (Turia Chand Baskey) এগৰাকী চাঁওতালি লেখক আৰু সম্পাদক। ২০২৩ চনত তেওঁ…
- তুৰ্কমেঞ্চায়ৰ সন্ধিতুৰ্কমেঞ্চায় সন্ধি (Treaty of Turkmenchay) আছিল কাজাৰ ইৰাণ আৰু ৰাছিয়াৰ সাম্ৰাজ্যৰ মাজত হ…
- তুৰ্কমেনিস্তানতুৰ্কমেনিস্তান (তুৰ্কমেন ভাষা: Türkmenistan ত্যুৰ্কমেনিস্তান্) মধ্য এছিয়াৰ দক্ষিণ-পশ্চিম…
- তুৰ্কমেনিস্তানৰ নাৰীতুৰ্কমেনিস্তানৰ নাৰীসকলে (Women in Turkmenistan) দেশৰ জনসংখ্যাৰ ৫০.৮% অধিকাৰ কৰি আছে। সাধা…
- তুৰ্কমেনেলি ক'পাৰেশ্যন এণ্ড কালচাৰ ফাউণ্ডেশ্যনতুৰ্কমেনেলি ক'পাৰেশ্যন এণ্ড কালচাৰ ফাউণ্ডেশ্যন (ইংৰাজী: Turkmeneli Cooperation and Culture…
- তুৰ্কী উত্তৰ চাইপ্ৰাচ প্ৰজাতন্ত্ৰউত্তৰ চাইপ্ৰাচ বা আনুষ্ঠানিকভাৱে উত্তৰ চাইপ্ৰাচ তুৰ্কী গণৰাজ্য ((Turkish Republic of North…
- তুৰ্কী ভাষাতুৰ্কী ভাষা হ'ল তুৰ্কী ভাষা পৰিয়ালৰ অন্তৰ্গত ভাষাসমূহৰ ভিতৰত আটাইতকৈ বেছি প্ৰচলিত। পৃথিৱী…
- তুৰ্কী ৱিকিপিডিয়াতুৰ্কী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ তুৰ্কী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ…
- তুৰ্গা জলপ্ৰপাতপশ্চিম বংগৰ বাৰিয়াৰ অযোধ্যা পাহাৰৰ সমীপত অৱস্থিত তুৰ্গা জলপ্ৰপাত হৈছে এক জনপ্ৰিয় পৰ্যটনস…
- তুৰ্বায়ণতুৰ্বায়ন আছিল এজন যুৱ পখ্টা ৰজা, যাক প্ৰাচীন হিন্দু ঋগবেদ গ্ৰন্থত উল্লেখ কৰা হৈছে।
- তৃণমূল গণ পৰিষদতৃণমূল গণ পৰিষদ (Grassroot Peoples Association) ভাৰতৰ অসম ৰাজ্যৰ এটা ৰাজনৈতিক দল আছিল।
- তৃতীয় চাৰ্লছচাৰ্লছ ফিলিপ আৰ্থাৰ জৰ্জ (Charles Philip Arthur George; জন্ম: ১৪ নৱেম্বৰ, ১৯৮৪) যুক্তৰাজ্য…
- তৃতীয় ঢৌৰ নাৰীবাদতৃতীয় ঢৌৰ নাৰীবাদ (Third-wave feminism) হৈছে নবৈৰ দশকৰ প্ৰাৰম্ভতে উত্থান ঘটা এক নাৰীবাদী …
- তৃতীয় লিংগতৃতীয় লিংগ (third gender) হৈছে এনে এক ধাৰণা য’ত ব্যক্তিক নিজৰ দ্বাৰা বা সমাজৰ দ্বাৰা পুৰু…
- তৃতীয়ত্বৰ গল্পতৃতীয়ত্বৰ গল্প (Tritiyattar Galpa) অসমীয়া গল্পকাৰ, কলা সমালোচক, অধ্যাপিকা তথা গৱেষিকা আৰ…
- তৃপ্তি ডিমৰিতৃপ্তি ডিমৰি (Tripti Dimri; জন্ম: ২৩ ফেব্ৰুৱাৰী ১৯৯৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী যি প্ৰধানকৈ…
- তৃপ্তি মিত্ৰতৃপ্তি মিত্ৰ (Tripti Mitra; জন্ম:ভাদুৰী, ২৫ অক্টোবৰ ১৯২৫ – ২৪ মে' ১৯৮৯) বঙালী থিয়েটাৰ আৰু…
- তৃষা কৃষ্ণনতৃষা কৃষ্ণন (ইংৰাজী: Trisha Krishnan; জন্ম ৪ মে' ১৯৮৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি মূলতঃ …
- তৃষ্ণা বন্যপ্ৰাণী অভয়াৰণ্যতৃষ্ণা বন্যপ্ৰাণী অভয়াৰণ্য (Trishna Wildlife Sanctuary) হৈছে ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ দক্ষিণ…
- তৃষ্ণা ৰয়তৃষ্ণা ৰয় এগৰাকী ভাৰতীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে ২০২৪ চনত ৯ নৱেম্বৰত দক্ষি…
- তেওঁতেওঁ অসমীয়া ভাষাৰ এটি শব্দ, যিয়ে সৰ্বনামৰ ৰূপত “আলোচিত বা পূৰ্বে উল্লিখিত পুৰুষজন বা মান…
- তেজতেজ বা ৰক্ত (Blood) হৈছে ৰক্তসংবহন তন্ত্ৰৰ লগত জড়িত এবিধ তৰল মাধ্যম। ই ৰক্তবাহিকাইদি খাদ্…
- তেজছ (চলচ্চিত্ৰ)তেজছ্ ( Tejas ) ২০২৩ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ একচন থ্ৰিলাৰ ছবি; ২০২৩ চনৰ ২৭ অক্টোব…
- তেজপাততেজপাত (বৈজ্ঞানিক নাম:Cinnamomum tamala) এবিধ সুগন্ধি গুল্মজাতীয় উদ্ভিদ। ইয়াৰ পাত শুকুৱা…
- তেজপুৰতেজপুৰ শোণিতপুৰ জিলাৰ সদৰ নগৰ আৰু উত্তৰ অসমৰ এক গুৰুত্বপূৰ্ণ নগৰকেন্দ্ৰ। ব্ৰহ্মপুত্ৰ নদীৰ …
- তেজপুৰ (লোকসভা সমষ্টি)তেজপুৰ লোকসভা সমষ্টি (Tezpur Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
- তেজপুৰ আইন মহাবিদ্যালয়তেজপুৰ আইন মহাবিদ্যালয় হৈছে এখন ব্যক্তিগত খণ্ডৰ আইন মহাবিদ্যালয়। এই মহাবিদ্যালয়খন অসমৰ …
- তেজপুৰ উন্নয়ন প্ৰাধিকৰণতেজপুৰ উন্নয়ন প্ৰাধিকৰণ হৈছে ভাৰতৰ তেজপুৰ চহৰত পৰিকল্পিতভাৱে আন্তঃগাঁথনি আৰু আৱাস প্ৰকল্প…
- তেজপুৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়তেজপুৰ একাডেমী হৈছে তেজপুৰ চহৰৰ এখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। বিদ্যালয় খনৰ বৰ্তমা…
- তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰতেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ হৈছে ভাৰতৰ অসম ৰাজ্যৰ শোণিতপুৰ জিলাত অৱস্থিত কেন্দ্ৰীয় কাৰাগাৰ।…
- তেজপুৰ গৌৰৱযাত্ৰাতেজপুৰ গৌৰৱযাত্ৰা (Tezpur Queer Pride) হৈছে ভাৰতৰ অসম ৰাজ্যৰ এখন চহৰ তেজপুৰত অনুষ্ঠিত হোৱা…
- তেজপুৰ চিকিৎসা মহাবিদ্যালয়তেজপুৰ চিকিৎসা মহাবিদ্যালয় (Tezpur Medical College & Hospital) হৈছে অসমৰ ষষ্ঠখন চিকিৎসা ম…
- তেজপুৰ চৰকাৰী আইন মহাবিদ্যালয়তেজপুৰ চৰকাৰী আইন মহাবিদ্যালয় ( ইংৰাজী: Tezpur Govt Law College) তেজপুৰৰ চকীঘাটত ২০২৩ চনত…
- তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপিত হৈছিল ১৮৬৮ চনত। সেই সময়ত বিদ্যালয়খনি “তে…
- তেজপুৰ বালিপাৰা লাইট ৰেলৱেতেজপুৰ বালিপাৰা লাইট ৰেলৱে (ইংৰাজী: Tezpur Balipara Light Railway, চমুকৈ TBLR) ব্ৰিটিছ ভাৰ…
- তেজপুৰ বিধানসভা সমষ্টিতেজপুৰ বিধানসভা সমষ্টি (ইংৰাজী: Tezpur Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ…
- তেজপুৰ বিমানবন্দৰতেজপুৰ বিমানবন্দৰ (Tezpur Airport) ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত অসম ৰাজ্যৰ শোণিতপুৰ জিলাৰ সদৰ তেজ…
- তেজপুৰ বিশ্ববিদ্যালয়১৯৯৪ চনত তেজপুৰৰ নপামত স্থাপিত হয় তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়। বৰ্তমান বিশ্ববিদ্যালয…
- তেজপুৰ মহাবিদ্যালয়তেজপুৰ মহাবিদ্যালয় কলা আৰু বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে উচ্চ শিক্ষাৰ এক কেন্দ্ৰস্থল। …
- তেজপুৰ লিচুতেজপুৰ লিচু অসমৰ তেজপুৰৰ বিভিন্ন অঞ্চলত উৎপাদিত হোৱা এক প্ৰকাৰৰ লিচু। ইয়াৰ বৈজ্ঞানিক নাম,…
- তেজল শ্বাহতেজল শ্বাহ (Tejal Shah; জন্ম ১৯৭৯) এগৰাকী ভাৰতীয় সমসাময়িক ভিজুৱেল আৰ্টিষ্ট আৰু কিউৰেটৰ। …
- তেজশ্ৰী প্ৰধানতেজশ্ৰী প্ৰধান (জন্ম: ২ জুন ১৯৮৮) হৈছে এগৰাকী ভাৰতীয় দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেত্ৰী, যি…
- তেজস্ক্ৰিয়তাতেজস্ক্ৰিয়তা হৈছে এক অনিয়মিত পৰমাণু নিউক্লিয়াছৰ পৰা বিকিৰণৰ জৰিয়তে শক্তি হ্ৰাস হোৱাৰ প…
- তেজস্বিনী গৌড়াতেজস্বিনী গৌড়া (Tejaswini Gowda; জন্ম: ১১ নৱেম্বৰ ১৯৬৬) কৰ্ণাটক(ভাৰত)ৰ কনকাপুৰাৰ পৰা কংগ্…
- তেজস্বিনী মনোগনাতেজস্বিনী মনোগনা (ইংৰাজী: Tejaswini Manogna; জন্ম: ১৯ মে’ ১৯৯৪) এগৰাকী ভাৰতীয় মডেল আৰু সৌ…
- তেজস্বী প্ৰকাশতেজস্বী প্ৰকাশ ৱায়াংগকাৰ (জন্ম: ১০ জুন ১৯৯৩) — এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী টেলি…
- তেজস্বী মাদিৱাড়াতেজস্বী মাদিৱাড়া (ইংৰাজী: Tejaswi Madivada) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ…
- তেজস্বী সূৰ্যলাক্য সূৰ্য্যনাৰায়ণ তেজস্বী সূৰ্য (Tejasvi Surya) এজন ভাৰতীয় ৰাজনীতিবিদ, আৰ এছ এছ স্বয়ম…
- তেজীমলাতেজীমলা হৈছে লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা বুঢ়ী আইৰ সাধু মূল পুথিখনৰ অষ্টমটো সাধু তেজীমলা…
- তেজীমলা (চলচ্চিত্ৰ)তেজীমলা (Tezimola) ১৯৬৩ চনত মুক্তি পোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ তেজীমলা সাধু আধাৰিত এখন নাৰীক…
- তেজীমলা (ভূত)অসমৰ লোককথাত তেজীমলা এবিধ বিখ্যাত ভূত। ইয়াক সন্তান জন্ম দিওঁতে মৃত্যু হোৱা এগৰাকী যুৱতীৰ …
- তেজুতেজু অৰুণাচল প্ৰদেশৰ এখন চহৰ। তেজু এখন লোকপিয়ল চহৰ আৰু ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ লোহিত …
- তেতেলিয়াতেতেলিয়া হৈছে কামৰূপ (মহানগৰ) জিলাৰ সোণাপুৰ ব্লকৰ অন্তৰ্গত এখন গাঁও। অসমৰ সৰ্ববৃহৎ চহৰ গু…
- তেত্ৰিশ কৌটি দেৱ মন্দিৰশ্ৰী শ্ৰী তেত্ৰিশ কৌটি দেৱ মন্দিৰ অসমৰ কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী মহানগৰীত অৱস্থিত। ১৯৭৩…
- তেত্ৰিশ দেৱতাতেত্ৰিশ দেৱতা বা তেত্ৰিশ কৌটি দেৱতা (त्रिदश) হৈছে হিন্দুধৰ্মৰ দেৱতাসকলৰ প্ৰকাৰভেদ অনুযায়ী…
- তেন ঝংজিতেন ঝংজি (চীনা: 谭中怡; জন্ম ২৯ মে ১৯৯১) এগৰাকী চীনা দবা খেলুৱৈ। তেওঁ আন্তৰ্জাতিক দবা মহাসংঘৰ…
- তেনালি ৰামতেনালি ৰামকৃষ্ণ (জন্মনাম: গৰ্লাপতি ৰামকৃষ্ণ; তেনালি ৰামলিংগ আৰু তেনালি ৰাম বুলিও জনা যায়;…
- তেভাগা আন্দোলনটেভাগা বিদ্ৰোহ (Tebhaga movement) আছিল বংগত হোৱা এক কৃষক বিদ্ৰোহ৷ ১৯৪৬-৪৭ চনত হোৱা এই বিদ্…
- তেলংগানাতেলঙ্গানা (తెలంగాణ,; ) হৈছে ভাৰতৰ ২৯ তম ৰাজ্য। ই ভাৰতৰ দাক্ষিণাত্যত অৱস্থিত। ইয়াৰ সৰহভাগ …
- তেলংগানাৰ সংস্কৃতিতেলংগানাৰ সংস্কৃতি (Culture of Telangana) প্ৰায় ৫,০০০ বছৰ পুৰণি। কাকতীয়, কুতুব শ্বাহী আৰ…
- তেলীভাৰত, নেপাল, পাকিস্তানত পৰম্পৰাগতভাৱে তেল চেপি আৰু তেলৰ ব্যৱসায় কৰা এটা জাতি হৈছে তেলী। এ…
- তেলীয়া সাৰেংতেলীয়া সাৰেংৰ ইংৰাজী নাম: Black-necked Stork আৰু বৈজ্ঞানিক নাম: Ephippiorhynechus asiatic…
- তেলুগু থিয়েটাৰতেলুগু থিয়েটাৰ ( Telugu theatre ) হৈছে অন্ধ্ৰপ্ৰদেশ আৰু তেলংগানা ৰাজ্যক ভিত্তি কৰি গঢ় লো…
- তেলুগু ভাষাতেলুগু (তেলুগু ভাষাত: తెలుగు তেলুগু, আ-ধ্ব-ব: [ˈt̪elʊgʊ]) হ'ল এটা দক্ষিণ-কেন্দ্ৰীয় দ্ৰাবি…
- তেলুগু লিপিতেলুগু লিপি (তেলুগু: తెలుగు లిపి), ভাৰতৰ অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা ৰাজ্যৰ লগতে অন্য কেইবা…
- তেলুগু-কানাড়া বৰ্ণমালাতেলুগু-কানাড়া বৰ্ণমালা (Telugu-Kannada alphabet) বা তেলুগু–কানাড়া লিপি (বা কানাড়া–তেলুগ…
- তেলেগু দেশম পাৰ্টিতেলেগু দেশম পাৰ্টি (Telegu Desham Party) চমুকৈ টিডিপি হৈছে অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানা ৰাজ…
- তেলেগু ৱিকিপিডিয়াতেলেগু ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ তেলেগু সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ…