তীৰ্থ ফুকন (ইংৰাজী ভাষা: Tirth Phukan) এগৰাকী অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) অনুবাদক আৰু সাহিত্যিক। তেওঁ ২০০০ চনত ভীষ্ম সাহনীৰ বিখ্যাত হিন্দী ভাষা উপন্যাস তমসৰ অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) অনুবাদৰ বাবে তেওঁ সাহিত্য অকাডেমি অনুবাদ বঁটা লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ উমাপ্ৰসাদ মুখোপাধ্যায়ৰ বঙালী ভাষা ভ্ৰমণকাহিনী মণিমহেশ অসমীয়ালৈ অনুবাদ কৰে। মণিমহেশ গ্ৰন্থখন তেওঁ মনোৰমা বৰুৱাৰ সৈতে যুটীয়াভাৱে অনুবাদ কৰি উলিয়াইছিল।১২
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তীৰ্থ ফুকন” প্ৰবন্ধৰ সংশোধন ৬২৮৭৮৮ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।