তেলেগু দেশম পাৰ্টি (Telegu Desham Party) চমুকৈ টিডিপি হৈছে অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানা ৰাজ্যত যথেষ্ট প্ৰভাৱ থকা ভাৰতীয় আঞ্চলিক ৰাজনৈতিক দল।১ ১৯৮২ চনৰ ২৯ মাৰ্চত অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন টি ৰামা ৰাৱে (N.T.R.) প্ৰতিষ্ঠা কৰা এই সংস্থাটোৱে তেলেগু ভাষীসকলক সমৰ্থন কৰাত গুৰুত্ব আৰোপ কৰিছে। অন্ধ্ৰ প্ৰদেশ বিধানসভাত পাঁচবাৰৰ সংখ্যাগৰিষ্ঠতা লাভ কৰি ৰাজ্যখনৰ ইতিহাসৰ সবাতোকৈ সফল ৰাজনৈতিক দল হিচাপে আত্মপ্ৰকাশ কৰিছে। বৰ্তমান ই অন্ধ্ৰ প্ৰদেশ বিধানসভাৰ প্ৰধান বিৰোধী দল।২৩
তথ্যসূত্ৰ
- ↑ Price, Pamela; Ruud, Arild Engelsen. (October 8, 2010). Power and Influence in India: Bosses, Lords, and Captains. Taylor & Francis. পৃ. 246–275. ISBN 9781136197994
- ↑ Party-Wise Representation of Members. Parliament of India: লোকসভা
- ↑ (2014-03-21). ONCE UPON A POLL: Eighth Lok Sabha Election (1984). দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তেলেগু দেশম পাৰ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৬২১৩ (১৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।