অ–ক্ষ সূচী
বৰ্ণানুক্ৰমে সকলো প্ৰবন্ধ। এটা আখৰ বাছক।
ত ৪৫৮ প্ৰবন্ধ
- তাম্ৰেশ্বৰী মন্দিৰতাম্ৰেশ্বৰী মন্দিৰ বা কেঁচাই খাইতি শাল অসম-অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত এক ঐতিহাসিক মন…
- তাম্ৰেশ্বৰীৰ মন্দিৰ (উপন্যাস)তাম্ৰেশ্বৰীৰ মন্দিৰ ৰজনীকান্ত বৰদলৈ ৰচিত এখন অসমীয়া উপন্যাস। 'অসম হিতৈষী' কাকতত ধাৰাবাহিক…
- তায়ালা আছতালায়েহ আশ্ৰাফী (ফাৰ্চী: طلایه اشرفی; ), যাক পেচাগতভাৱে তায়ালা আছ বনামে জনা যায়, এগৰাকী…
- তালতাল বুলিলে তলৰ পৃষ্ঠাসমূহ বুজাব পাৰে: * তাল (বাদ্যযন্ত্ৰ) তাল (সংগীত) তাল (ফল)
- তাল (বাদ্যযন্ত্ৰ)তাল এবিধ ঘূৰণীয়া আৰু চেপেটা কাঁহ বা পিতলৰে নিৰ্মিত এবিধ বাদ্যযন্ত্ৰ। এইবিধ বাদ্য নৃত্য-গী…
- তাল (সংগীত)তাল (সংস্কৃত: ताळ) শব্দৰ আক্ষৰিক অৰ্থ হৈছে 'চাপৰি বজোৱা, কাৰোবাৰ বাহুত হাতেৰে আঘাত কৰা, সং…
- তাল পিঠাতাল পিঠা হৈছে এবিধ পিঠা বিশেষ। পিঠাগুৰি, গুৰ বা চেনি আৰু তালৰ ৰস ব্যৱহাৰ কৰি এই পিঠা বনোৱা…
- তাল বতাহীতাল বতাহী (Asian Palm Swift, বৈজ্ঞানিক নাম -Cypsiurus balasiensis) এটা সৰু আকাৰৰ ছুইফ্ট গো…
- তালপাতৰ পুথি সংগ্ৰহালয়, তিৰুৱনন্তপুৰমতালপাতৰ পুথি সংগ্ৰহালয়, তিৰুৱনন্তপুৰম (Palm Leaf Manuscript Museum) কেৰালাৰ পৰম্পৰাগত তাল…
- তালমূলিতালমূলি বা কাৰ্কুলিগ' অৰ্কিঅইডেছ (golden eye-grass, নেপালী: কালো মুছলি বা কালি মুছলি) এবিধ…
- তালা টুডুতালা টুডু ঝাৰখণ্ডৰ এগৰাকী ভাৰতীয় চাঁওতালি ভাষাৰ লেখিকা আৰু নাৰ্ছ। ২০১৫ চনত চান্তালী বা চা…
- তালাক (১৯৩৮ চলচ্চিত্ৰ)তালাক (Talaq; অনু: বিবাহবিচ্ছেদ) ১৯৩৮ চনত মুক্তি পোৱা এখন ভাৰতীয় সামাজিক মেল’ড্ৰামা চলচ্চ…
- তালাত বাছাৰীতালাত বাছাৰী (Talat Basari, ইৰানী কবি আৰু লেখিকা, ১৯২৩ – ১৮ ছেপ্টেম্বৰ ২০২০) আছিল এগৰাকী ই…
- তালাত মেহমুদতালাত মেহমুদ (২৪ ফেব্ৰুৱাৰী ১৯২৪ – মৃত্যু: ৯ মে’ ১৯৯৮) বলিউডৰ এজন বিখ্যাত পাৰ্শ্ব গায়ক আৰ…
- তালিবান আৰু মহিলাৰ প্ৰতি আচৰণমহিলাৰ প্ৰতি তালিবানৰ আচৰণ (Treatment of women by the Taliban) অত্যন্ত বিতৰ্কিত। তালিবান …
- তালিয়াংকি (প্ৰত্নতাত্ত্বিক স্থান)তালিয়াংকি (Talianki; ইউক্ৰেইনীয়ান: Тальянки) হ’ল এক অত্যন্ত বিশাল আৰু গুৰুত্বপূৰ্ণ প্ৰত্…
- তালেবৰ ৰহমানতালেবৰ ৰহমান(Talebor Rahman) এজন অসমীয়াশিক্ষক, সক্ৰিয় সমাজকৰ্মী আৰু মানৱতাবাদী সাহিত্যক।…
- তাশি চোদেনতাশি চোদেন চম্বাল (বা: তাশি চম্বাল দৰ্জী; জন্ম ২৯ মাৰ্চ ১৯৯৮) এজনী ভূটানী ম’ডেল আৰু সৌন্দৰ…
- তাহমিমা আনামতাহমিমা আনাম (তাহমিমা আনাম; জন্ম: ৮ অক্টোবৰ, ১৯৭৫) বাংলাদেশত জন্ম গ্ৰহণ কৰা এগৰাকী ব্ৰিটিছ…
- তাহাতা-হা (; طه) হৈছে কোৰআনৰ ২০ তম অধ্যায় (ছূৰা) যাৰ ১৩৫টা আয়াত (আয়াত) আছে। ইয়াক "তাহা" না…
- তাহিৰ কুৰেছিতাহিৰ কুৰেছি পাকিস্তানৰ এজন পৰিৱেশবিদ আছিল। তাহিৰ কুৰেছি এজন মেংগ্ৰোভ মেন বা মেংগ্ৰোভ হিৰো…
- তাহিৰা আব্দুল্লাতাহিৰা আব্দুল্লা (উৰ্দু: طاہرہ عبداللہ, জন্ম: গ, ১৯৫৩-) এগৰাকী পাকিস্তানী মানৱ অধিকাৰ কৰ্ম…
- তাহিৰা মজহৰ আলীতাহিৰা মাজহাৰ আলী (ইংৰাজী: Tahira Majhar Ali; জন্ম: ৫ জানুৱাৰী ১৯২৪ – ২৩ মাৰ্চ ২০০৫) এগৰাক…
- তাহীৰা কোচ্ছৰতাহীৰা কোচ্ছৰ (ইংৰাজী: Tahira Kochhar; জন্ম: ৩১ জানুৱাৰী ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰ…
- তাহেৰেহ ছাফৰ্জাদেহতাহেৰেহ ছাফৰ্জাদেহ (Tahereh Saffarzadeh) (জন্ম, ১৯৩৬ ইৰাণৰ কেৰমান প্ৰদেশৰ চিৰজানত – মৃত্যু…
- তাৰ পৰা উভতি আহিছোঁ আমি য'ত নাছিলোঁতাৰ পৰা উভতি আহিছোঁ আমি য'ত নাছিলোঁ (Tar Pora Ubhoti Ahiso Ami Jot Nasilo) কবি মৃদুল হালৈয…
- তাৰক চন্দ্ৰ গোস্বামীতাৰক চন্দ্ৰ গোস্বামী (Tarok Chandra Goswami) হৈছে এগৰাকী অসমীয়া সাহিত্যৰ প্ৰবন্ধকাৰ।
- তাৰক মেহতাতাৰক মেহতা (તારક મહેતા) এজন ভাৰতীয় লেখক, হাস্যৰসিক, নাট্যকাৰ। তেওঁক গুজৰাটী ভাষাৰ 'দুনিয়…
- তাৰক মেহতা কা উলতা চশমাহতাৰক মেহতা কা উলতা চাচমাহ (অনুবাদ "তাৰক মেহতাৰ ওলোটা চশমা"), প্ৰায়ে টিএমকেঅ'চি বুলি সংক্ষ…
- তাৰকনাথ দাসতাৰকনাথ দাস (বা তৰক নাথ দাস; ১৫ জুন ১৮৮৪ – ২২ ডিচেম্বৰ ১৯৫৮) এজন ভাৰতীয় বিপ্লৱী আৰু আন্তৰ…
- তাৰকাময় যুদ্ধতাৰকাময় যুদ্ধ (সংস্কৃত: तारकामय युद्ध, আক্ষৰিক অৰ্থ:'তাৰাৰ প্ৰেমৰ বাবে যুদ্ধ') হিন্দু পৌৰ…
- তাৰকাসুৰতাৰকাসুৰ হিন্দু পৌৰাণিক কাহিনীৰ এক শক্তিশালী অসুৰ। তেওঁ অসুৰ বজ্ৰাংগ আৰু তেওঁৰ পত্নী বজ্ৰং…
- তাৰকাৰাজ্যতাৰকাৰাজ্য (Galaxy) হৈছে মহাকৰ্ষণ শক্তিৰ দ্বাৰা আবদ্ধ এটি অতি বৃহৎ সুশৃঙ্খল ব্যৱস্থা যি তৰ…
- তাৰহানাতৰহানা হৈছে শস্য আৰু দৈ বা কিম্বন কৰা গাখীৰৰ মিশ্ৰণেৰে তৈয়াৰী শুকান ব্যঞ্জন। মধ্য এছিয়া,…
- তাৰাহিন্দু ধৰ্মত, দেৱী তাৰা (: तारा, tārā) হৈছে দশ মহাবিদ্যা বা "মহান জ্ঞানৰ দেৱী"ৰ ভিতৰত দ্বি…
- তাৰা (কন্নড় অভিনেত্ৰী)অনুৰাধা (Anuradha; জন্ম ৪ মাৰ্চ ১৯৭১) যাৰ মঞ্চ-নাম তাৰা, তেওঁ এগৰাকী কন্নড় চলচ্চিত্ৰৰ অভি…
- তাৰা (হিন্দু দেৱী)তাৰা (সংস্কৃত: तारा) হিন্দু ধৰ্ম বিশ্বাসত সুখ আৰু ৰক্তক্ষৰণৰ দেৱী। নেপাল আৰু তিব্বতত তেওঁক…
- তাৰা (ৰামায়ণৰ চৰিত্ৰ)তাৰা (तारा) (আক্ষৰিক অৰ্থত তৰা) হৈছে ৰামায়ণত বৰ্ণিত কিষ্কিন্ধাৰ ৰাণী আৰু বানৰৰাজ বালিৰ সহ…
- তাৰা আলি বেইগতাৰা আলি বেইগ ( Tara Ali Baig; ৮ আগষ্ট ১৯১৬ – ১৯৮৯) এগৰাকী সমাজ সংস্কাৰক, লেখক আৰু জেনেভাৰ…
- তাৰা গোবিন্দ সাপ্ৰেতাৰা গোবিন্দ সাপ্ৰে (১৯১৯–১৯৮১) ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী ৰাজনীতিবিদ যি চতুৰ্থ লোকসভা…
- তাৰা দেওধৰতাৰা দেওধৰ(Tara Deodhar জন্ম ১৯২৪) এগৰাকী ভাৰতীয় মহিলা বেডমিণ্টন আৰু টেনিছ খেলুৱৈ। তেওঁ ভ…
- তাৰা দেৱী (গায়িকা)তাৰা দেৱী তাৰা দেৱী শ্ৰেষ্ঠা (জন্ম:১৫ জানুৱাৰী, ১৯৪৬ –মৃতু্্য: ২৩ জানুৱাৰী ২০০৬) পেছাদাৰীভ…
- তাৰা শৰ্মাতাৰা শৰ্মা (ইংৰাজী: Tara Sharma; জন্ম: ১১ জানুৱাৰী ১৯৭৭) এগৰাকী ভাৰতীয়-ব্ৰিটিছ অভিনেত্ৰী,…
- তাৰা সিংমাষ্টাৰ তাৰা সিং মালহোট্ৰা (২৪ জুন ১৮৮৫– ২২ নৱেম্বৰ ১৯৬৭) আছিল কুৰি শতিকাৰ প্ৰথমভাগৰ এগৰাক…
- তাৰা সিং নৰোত্তমপণ্ডিত তাৰা সিং নৰোত্তম (১৮২২–১৮৯১) বা পণ্ডিত তাৰা সিং নাৰোত্তম, শিখসকলৰ নিৰ্মলা পন্থাৰ অন…
- তাৰা সুতাৰিয়াতাৰা সুতাৰিয়া (ইংৰাজী: Tara Sutaria; জন্ম: ১৯ নৱেম্বৰ ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু …
- তাৰা সুন্দৰীতাৰা সুন্দৰী (Tara Sundari; ১৮৭৮-১৯ এপ্ৰিল ১৯৪৮) এগৰাকী বঙালী থিয়েটাৰৰ অভিনেত্ৰী, কণ্ঠশিল…
- তাৰাকাশীতাৰাকাশী (ইংৰাজী: Tarakasi; পাৰ্চী মূলৰ পৰা) হ’ল ভাৰতৰ পূব অংশৰ ওড়িশাৰ কটক চহৰৰ এবিধ ৰূপৰ…
- তাৰাছ পাহাৰতাৰাছ পাহাৰ (ইউক্ৰেইনীয়: Тарасова гора) বা চেৰনেচা হোৰা (Чернеча гора, অৰ্থাৎ "সন্ন্যাসীৰ…
- তাৰাদেৱী সিদ্ধাৰ্থডি.কে. তাৰাদেৱী সিদ্ধাৰ্থ (D.K. Taradevi Siddharth, জন্ম-১৯৫৩) ভাৰতৰ কৰ্ণাটকৰ এগৰাকী ৰাজনী…
- তাৰানা বাৰ্কতাৰানা বাৰ্ক (ইংৰাজী: Tarana Burke, জন্ম: ১২ ছেপ্টেম্বৰ, ১৯৭৩) হৈছে নিউয়ৰ্ক চহৰৰ এগৰাকী আ…
- তাৰানা হালিমতাৰানা হালিম (ইংৰাজী: Tarana Halim; জন্ম: ১৬ আগষ্ট ১৯৬৬) এগৰাকী বাংলাদেশী ৰাজনীতিবিদ, প্ৰা…
- তাৰানেহ আলিদুস্তিতাৰানেহ আলিদুস্তি (ফাৰ্চী:ترانه عليدوستی; জন্ম: ১২ জানুৱাৰী, ১৯৮৪) এগৰাকী ইৰানী অভিনেত্ৰী।…
- তাৰাবাই ভোঁচলেতাৰাবাই ভোঁচলে (Tarabai; ১৬৭৫ – ১৭৬১) ১৭০০ চনৰ পৰা ১৭০৮ লৈকে ভাৰতৰ মাৰাঠা সাম্ৰাজ্যৰ শাসক …
- তাৰাবাই শিন্দেতাৰাবাই শিন্দে (Tarabai Shinde, ১৮৫০-১৯১০) এগৰাকী ভাৰতীয় নাৰীবাদী, নাৰী অধিকাৰ কৰ্মী আৰু …
- তাৰাশঙ্কৰ বন্দ্যোপাধ্যায়তাৰাশংকৰ বন্দ্যোপাধ্যায় (Tarasankar Bandyopadhyay; ২৩ জুলাই ১৮৯৮ – ১৪ ছেপ্তেম্বৰ ১৯৭১14 S…
- তাৰিক জামিলমৌলানা তাৰিক জামিল (পাঞ্জাবী, উৰ্দু: مولاناطارق جمیل জন্ম: ১ অক্টোবৰ ১৯৫৩) এজন পাকিস্তানী …
- তাৰিকুদ্দিন আহমেদতাৰিকুদ্দিন আহমেদ (Tarikuddin Ahmed) অসমৰ এজন গায়ক আৰু সংগীত পৰিচালক। ১৯৪৮ চনত ‘ইমান ধুনী…
- তাৰিণী চৌধুৰী চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়তাৰিণী চৌধুৰী চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় (Tarini Choudhury Govt. …
- তাৰিন জাহানইয়াছমিন তাজৰিন জাহান তাৰিন (ইংৰাজী: Tareen Jahan; জন্ম: ২৬ জুলাই), যাক সাধাৰণতে তাৰিন জাহ…
- তাৰে জমিন পৰতাৰে জমিন পৰ (Stars on the Earth; तारे जमीन पर) এখন ২০০৭ চনত মুক্তিপ্ৰাপ্ত বলিউডৰ চলচ্চিত্…
- তাৰ্তিয়াতাৰ্তিয়া (খ্ৰীঃ পূঃ ৭৪ ৰ পাছত মৃত্যু) এগৰাকী প্ৰাচীন ৰোমান অভিনেত্ৰী আৰু নৃত্যশিল্পী আছিল…
- তাৱাক্কল কাৰমানতাৱাক্কল আব্দেল-চালাম কাৰমান (জন্ম: ৭ ফেব্ৰুৱাৰী ১৯৭৯) এগৰাকী য়েমেনৰ সাংবাদিক, ৰাজনীতিক আ…
- তিচুৰী যুৱনিকাতিষুৰী যুৱনিকা (জন্ম: তিষুৰী যুৱনিকা মাদ্দুমা লিয়ানাগে; ৬ মাৰ্চ ১৯৯১) শ্ৰীলংকাৰ চলচ্চিত্ৰ…
- তিচৰী কচমতিচৰী কছম ( Teesri Kasam, तीसरी कसम) ১৯৬৬ চনত মুক্তিপ্ৰাপ্ত, বাসু ভট্টাচাৰ্য পৰিচালিত আৰু …
- তিতা কেৰেলাতিতা কেৰেলা (Balsam pear, alligator pear, bitter gourd, bitter melon, bitter cucumber, বৈজ…
- তিতা চঁপাতিতা চঁপা হৈছে মেগ্নোলিয়াচিয়া পৰিয়ালৰ অন্তৰ্গত এক বৃহৎ চিৰসেউজীয়া উদ্ভিদৰ প্ৰজাতি। পূৰ…
- তিতাফুলতিতাফুল হৈছে এবিধ সপুষ্পক উদ্ভিদ। ইয়াৰ অন্য নাম বাহক (ৰঙা)। ওখ প্ৰায় ১০-১২ ফুট মান হয়। …
- তিতাবৰ বিধানসভা সমষ্টিতিতাবৰ বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহ…
- তিতাবৰ মহকুমাতিতাবৰ মহকুমা অসমৰ যোৰহাট জিলাৰ অন্তৰ্গত এক কৃষিনিৰ্ভৰ প্রশাসনিক একক, যোৰহাট নগৰৰ পৰা প্ৰা…
- তিতাবৰত খোল বাদনেৰে অভিলেখ২০১৩ চনৰ ৬ জানুৱাৰীত অসমৰ যোৰহাট জিলাৰ তিতাবৰ ন-আলিৰ কাষৰ সমন্বয় ক্ষেত্ৰত অসমৰ উপৰি বহিঃৰ…
- তিন কন্যাতিন কন্যা ( Teen Kanya) ১৯৬১ চনত মুক্তি পোৱা সত্যজিৎ ৰায়ৰ দ্বাৰা পৰিচালিত এখন ভাৰতীয় বাং…
- তিন তাল (তবলা)তিন তাল তবলাৰ এটি তাল। এই তালক তবলাৰ প্ৰধান তাল বুলিব পাৰি।
- তিনতালতিনতাল (বিকল্পভাৱে তিনতাল, তীনতাল, বা তিনতাল বানান কৰা হয়, আৰু ইয়াক ত্ৰিতাল বুলিও কোৱা হ…
- তিনি গিৰিসংকটৰ বান্ধতিনি গিৰিসংকটৰ বান্ধ ( 三峡大坝; Three Gorges Dam) হৈছে পৃথিৱীৰ আটাইতকৈ বৃহৎ জলবিদ্যুৎ উৎপাদক …
- তিনি জ্ঞানী বান্দৰতিনি জ্ঞানী বান্দৰ (Three wise monkeys; 三猿) জাপানৰ লোক-সংস্কৃতিত প্ৰচলিত একপ্ৰকাৰৰ প্ৰতীক।…
- তিনি তালাকভাৰতত তিনি তালাক (Triple talaq), যাক তালাক-ই-বিদ্দাত, তাৎক্ষণিক বিবাহ বিচ্ছেদ বা তালাক-ই-ম…
- তিনি সাৰ্বভৌম আৰু পাঁচ সম্ৰাটতিনি সাৰ্বভৌম আৰু পাঁচ সম্ৰাট চীনৰ উত্তৰ ভাগৰ মিথকত পোৱা শাসক বা দেৱতাৰ দুটি গোট। তিনি সাৰ…
- তিনি ৰাজ্যতিনি ৰাজ্য চীন দেশৰ ইতিহাসত দেখা পোৱা এটি কাল যি ২২০ খ্ৰীষ্টাব্দৰ পৰা ২৮০ খ্ৰীষ্টাব্দলৈ বৰ…
- তিনিচুকীয়াতিনিচুকীয়া (Tinisukia) অসমৰ এখন মুখ্য নগৰ আৰু পৌৰসভা অঞ্চল। ই অসমৰ এক মুখ্য উদ্যোগিক নগৰ।…
- তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (Tinsukia Medical College & Hospital) অসমৰ…
- তিনিচুকীয়া জিলাতিনিচুকীয়া জিলা অসমৰ এটি গুৰুত্বপূৰ্ণ প্ৰশাসনিক একক, যাৰ সদৰ তিনিচুকীয়া নগৰত অবস্থিত। ইত…
- তিনিচুকীয়া মহাবিদ্যালয়তিনিচুকীয়া মহাবিদ্যালয় তিনিচুকীয়া জিলাত অৱস্থিত উচ্চ শিক্ষাৰ এখন প্ৰধান শিক্ষানুষ্ঠান। …
- তিনিটা আপেল (সাধু)তিনিটা আপেল (আৰবী: التفاحات الثلاثة), বা হত্যা কৰা মহিলাৰ কাহিনী, এহেজাৰ এনিশা (লোকগাথা)ৰ …
- তিব্বত স্বায়ত্তশাসিত অঞ্চলতিব্বত স্বায়ত্তশাসিত অঞ্চল (TAR), ছিজাং স্বায়ত্তশাসিত অঞ্চল, চুটিকৈ তিব্বত বা ছিজাং (চীন…
- তিব্বতী লিপিতিব্বতী লিপি হৈছে তিব্বতী, জোংখা, ছিকিমিজ, লাডাখী, জিৰেল আৰু বাল্টিকে ধৰি কিছুমান বিশেষ তি…
- তিমথি দাস হান্সেতিমথি দাস হান্সে (Timothy Das Hanse) অসম, ভাৰতৰ এজন চলচ্চিত্ৰ পৰিচালক, তথ্যচিত্ৰ-নিৰ্মাতা,…
- তিমিতিমি হৈছে এক প্ৰকাৰৰ জলজ প্ৰাণীৰ এক বিচিত্কতাৰে ভৰা অনুবৰ্গ। তিমিৰ প্ৰায় ৮৮টা জীৱিত প্ৰজা…
- তিমুৰ ৰুবিতিমুৰ ৰুবি (ইংৰাজী: Timur Ruby; যাক 'খিৰাজ-ই-আলম' বা "বিশ্বৰ প্ৰতি শ্ৰদ্ধাঞ্জলি" বুলিও কোৱ…
- তিয়ঁহৰ কেকতিয়ঁহৰ কেক হৈছে তিয়ঁহক প্ৰাথমিক উপাদান হিচাপে ব্যৱহাৰ কৰি প্ৰস্তুত কৰা এবিধ কেক। অতিৰিক্…
- তিয়ঁহৰ চুপটিয়ঁহৰ চুপ পোলেণ্ড আৰু লিথুৱেনিয়ানৰ এবিধ পৰম্পৰাগত খাদ্য আৰু চূপ (পোলেণ্ডৰ ভাষাত Zupa og…
- তিয়ঁহৰ ৰসতিয়ঁহৰ ৰস হৈছে তিয়ঁহ চেপি বা থেতেলিয়াই উৎপন্ন কৰা ৰস। তিয়ঁহত ৯৮% পানী থাকে। তিয়ঁহৰ ৰস…
- তিয়ঁহৰ ৰাইতাতিয়ঁহৰ ৰাইতা, ৰাইতাৰ এটা প্ৰকাৰ, যিটো আন উপাদানত ডুবাই বা চালাড হিচাপে ব্যৱহাৰ কৰিব পাৰি।…
- তিলতিল (; বৈজ্ঞানিক নাম Sesamum indicum) এবিধ Sesamum গোত্ৰৰ ফুলৰ গছ। ইয়াৰ ওচৰ সম্বন্ধীয় উদ…
- তিল কপৌতিল কপৌ (Spotted Dove, বৈজ্ঞানিক নাম: Spilopelia chinensis) সৰু আকাৰৰ এবিধ কপৌজাতীয় চৰাই।…
- তিল পিঠাতিল পিঠা বা খোলাচপৰীয়া পিঠা হৈছে অসমীয়া লোকসকলে বিহু বা অন্যান্য অনুষ্ঠানত খাবৰ বাবে তৈয…
- তিলকহিন্দু ধৰ্মত তিলক (तिलक), বা কথিত ভাষাত টিকা, সাধাৰণতে কপালত, অজ্ঞা চক্ৰৰ বিন্দুত (তৃতীয় …
- তিলক ডেকাতিলক ডেকা ( Tilak Deka)ঘৰ বাৰপুজীয়াত আৰু তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ শান্তি সেনা বাহিনীৰ…
- তিলক হাজৰিকাতিলক হাজৰিকা অসমৰ এজন আগশাৰীৰ সাংবাদিক আৰু সাহিত্যিক। তেখেতে প্ৰায় ৬০ বছৰ ধৰি সংবাদ মাধ্য…
- তিলনিঅসমীয়া হিন্দু সমাজত মানুহ মৰাৰ তিনি দিনৰ দিনা পালন কৰা লোকাচাৰেই হ'ল তিলনি। অসমীয়া সমাজত…
- তিলেশ্বৰী বৰুৱাতিলেশ্বৰী বৰুৱা ( Tileswari Baruah) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী শ্বহীদ৷ ভাৰত ত্যাগ আন্…
- তিলোত্তমাতিলোত্তমা (সংস্কৃত: तिलोत्तमा), হিন্দু পৌৰাণিক কাহিনীত বৰ্ণনা কৰা এগৰাৰী অপ্সৰা বা অপেশ্বৰ…
- তিলোত্তমা বৰুৱাতিলোত্তমা বৰুৱা (Tilottama Barooah)আছিল অসম, ভাৰতৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ আৰু অসমৰ মাধ্য…
- তিলোত্তমা মিশ্ৰড° তিলোত্তমা মিশ্ৰ অসমৰ এগৰাকী সাহিত্যিক আৰু শিক্ষাবিদ। তেওঁৰ জন্ম হৈছিল ১৯৪৭ চনত, শ্বিলঙত…
- তিলোত্তমা সোমতিলোত্তমা সোম (জন্ম ২৫ জুন ১৯৭৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি মূলতঃ স্বতন্ত্ৰ চলচ্চিত্ৰত ক…
- তিলোত্তমা ৰায়চৌধুৰীতিলোত্তমা ৰায়চৌধুৰী হৈছে এম.বি.বি.এছ. লাভ কৰা প্ৰথম দুগৰাকী অসমীয়া মহিলাৰ দ্বিতীয়গৰাকী।
- তিলৱাড়াতিলৱাড়া বা তিলৱাৰা হৈছে হিন্দুস্তানী সংগীতৰ এটা তাল। তিনতালৰ দৰে, তিলৱাড়া তালতো ১৬টা বিট…
- তিশানী দোশীতিশানী দোশী (Tishani Doshi; জন্ম ৯ ডিচেম্বৰ, ১৯৭৫) চেন্নাইস্থিত এগৰাকী ভাৰতীয় কবি, সাংবাদ…
- তিষ্যৰক্ষতিষ্যৰক্ষ (খ্ৰীষ্টপূৰ্ব ৩য় শতিকা) তৃতীয় মৌৰ্য সম্ৰাট অশোকৰ পঞ্চম আৰু শেষ পত্নী আছিল। অশো…
- তিহাইতিহাই (উচ্চাৰণ তি-'হা-ই) হৈছে ভাৰতীয় শাস্ত্ৰীয় সংগীতত পোৱা এটা বহুতালিক কৌশল, আৰু প্ৰায়…
- তিহাৰতিহাৰ (तिहार) নেপাল আৰু বৃহৎসংখ্যক নেপালী লোক বাস কৰা ভাৰতীয় ৰাজ্য চিক্কিম আৰু বিশেষকৈ পশ…
- তিৰহুতা লিপিতিৰহুতা লিপি বা মিথিলাক্ষৰ হৈছে মৈথিলী ভাষা লিখিবৰ বাবে ব্যৱহাৰ কৰা এক লিপি। এই লিপিটোৰ বি…
- তিৰুপতি মন্দিৰতিৰুপতি মন্দিৰ ভাৰতৰ অন্যতম হিন্দু তীৰ্থ। চেন্নাইৰ পৰা প্ৰায় ১০৮ কিল’মিটাৰ উত্তৰ-পশ্চিমত,…
- তিৰুভিলাইয়াদাল আৰামবমতিৰুভিলাইয়াদাল আৰামবম (The Divine Sport Starts) এখন তামিল চলচ্চিত্ৰ।
- তিৰুমান্ধামকুন্নু পূৰমতিৰুমান্ধামকুন্নু পূৰম (Thirumandhamkunnu Pooram) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ মধ্য মালাবাৰৰ এ…
- তিৰুমালাতিৰুমালা ভাৰতৰ অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ তিৰুপতি জিলাৰ এখন হিন্দু ধৰ্মীয় মন্দিৰ চহৰ। তিৰুপতি চহ…
- তিৰুৰ নদীতিৰুৰ নদী বা তিৰুৰ-পোন্নানি (Tirur River or Tirur-Ponnani River) নদী দক্ষিণ ভাৰতৰ কেৰালা ৰ…
- তিৰুৰ পাণতিৰুৰ পাণ (Tirur Betel Leaf) হৈছে ভাৰতৰ কেৰালাৰ ৰাজ্যৰ এক গুৰুত্বপূৰ্ণ পৰম্পৰাগত পাণপাতৰ জ…
- তিৰুৱথিৰকালীতিৰুৱথিৰকালী কেৰালাৰ মহিলাৰ এক অনন্য গোট নৃত্য। ধৰ্মীয় অনুষ্ঠানৰ অংশ হিচাপে আৰু ইয়াৰ বাহ…
- তিৰুৱনন্তপুৰমতিৰুৱনন্তপুৰম ( Thiruvananthapuram, തിരുവനന്തപുരം) ভাৰতৰ কেৰেলা ৰাজ্যৰ ৰাজধানী চহৰ। এই চহৰ…