তেজপুৰ চৰকাৰী আইন মহাবিদ্যালয় ( ইংৰাজী: Tezpur Govt Law College) তেজপুৰৰ চকীঘাটত ২০২৩ চনত স্থাপন কৰা হয়। অসমৰ দ্বিতীয় চৰকাৰী আইন মহাবিদ্যালয়। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দ্বাৰা স্থাপিত।
তথ্য সংগ্ৰহ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তেজপুৰ চৰকাৰী আইন মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬১০৮০১ (১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।