অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

তেজপুৰ আইন মহাবিদ্যালয়

তেজপুৰ আইন মহাবিদ্যালয় হৈছে এখন ব্যক্তিগত খণ্ডৰ আইন মহাবিদ্যালয়। এই মহাবিদ্যালয়খন অসমৰ তেজপুৰ চহৰৰ ধনুৱা নগৰ, মহাভৈৰৱ পথৰ দাঁতিত দৰং মহাবিদ্যালয়ৰ কাষতে অৱস্থিত। ৰাজ্যখনৰ পুৰণা আইন মহাবিদ্যালয় সমূহৰ ভিতৰত এখন।

হালনাগাদ: ১৮ নৱেম্বৰ ২০২৪ ৬৫ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

তেজপুৰ আইন মহাবিদ্যালয় হৈছে এখন ব্যক্তিগত খণ্ডৰ আইন মহাবিদ্যালয়। এই মহাবিদ্যালয়খন অসমৰ তেজপুৰ চহৰৰ ধনুৱা নগৰ, মহাভৈৰৱ পথৰ দাঁতিত দৰং মহাবিদ্যালয়ৰ কাষতে অৱস্থিত। ৰাজ্যখনৰ পুৰণা আইন মহাবিদ্যালয় সমূহৰ ভিতৰত এখন।১

পাঠ্যক্ৰম

এই মহাবিদ্যালয় খনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধানত তিনিবছৰীয়া আইন স্নাতক, পাঁচ বছৰীয়া সংযুক্ত বি.এ(এলএল.বি) আৰু দুবছৰীয়া এলএল.এম পাঠ্যক্ৰমৰ সুবিধা প্ৰদান কৰে। ১৯৭২ চনত মহাবিদ্যালয় খনৰ প্ৰতিষ্ঠা হয়।২ পাঠ্যক্ৰম সমূহ ভাৰতীয় বাৰ কাউন্সিল, নতুন দিল্লীৰ দ্বাৰা পৰিচালিত।৩

তথ্যসূত্ৰ

  1. ↑ (2015-10-02). Tezpur Law College. TezpurOnline.in
  2. ↑ (2016-11-25). About Us. Tezpur Law College
  3. ↑ Tezpur Law College, Sonitpur. Collegedunia

সম্পৰ্কিত শ্ৰেণী

অসমৰ শিক্ষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তেজপুৰ আইন মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৪৪৬০০৬ (১৮ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।