অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তেজল শ্বাহ

তেজল শ্বাহ (Tejal Shah; জন্ম ১৯৭৯) এগৰাকী ভাৰতীয় সমসাময়িক ভিজুৱেল আৰ্টিষ্ট আৰু কিউৰেটৰ। তেওঁ ভিডিঅ' আৰ্ট, ফটোগ্ৰাফী, পৰিৱে‍শন, অংকন, শব্দৰ কাম আৰু স্থানীয় ইনষ্টলেচনৰ মাধ্যমত কাম কৰে।

হালনাগাদ: ৬ মাৰ্চ ২০২৫ ২০১ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

তেজল শ্বাহ (Tejal Shah; জন্ম ১৯৭৯) এগৰাকী ভাৰতীয় সমসাময়িক ভিজুৱেল আৰ্টিষ্ট আৰু কিউৰেটৰ। তেওঁ ভিডিঅ' আৰ্ট, ফটোগ্ৰাফী, পৰিৱে‍শন, অংকন, শব্দৰ কাম আৰু স্থানীয় ইনষ্টলেচনৰ মাধ্যমত কাম কৰে।১ শ্বাহে‍ তেওঁৰ কামত এলজিবিটিকিউ+ সম্প্ৰদায়, যৌনতা, লিংগ, অক্ষমতা, আৰু মানুহ আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্ককে ধৰি বিষয়সমূহৰ সন্ধান কৰে।২ তেওঁ মুম্বাইত বসবাস কৰে।৩৪

জীৱনী

১৯৭৯ চনত ভাৰতৰ ছত্তীশগড়ৰ ভিলাইত তেজল শ্বাহৰ জন্ম।৫ শ্বাহে নিজকে‍ কুইয়াৰ বুলি চিনাক্ত কৰে। ৬ তেওঁ অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ আৰএমআইটি বিশ্ববিদ্যালয় (ৰয়েল মেলবৰ্ন ইনষ্টিটিউট অৱ টেকন'লজি)ৰ পৰা ফটোগ্ৰাফীত বি.এ. ডিগ্ৰী (২০০০) লাভ কৰিছিল আৰু বাৰ্ড কলেজৰ পৰা এম.এফ.এ. ডিগ্ৰীৰ বাবে অধ্যয়ন কৰিছিল যদিও স্নাতক হোৱা নাছিল।৩৭২ তেওঁ এগৰাকী বিনিময় শিক্ষাৰ্থী আছিল আৰু ১৯৯৯ চনৰ পৰা ২০০০ চনলৈকে স্কুল অৱ দ্য আৰ্ট ইনষ্টিটিউট অৱ চিকাগোত উপস্থিত আছিল।৩৮

২০০৬ চনত তেওঁৰ হিজৰা ফেণ্টাচি ছিৰিজৰ কামে বাংগালুৰু আৰু মুম্বাইৰ হিজৰা সম্প্ৰদায় (নপুংসক, আন্তঃলিংগ লোক, আৰু/বা হিজড়া)ক উজ্জ্বল কৰি তুলিছিল।২ ২০১২ চনত ডকুমেণ্টাৰ বাবে (১৩) কেচেলত, তেওঁ পাঁচটা চেনেলৰ ভিডিঅ' ইনষ্টলেশ্বন "বিটৱিন দ্য ৱেভছ" সৃষ্টি কৰিছিল য'ত দুজন মহিলাই শিং লগাই এক অবাস্তৱ দৃশ্য অন্বেষণ কৰিছিল।৯১০১১

শ্বাহৰ শিল্পকৰ্মসমূহ বহুলভাৱে প্ৰদৰ্শিত হৈছে, ইয়াৰ ভিতৰত আছে, নিউয়ৰ্কৰ ব্ৰুকলিনৰ ব্ৰুকলিন মিউজিয়ামত "গ্ল'বেল ফেমিনিজমছ" (২০০৭); নিউ জাৰ্চিৰ নেৱাৰ্কৰ নেৱাৰ্ক মিউজিয়ামত "ইণ্ডিয়া: পাব্লিক প্লেচ/প্ৰাইভেট স্পেচ" (২০০৮); জাৰ্মানীৰ কাচেলত ডকুমেণ্টা (১৩) (২০১২); আৰু "এভাৰয়ন ইজ এ আৰ্টিষ্ট: কচমোপলিটান এক্সাৰচাইজেছ জোচেফ বেউইছ" (২০২১) জাৰ্মানীৰ ডাচেলডৰ্ফত কে২০ সৈতে॥১২১৩১৪৯১৫ তেওঁৰ কৰ্ম জাৰ্মানীৰ ওল্ফছবাৰ্গৰ কুন্ষ্টমিউজিয়াম ওল্ফছাৰ্গত অনুষ্ঠিত হোৱা "ফেচিং ইণ্ডিয়া" (২০১৮) নামৰ এক দলীয় প্ৰদৰ্শনীৰ অংশ আছিল। অন্যান্য শিল্পীসকলৰ ভিতৰত আছিল বিভা গালহোত্ৰা, ভাৰতী খেৰ, প্ৰজক্তা পটনিছ, ৰীনা চাইনী কল্লাট, আৰু মিঠু সেন১৬

শ্বাহৰ কাম ৰাজহুৱা সংগ্ৰহালয়ৰ সংগ্ৰহত আছে, তাৰ ভিতৰত চেণ্টাৰ পম্পিডু অন্তৰ্ভুক্ত।১৭

তথ্যসূত্ৰ

  1. ↑ Tejal Shah: Unbecoming. e-flux.com
  2. ↑ Verghese, Anisha. (2021). Colonisation, Heteronormativity and Ironic Subversions: Tejal Shah and Yuki Kihara. Drain Magazine, Vol. 17 (2)
  3. ↑ Seid; Pijnappel, Johan. (2007). New Narratives: Contemporary Art from India. Mapin Publishing. পৃ. 115. ISBN 978-81-88204-82-3
  4. ↑ (2011-01-30). https://www.nytimes.com/2011/01/31/arts/design/31summit.html
  5. ↑ (2005). Indian summer: la jeune scène artistique indienne: du 7 octobre au 31 décembre 2005. Ecole nationale supérieure des beaux-arts de Paris. পৃ. 245. ISBN 978-2-84056-183-5
  6. ↑ (2009). Art and AsiaPacific, Issues 64-65. Fine Arts Press. পৃ. 64
  7. ↑ (2013). Tejal Shah. Kunstinstituut Melly
  8. ↑ Sinha; Sternberger, Paul Spencer. (2007). India: Public Places, Private Spaces: Contemporary Photography and Video Art. Newark Museum. পৃ. 157. ISBN 978-81-85026-82-4
  9. ↑ (2012-06-14). https://www.nytimes.com/2012/06/15/arts/design/documenta-13-in-kassel-germany.htmlSmith, Roberta (14 June 2012). "Art Show as Unruly Organism". The New York Times. ISSN 0362-4331. Retrieved 30 December 2022
  10. ↑ Catling, Charlotte Skene. (2012-09-28). The Art of Protest. Architectural Review
  11. ↑ Pande, Alka. (30 September 2012). Indian strokes. The Tribune
  12. ↑ Muller. (2008-01-01). Global Feminisms curated by Maura Reilly and Linda NochlinGlobal Feminisms: New Directions in Contemporary Art edited by Maura Reilly and Linda Nochlin. Signs: Journal of Women in Culture and Society. পৃ. 471–474
  13. ↑ Ehrlich. (2011-12-22). Adolescent girls' responses to feminist artworks in the Elizabeth A. Sackler Center for Feminist Art at the Brooklyn Museum. Visual Arts Research. পৃ. 55–70
  14. ↑ (2008-01-04). https://www.nytimes.com/2008/01/04/arts/design/04gall.html
  15. ↑ Woodward, Daisy. (2021-03-01). Spring Is Here: Brilliant Things To Do This March. AnOther
  16. ↑ (2018-04-13). Reena Saini Kallat has a retrospective at Kunstmuseum Wolfsburg. Architectural Digest India. Condé Nast
  17. ↑ Tejal Shah, I Love my India, 2003. Centre Pompidou

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তেজল শ্বাহ” প্ৰবন্ধৰ সংশোধন ৪৮৭৯০৪ (৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।