অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

তেজপুৰ (লোকসভা সমষ্টি)

তেজপুৰ লোকসভা সমষ্টি (Tezpur Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।

হালনাগাদ: ৬ জুন ২০২৪ ৫৫ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

তেজপুৰ লোকসভা সমষ্টি (Tezpur Lok Sabha constituency) অসমৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত এটা।

বিধানসভাৰ সমষ্টিসমূহ

তেজপুৰ লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে১:

  1. ঢেঁকীয়াজুলি বিধানসভা সমষ্টি
  2. বৰচলা বিধানসভা সমষ্টি
  3. তেজপুৰ বিধানসভা সমষ্টি
  4. ৰঙাপাৰা বিধানসভা সমষ্টি
  5. চতিয়া বিধানসভা সমষ্টি
  6. বিশ্বনাথ বিধানসভা সমষ্টি
  7. বিহালী বিধানসভা সমষ্টি
  8. গহপুৰ বিধানসভা সমষ্টি
  9. বিহপুৰীয়া বিধানসভা সমষ্টি

লোকসভাৰ সদস্যসকল

ক্ৰমবৰ্ষপ্ৰাৰ্থীদল
১১৯৫৭বিজয় চন্দ্ৰ ভাগৱতীভাৰতীয় জাতীয় কংগ্ৰেছ
২১৯৬২বিজয় চন্দ্ৰ ভাগৱতীভাৰতীয় জাতীয় কংগ্ৰেছ
৩১৯৬৭বিজয় চন্দ্ৰ ভাগৱতীভাৰতীয় জাতীয় কংগ্ৰেছ
৪১৯৭১কমলা প্ৰসাদ আগৰৱালাভাৰতীয় জাতীয় কংগ্ৰেছ
৫১৯৭৭পূৰ্ণ নাৰায়ণ সিনহাজনতা দল
৬১৯৮৪বিপিনপাল দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৭১৯৯১স্বৰূপ উপাধ্যায়ভাৰতীয় জাতীয় কংগ্ৰেছ
৮১৯৯৬ঈশ্বৰ প্ৰসন্ন হাজৰিকাভাৰতীয় জাতীয় কংগ্ৰেছ
৯১৯৯৮মণি কুমাৰ চুব্বাভাৰতীয় জাতীয় কংগ্ৰেছ
১০১৯৯৯মণি কুমাৰ চুব্বাভাৰতীয় জাতীয় কংগ্ৰেছ
১১২০০৪মণি কুমাৰ চুব্বাভাৰতীয় জাতীয় কংগ্ৰেছ
১২২০০৯যোচেফ তপ্প'অসম গণ পৰিষদ
১৩২০১৪ৰামপ্ৰসাদ শৰ্মা২ভাৰতীয় জনতা পাৰ্টী

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ List of Parliamentary & Assembly Constituencies. Assam. Election Commission of India
  2. ↑ (16 May, 2014). GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014. ELECTION COMMISSION OF INDIA

সম্পৰ্কিত শ্ৰেণী

অসমৰ লোক সভাৰ সমষ্টিশোণিতপুৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তেজপুৰ (লোকসভা সমষ্টি)” প্ৰবন্ধৰ সংশোধন ৪২২৩৯৯ (৬ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।