তিৱা স্বায়ত্বশাসিত পৰিষদ (তিৱাশ্বং) ভাৰতৰ অসম ৰাজ্যৰ তিৱা জনগোষ্ঠীৰ কল্যাণ আৰু সুৰক্ষাৰ বাবে ভাৰতৰ অন্যতম স্বায়ত্বশাসিত অঞ্চল। ১৯৯৫ চনত ইয়াক গঠন কৰা হৈছিল।১
তথ্যসূত্ৰ
- ↑ (2020-12-29). Institutional overlap. Sentinelassam
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তিৱা স্বায়ত্বশাসিত পৰিষদ” প্ৰবন্ধৰ সংশোধন ৩৭০৭৩৪ (৩ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।