অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

তুলসী পূজন দিৱস

তুলসী পূজন দিৱস (Tulsi Pujan Diwas) হৈছে এক ভাৰতীয় উৎসৱ। প্ৰতি বছৰে ২৫ ডিচেম্বৰৰ দিনা এই দিৱস উদযাপন কৰা হয়। এই দিৱসৰ দিনা তুলসী গছ ৰোপণ কৰি ইয়াৰ পূজা-অৰ্চনা কৰা হয়। এই উৎসৱ পোনপ্ৰথনে আশাৰাম বাপুৱে আৰম্ভ কৰিছিল। হিন্দুধৰ্ম অনুযায়ী তুলসীক ঔষধি আৰু আধ্যাত্মিক, এই দুইধৰণে ব্যৱহাৰ কৰা হয়।

হালনাগাদ: ২ অক্টোবৰ ২০২৪ ১৪৪ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

তুলসী পূজন দিৱস (Tulsi Pujan Diwas) হৈছে এক ভাৰতীয় উৎসৱ। প্ৰতি বছৰে ২৫ ডিচেম্বৰৰ দিনা এই দিৱস উদযাপন কৰা হয়। এই দিৱসৰ দিনা তুলসী গছ ৰোপণ কৰি ইয়াৰ পূজা-অৰ্চনা কৰা হয়। এই উৎসৱ পোনপ্ৰথনে আশাৰাম বাপুৱে আৰম্ভ কৰিছিল।১২৩৪৫৬

হিন্দু ধৰ্ম অনুযায়ী তুলসীক ঔষধি আৰু আধ্যাত্মিক, এই দুইধৰণে ব্যৱহাৰ কৰা হয়। হিন্ধুসকলে বিশ্বাস কৰে যে তুলসীয়ে প্ৰাচুৰ্য কঢ়িয়াই আনে আৰু ই এক পৱিত্ৰ উদ্ভিদ।৭৮৯

উদযাপন

শ্ৰী যোগ বেদান্ত সেৱা সমিতিয়ে প্ৰতিবছৰে তুলসী পূজন দিৱসৰ আয়োজন কৰে।১০১১১২ বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলেও এই উৎসৱ পালন কৰে।১৩

হিন্দুধৰ্মত জল, চন্দন, সেন্দূৰ, চাউল, ফুল আৰু প্ৰসাদেৰে তুলসীক পূজা কৰা হয়। পূজাৰ অৰ্থে তুলসীৰ আগত বন্তি প্ৰজ্বলনো কৰা হয়।১৪৫ এই উৎসৱত সকলোৰে ঘৰত তুলসীৰ পুলি ৰুই পৰিৱেশৰ উন্নতি সাধন কৰিবলৈ সকলোকে উৎসাহিত কৰা হয়।১৫

তাৎপৰ্য

তুলসীক ঔষধিৰ পাটমাদৈ আখ্যা দিয়া হয়।১৬ হিন্দুধৰ্মত ইয়াৰ গুৰুত্ব অপৰিসীম।১৭ আয়ুৰ্বেদৰ মতে তুলসীয়ে বহুতো ৰোগৰ উপশম ঘটাব পাৰে।১৮১৯২০

মানসিক অৱসাদ, মধুমেহ আৰু শালমইনা আদিৰ প্ৰাকৃতিক নিৰাময়কাৰক হিচাপেও তুলসীৰ ব্যৱহাৰ কৰা হয়।২১ সাধাৰণ জ্বৰ, কাঁ‌হ আদিতো ইয়াক ঔষধ হিচাপে গ্ৰহণ কৰা হয়।২২

তথ্যসূত্ৰ

  1. ↑ क्रिसमस पर क्यों मना रहे हैं तुलसी पूजन दिवस
  2. ↑ (2017-12-21). तुलसी पूजन दिवस मनाया. dainikbhaskar
  3. ↑ (2015-12-25). On Tulsi Pujan Diwas, here is why the plant is significant. Zee News
  4. ↑ (2017-12-10). Tulsi plant helps in keeping environment clean. dainikbhaskar
  5. ↑ Desk, India.com Buzz. (2017-12-25). Tulsi Pujan Diwas 2017: Importance & Uses of Ocimum Tenuiflorum & Puja Rituals of This Festival. India.com
  6. ↑ (2017-12-25). आज मंदिरों और घरों में मनेगा तुलसी पूजन दिवस. dainikbhaskar
  7. ↑ (2017-12-18). Tulsi Pujan Diwas will be celebrated on 25th December. dainikbhaskar
  8. ↑ क्रिसमस पर क्यों मना रहे हैं तुलसी पूजन दिवस
  9. ↑ (2017-12-21). तुलसी पूजन दिवस मनाया. dainikbhaskar
  10. ↑ (2017-12-09). Samiti organised Tulsi Pujan Diwas in Elementary school. dainikbhaskar
  11. ↑ (2017-12-26). श्री योग वेदांत सेवा समिति ने तुलसी पूजन दिवस मनाया. dainikbhaskar
  12. ↑ (2018-12-25). तुलसी पूजन दिवसः 25 दिसंबर को क्यों होती है तुलसी की पूजा, जानें इतिहास और पूजा विधि. Firstpost Hindi
  13. ↑ (2014-12-23). VHP and Bajrang Dal will Celebrate 25th December as Tulsi Poojan Diwas - The India Post. The India Post
  14. ↑ (2017-12-25). Tulsi Pujan Diwas: तुलसी पूजन दिवस आज, जानिए महत्व, इतिहास और पूजा विधि. oneindia
  15. ↑ (2017-12-23). तुलसी पूजन कर पौधरोपण किया. dainikbhaskar
  16. ↑ Holy Basil health benefits: Here's why you should add Tulasi or Tulsi to your daily diet · Health Tips and News. www.timesnownews.com
  17. ↑ Ashram, Sant Shri Asharamji. Secrets of Tulsi (Tulsi Rahasya). Sant Shri Asharamji Ashram. ISBN 978-93-90306-61-9
  18. ↑ Benefits of tulsi - Times of India. The Times of India
  19. ↑ Tulsi Pujan Diwas: Know Importance And Puja Rituals of The Festival
  20. ↑ Tulsi has environmental benefits too - Times of India. The Times of India
  21. ↑ Holy basil (Tulsi) for type 2 diabetes: Include this herb in your diet to prevent or control high blood sugar · Health Tips and News. www.timesnownews.com
  22. ↑ 5 alternative medicine supplements to cure swine flu and fight H1N1 virus - Garlic, Tulsi and more · Health Tips and News. www.timesnownews.com

সম্পৰ্কিত শ্ৰেণী

হিন্দুধৰ্মৰ উৎসৱসমূহদিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তুলসী পূজন দিৱস” প্ৰবন্ধৰ সংশোধন ৪৩৪৫৮৯ (২ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।