অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

তুৰ্কী ভাষা

তুৰ্কী ভাষা হ'ল তুৰ্কী ভাষা পৰিয়ালৰ অন্তৰ্গত ভাষাসমূহৰ ভিতৰত আটাইতকৈ বেছি প্ৰচলিত। পৃথিৱীত প্ৰায় ৯ কোটি তুৰ্কী ভাষী লোক আছে। ই তুৰস্কৰ ৰাষ্ট্ৰীয় ভাষা আৰু চাইপ্ৰাছৰ দুটা চৰকাৰী ভাষাৰ ভিতৰত অন্যতম। সৰ্বাধিক কথিত ভাষাৰ তালিকাত তুৰ্কী ভাষা ১৮ নং স্থানত আছে।

হালনাগাদ: ১১ মে’ ২০২৫ ৪১ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

তুৰ্কী ভাষা হ'ল তুৰ্কী ভাষা পৰিয়ালৰ অন্তৰ্গত ভাষাসমূহৰ ভিতৰত আটাইতকৈ বেছি প্ৰচলিত। পৃথিৱীত প্ৰায় ৯ কোটি তুৰ্কী ভাষী লোক আছে। ই তুৰস্কৰ ৰাষ্ট্ৰীয় ভাষা আৰু চাইপ্ৰাছৰ দুটা চৰকাৰী ভাষাৰ ভিতৰত অন্যতম। সৰ্বাধিক কথিত ভাষাৰ তালিকাত তুৰ্কী ভাষা ১৮ নং স্থানত আছে।

সম্পৰ্কিত শ্ৰেণী

ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তুৰ্কী ভাষা” প্ৰবন্ধৰ সংশোধন ৫০৭৬১৮ (১১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।