লাক্য সূৰ্য্যনাৰায়ণ তেজস্বী সূৰ্য (Tejasvi Surya) এজন ভাৰতীয় ৰাজনীতিবিদ, আৰ এছ এছ স্বয়মসেৱক আৰু অধিবক্তা যিয়ে ভাৰতীয় জনতা পাৰ্টিৰ পৰা বাংগালুৰু দক্ষিণ সমষ্টিক প্ৰতিনিধিত্ব কৰি ১৭ নং লোকসভাৰ সংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১২ ২০২০ চনৰ ২৬ ছেপ্টেম্বৰৰ পৰা ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি।৩৪
ব্যক্তিগত জীৱন
তেজস্বী সূৰ্যৰ জন্ম হৈছিল ১৯৯০ চনৰ ১৬ নৱেম্বৰত কৰ্ণাটকৰ বেংগালুৰুত।৫ তেওঁৰ পিতৃ আবকাৰী বিভাগৰ প্ৰাক্তন যুটীয়া আয়ুক্ত এল এ সূৰ্য্যনাৰায়ণ, আনহাতে খুৰাক এল. এ ৰবি সুব্ৰমণ্য বাসৱনগুড়ী বিধানসভা সমষ্টিৰ তিনিবাৰৰ বিধায়ক। মাকৰ নাম ৰামা।৬৭৮
তথ্যসূত্ৰ
- ↑ (24 May 2019). Bangalore South Lok Sabha election Live: Tejasvi Surya won. 2019 Indian general election
- ↑ (28 March 2019). Another abusive tweet by BJP MP Candidate Tejasvi Surya spotted. Times of Assam
- ↑ (27 September 2020). In Team Nadda, Tejasvi Surya Becomes BJP's Yuva Morcha Chief, Ram Madhav Dropped as Gen Secy. News18
- ↑ (26 September 2020). BJP Reshuffle: Ram Madhav Replaced, Tejasvi Surya Heads Youth Wing. TheQuint
- ↑ L.S. Tejasvi Surya · National Portal of India. www.india.gov.in
- ↑ Who is Tejasvi Surya? 28-year-old lawyer, BJP's surprise pick for prestigious Bengaluru South seat. Financialexpress
- ↑ Surya, Shri L.S. Tejasvi. Lok Sabha
- ↑ (27 March 2019). In Midnight Surprise, BJP Picks Young Face Tejasvi Over Ananthkumar's Wife from Bengaluru South. News18
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তেজস্বী সূৰ্য” প্ৰবন্ধৰ সংশোধন ৫২৮৫৬২ (২৯ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।