তুংখঙিয়া বা তিংখঙিয়া ফৈদ(ইংৰাজী ভাষা:Ting Khang Clan or Tungkhangiya ) আছিল আহোম ৰাজবংশৰ এটি শাখা। এই বংশৰ চাওফাই 1681 ৰ পৰা আৰম্ভ কৰি ন শতিকাৰ আৰম্ভণি লৈকে আহোম ৰাজ্যত শাসন কৰিছিল।১ তিংখং ঠাইখনৰ পৰা তুংখঙিয়া শব্দটো সৃষ্টি হৈছে বুলি জনা যায়।
লগতে চাওক
তথ্য সংগ্ৰহ
- Baruah, S. L. (1993). Last Days of Ahom Monarchy. Munshiram Manoharlal Publishers Pvt Ltd, New Delhi
তথ্যসূত্ৰ
- ↑ Barua 1993, পৃ. 286–287
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তুংখঙিয়া” প্ৰবন্ধৰ সংশোধন ২০৩৩৬৮ (৪ ছেপ্তেম্বৰ ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।