অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তুলিকা শইকীয়া

তুলিকা শইকীয়া (Tulika Saikia) হৈছে এগৰাকী অসমীয়া সাহিত্যিক। ২০০৮ বৰ্ষত ‘চাৰিশাল গোসাঁনীৰ তেজ’ শীৰ্ষক গ্ৰন্থৰ বাবে তেখেতে ‘মুনীন বৰকটকী’ বঁটা লাভ কৰে।

হালনাগাদ: ৭ জানুৱাৰী ২০২৫ ৯৮ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

তুলিকা শইকীয়া (Tulika Saikia) হৈছে এগৰাকী অসমীয়া সাহিত্যিক। ২০০৮ বৰ্ষত ‘চাৰিশাল গোসাঁনীৰ তেজ’ শীৰ্ষক গ্ৰন্থৰ বাবে তেখেতে ‘মুনীন বৰকটকী’ বঁটা লাভ কৰে। ১

জন্ম আৰু বংশ পৰিচয়

তেখেতৰ জন্ম গোলাঘাট জিলাৰ দেৰগাঁৱত ১৯৭৭ চনত। তেখেতৰ মৃত্যু হয় ২০১৯ চনৰ, ২৯ এপ্ৰিল তাৰিখে। তেখেতৰ পিতৃৰ নাম অতুল শইকীয়া আৰু মাতৃৰ নাম মাখনী শইকীয়া।

শিক্ষা

  • ১৯৯৩ চনত মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হৈছিল।
  • দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়।
  • দেৰগাঁৱৰ ডি কে ডি কলেজৰ পৰা পৰীসংখ্যা বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে পৰিসংখ্যা বিষয়ত।

কৰ্মজীৱন

কাকডোঙা তিনিআলি হাইস্কুলত শিক্ষকতা কৰিছিল।

সাহিত্যৰাজি

উপন্যাস

  • চাৰিশাল গোসাঁনীৰ তেজ
  • পৰজা অ' জৰৌৰৌআ

বঁটা আৰু সন্মান

  • ২০০৮ বৰ্ষত ‘চাৰিশাল গোসাঁনীৰ তেজ’ শীৰ্ষক গ্ৰন্থৰ বাবে ‘মুনীন বৰকটকী’ বঁটা।১

তথ্যসূত্ৰ

  1. ↑ www.muninbarkotoki.org/english/trust/awrdlist.ht

সম্পৰ্কিত শ্ৰেণী

অসমীয়া ঔপন্যাসিকমুনীন বৰকটকী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তুলিকা শইকীয়া” প্ৰবন্ধৰ সংশোধন ৪৬২০৭৪ (৭ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।