তেলুগু (তেলুগু ভাষাত: తెలుగు তেলুগু, আ-ধ্ব-ব: [ˈt̪elʊgʊ]) হ'ল এটা দক্ষিণ-কেন্দ্ৰীয় দ্ৰাবিড় ভাষা। ই মূলত ভাৰতৰ অন্ধ্ৰপ্ৰদেশ আৰু তেলংগানাত প্ৰচলিত আৰু ৰাজ্য দুখনৰ চৰকাৰী ভাষা। ভাৰতত হিন্দী আৰু বঙালীৰ পিছত আটাইতকৈ বেছি প্ৰচলিত ভাষা। ১২
বৰ্ণমালা
মূল প্ৰবন্ধ: তেলুগু লিপি


তেলুগু সংখ্যা
| ০ | ১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
|---|---|---|---|---|---|---|---|---|---|
| ౦ | ౧ | ౨ | ౩ | ౪ | ౫ | ౬ | ౭ | ౮ | ౯ |
| 0/4 | 1/4 | 2/4 | 3/4 | 0/16 | 1/16 | 2/16 | 3/16 |
|---|---|---|---|---|---|---|---|
| ౸ | ౹ | ౺ | ౻ | ౦ | ౼ | ౽ | ౾ |
বাহ্যিক সংযোগ
- Telugu language at Encyclopædia Britannica
- Dictionary of mixed Telugu By Charles Philip Brown
- Origins of Telugu Script
তথ্যসূত্ৰ
- ↑ (2007). Dravidian Language Family. National Virtual Translation Center
- ↑ Image of Indian languages and total speakers
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তেলুগু ভাষা” প্ৰবন্ধৰ সংশোধন ৫৭২১৬৯ (২৮ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।