অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

তেত্ৰিশ দেৱতা

তেত্ৰিশ দেৱতা বা তেত্ৰিশ কৌটি দেৱতা (त्रिदश) হৈছে হিন্দুধৰ্মৰ দেৱতাসকলৰ প্ৰকাৰভেদ অনুযায়ী সমষ্টিবদ্ধ সংখ্যা। সংস্কৃত ভাষাত ত্ৰয়োত্ৰিংশ কৌটি বুলি কওতে "তেত্ৰিশ গুণ সম্পন্ন বা তেত্ৰিশ প্ৰকাৰ"-ক বুজায়। প্ৰকৃতপক্ষে তেত্ৰিশ কৌটি দেৱতা বুলিলে তেত্ৰিশ প্ৰকাৰৰ গুণ সম্পন্ন বৈদিক দেৱতাক বুজোৱা হয়।

হালনাগাদ: ৮ মাৰ্চ ২০২৫ ১০৫ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

তেত্ৰিশ দেৱতা বা তেত্ৰিশ কৌটি দেৱতা (त्रिदश) হৈছে হিন্দুধৰ্মৰ দেৱতাসকলৰ প্ৰকাৰভেদ অনুযায়ী সমষ্টিবদ্ধ সংখ্যা। সংস্কৃত ভাষাত ত্ৰয়োত্ৰিংশ কৌটি বুলি কওতে "তেত্ৰিশ গুণ সম্পন্ন বা তেত্ৰিশ প্ৰকাৰ"-ক বুজায়।১২ প্ৰকৃতপক্ষে তেত্ৰিশ কৌটি দেৱতা বুলিলে তেত্ৰিশ প্ৰকাৰৰ গুণ সম্পন্ন বৈদিক দেৱতাক বুজোৱা হয়।৩৪ হিন্দুসকলৰ প্ৰধান ধৰ্মগ্ৰন্থ বেদ, শতপথ ব্ৰাহ্মণ সহ অন্যান্য ধৰ্মগ্ৰন্থত এই বিষয়ে ধাৰণা পোৱা যায়। পৰৱৰ্তীকালত মানুহৰ মুখে মুখে "তেত্ৰিশ কোটি দেৱতা" অৰ্থাৎ ৩৩,০০,০০,০০০ দেৱতা বুলি প্ৰচলিত হয়।৫ হিন্দুধৰ্মত কোনো নিৰ্দিষ্ট সংখ্যক দেৱতাৰ ধাৰণাৰ পৰিৱৰ্তে এজন দেৱতাৰে একাধিক ৰূপ প্ৰচলিত।৬

তেত্ৰিশ প্ৰকাৰৰ দেৱতাৰ তালিকা

হিন্দু শাস্ত্ৰত তেত্ৰিশ প্ৰকাৰৰ দেৱতাৰ নাম বিভিন্ন ধৰণৰ। এইবোৰৰ ভিতৰত ভাগৱত পুৰাণ অনুসৰি দ্বাদশ আদিত্য, একাদশ ৰুদ্ৰ (প্ৰথম স্তম্ভ), মহাভাৰত অনুসৰি বসু, আৰু দুজন অশ্বিন।৭৮

+তেত্ৰিশ কোটি (প্ৰকাৰ) দেৱতাৰ নাম
দ্বাদশ আদিত্যএকাদশ ৰুদ্ৰঅষ্টবসুদুই অশ্বিন
* বিবস্বান * অৰ্যমা * পূষা * ত্বষ্টা * সাবিত্ৰ * ভগ * ধাতা * বিষ্ণু * বৰুণ * মিত্ৰ * ইন্দ্ৰ * অংশুমান* মন্যু * মনু * মহীন * হৰ * শম্ভু * ঋতুধ্বজ * উগ্ৰৰেতা * ভৱ * কাল * বামদেৱ * ধুতব্ৰত* প্ৰাণ (নিঃশ্বাস) * অপ্ৰান (প্ৰশ্বাস) * ব্যান * সমান * উদান * নাগ * কূৰ্ম * কৃকল * দেৱদত্ত * ধনঞ্জয় * আত্মা* ধৰা (পৃথিৱী) * অনল (অগ্নি) * অনিল (বায়ু) * অপ(জল) / সবিতা * প্ৰত্যূষ (সূৰ্য) * প্ৰভাস (আকাশ) * সোম (চন্দ্ৰ) * ধ্ৰুৱ* নাসত্য * দস্ৰ

তথ্যসূত্ৰ

  1. ↑ Lynn Foulston, Stuart Abbott. (2009). Hindu goddesses: beliefs and practices. পৃ. 1–2. ISBN 9781902210438
  2. ↑ Mani pp. 654–5
  3. ↑ Hermann Oldenberg (1988), The Religion of the Veda, Motilal Banarsidass,, pp. 23-50
  4. ↑ AA MacDonell,, Oxford University Press, pp. 19-21
  5. ↑ বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়, দেৱতত্ত্ব ও হিন্দুধৰ্ম, বঙ্কিম ৰচনাৱলী। পৃষ্ঠা ৭৮৪
  6. ↑ ডেভিড লৰেন্স (২০১২), দ্য ৰুটলেজ কম্পেনিয়ন টু থিয়ইজম (সম্পা. চাৰ্লছ টালিয়াফেৰো, ভিক্টোৰিয়া এছ হেৰিছন আৰু ষ্টুয়াৰ্ট গ'ট্জ, ৰুটলেজ,,, পৃষ্ঠা ৭৮-৭৯
  7. ↑ George Williams (2008), A Handbook of Hindu Mythology, Oxford University Press,, pp. 90, 112
  8. ↑ Monier Monier-Williams, A Sanskrit-English Dictionary" Etymologically and Philologically Arranged to cognate Indo-European Languages, Motilal Banarsidass, p. 492

সম্পৰ্কিত শ্ৰেণী

হিন্দু দেৱতাহিন্দু দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তেত্ৰিশ দেৱতা” প্ৰবন্ধৰ সংশোধন ৪৮৯২৯১ (৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।