অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

তুংখুঙীয়া বুৰঞ্জী

তুংখুঙীয়া বুৰঞ্জী হৈছে তুংখুঙীয়া আহোম ৰজাৰ প্ৰধানকৈ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালৰ পৰা কমলেশ্বৰ সিংহ, (১৭৫১–১৮০৬) পৰ্যন্ত তুংখুঙীয়া আহোম ৰজাৰ তথ্য সন্নিবিষ্ট কৰা এখন বুৰঞ্জী বুৰঞ্জী।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৯০ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

তুংখুঙীয়া বুৰঞ্জী হৈছে তুংখুঙীয়া টাই-আহোম জনগোষ্ঠী ৰজাৰ প্ৰধানকৈ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালৰ পৰা চুক্লিংফা, (১৭৫১–১৮০৬) পৰ্যন্ত তুংখুঙীয়া আহোম ৰজাৰ তথ্য সন্নিবিষ্ট কৰা এখন বুৰঞ্জী বুৰঞ্জী। আহোম মন্ত্ৰীসভাৰ মন্ত্ৰী শ্ৰীনাথ দুৱৰা বৰবৰুৱাই লিখিছিল আৰু বৰবৰুৱা পদৰ চাৰি বছৰৰ পিছত ১৮০৪ চনৰ ৬ মাৰ্চত সংকলন কৰা হৈছিল।১২

গ্ৰন্থপঞ্জী

আৰু চাওক

  • Bhuyan, S K. (1968). Tunkhungia Buranji or A History of Assam (1681–1826). Department of Historical and Antiquarian Studies, Assam

তথ্যসূত্ৰ

  1. ↑ Baruah 1985, পৃ. 45
  2. ↑ Neog 1962, পৃ. 312

সম্পৰ্কিত শ্ৰেণী

অসমৰ ইতিহাসঅসমীয়া সাহিত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তুংখুঙীয়া বুৰঞ্জী” প্ৰবন্ধৰ সংশোধন ৬৩০৯৬১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।