| চন | সভাপতি১ | অধিবেশন | ছবি | |
| ১৯১৭ | পদ্মনাথ গোহাঞি বৰুৱা (১৮৭১-১৯৪৬) | শিৱসাগৰ, প্ৰথম সন্মিলন, ২৬-২৭ ডিচেম্বৰ | |
| ১৯১৮ | চন্দ্ৰধৰ বৰুৱা (১৮৭৪-১৯৬১) | গোৱালপাৰা, দ্বিতীয় সন্মিলন, ২৭-২৮-২৯ ডিচেম্বৰ |  |
| ১৯১৯ | কালিৰাম মেধি (১৮৮০-১৯৫৪) | বৰপেটা, তৃতীয় সন্মিলন, ২৬-২৭ ডিচেম্বৰ | |
| ১৯২০ | হেমচন্দ্ৰ গোস্বামী (১৮৭২-১৯২৮) | তেজপুৰ, |  |
| ১৯২৩ | অমৃতভূষণ দেৱ অধিকাৰী (১৮৫৮-১৯৪২) | যোৰহাট | |
| ১৯২৪ | কনকলাল বৰুৱা (১৮৭২-১৯৪০) | ডিব্ৰুগড় | |
| ১৯২৪ | লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৪-১৯৩৮) | গুৱাহাটী |  |
| ১৯২৫ | ৰজনীকান্ত বৰদলৈ (১৮৬৭-১৯৪০) | নগাঁও |  |
| ১৯২৬ | বেণুধৰ ৰাজখোৱা (১৮৭২-১৯৫৫) | ধুবুৰী | |
| ১৯২৭ | তৰুণ ৰাম ফুকন (১৮৭৭-১৯৩৯) | গোৱালপাৰা |  |
| ১৯২৯ | কমলাকান্ত ভট্টাচাৰ্য্য (১৮৫৩-১৯৩৬) | যোৰহাট |  |
| ১৯৩০ | মফিজুদ্দিন আহমদ হাজৰিকা (১৮৭০-১৯৫৮) | গোলাঘাট |  |
| ১৯৩১ | নগেন্দ্ৰ নাৰায়ণ চৌধুৰী (১৮৮১-১৯৪৭) | শিৱসাগৰ | |
| ১৯৩৩ | জ্ঞানদাভিৰাম বৰুৱা (১৮৮০-১৯৫৫) | উত্তৰ লখিমপুৰ |  |
| ১৯৩৪ | আনন্দ চন্দ্ৰ আগৰৱালা (১৮৭৪-১৯৪০) | মঙলদৈ | |
| ১৯৩৬ | ৰঘুনাথ চৌধাৰী (১৮৭৯-১৯৬৭) | তেজপুৰ | |
| ১৯৩৭ | কৃষ্ণকান্ত সন্দিকৈ (১৮৯৮-১৯৮২) | গুৱাহাটী | |
| ১৯৪০ | ময়িদুল ইছলাম বৰা (১৮৯৯-১৯৪৪) | যোৰহাট | |
| ১৯৪৪ | নীলমণি ফুকন (১৮৮০-১৯৭৮) | শিৱসাগৰ | |
| ১৯৪৭ | নীলমণি ফুকন (১৮৮০-১৯৭৮) | ডিব্ৰুগড় | |
| ১৯৫০ | অম্বিকাগিৰী ৰায়চৌধুৰী (১৮৮৫-১৯৬৭) | মাৰ্ঘেৰিটা মহকুমা | |
| ১৯৫৩ | সূৰ্য্যকুমাৰ ভূঞা (১৮৯৪-১৯৬৪) | শ্বিলং | |
| ১৯৫৪ | নলিনীবালা দেৱী (১৮৯৮-১৯৭৭) | যোৰহাট | |
| ১৯৫৫ | যতীন্দ্ৰ নাথ দুৱৰা (১৮৯২-১৯৬৪) | গুৱাহাটী | |
| ১৯৫৬ | বেণুধৰ শৰ্মা (১৮৯৪-১৯৮১) | ধুবুৰী | |
| ১৯৫৮ | পদ্মধৰ চলিহা (১৮৯৫-১৯৬৯) | তিনিচুকীয়া | |
| ১৯৫৯ | অতুল চন্দ্ৰ হাজৰিকা (১৯০৩-১৯৮৬) | নগাঁও | |
| ১৯৬০ | ত্ৰৈলোক্য নাথ গোস্বামী (১৯০৬-১৯৮৮) | পলাশবাৰী | |
| ১৯৬১ | ত্ৰৈলোক্য নাথ গোস্বামী (১৯০৬-১৯৮৮) | গোৱালপাৰা | |
| ১৯৬৩ | ৰত্নকান্ত বৰকাকতী (১৮৯৭-১৯৬৩) | নাজিৰা | |
| ১৯৬৪ | মিত্ৰদেৱ মহন্ত (১৮৯৪-১৯৮৩) | ডিগবৈ | |
| ১৯৬৫ | ডিম্বেশ্বৰ নেওগ (১৮৯৯-১৯৬৬) | নলবাৰী | |
| ১৯৬৬ | বিনন্দ চন্দ্ৰ বৰুৱা (১৯০১-১৯৯৪) | উত্তৰ লক্ষিমপুৰ | |
| ১৯৬৭ | নকুলচন্দ্ৰ ভূঞা (১৮৯৫-১৯৬৮) | ডিব্ৰুগড় | |
| ১৯৬৮ | জ্ঞাননাথ বৰা (১৮৯০-১৯৬৮) | তেজপুৰ, ৩৫তম সন্মিলন, ২৬-২৭-২৮ জানুৱাৰী | |
| ১৯৬৯ | আনন্দ চন্দ্ৰ বৰুৱা (১৯০৭-১৯৮৩) | বৰপেটা, ৩৬তম সন্মিলন, ৭-৮-৯ ফেব্ৰুৱাৰী | |
| ১৯৭০ | উপেন্দ্ৰচন্দ্ৰ লেখাৰু (১৯০৫-১৯৭৯) | ধিং, ৩৭তম সন্মিলন, ১৩-১৪-১৫ ফেব্ৰুৱাৰী | |
| ১৯৭১ | তীৰ্থনাথ শৰ্মা (১৯১১-১৯৮৬) | মাকুম, ৩৮তম সন্মিলন | |
| ১৯৭২ | হেম বৰুৱা (১৯১৫-১৯৭৭) | ধুবুৰী, ৩৯তম সন্মিলন, ৭-৮-৯ এপ্ৰিল | |
| ১৯৭৩ | গিৰিধৰ শৰ্মা (১৯১২-১৯৭৭) | ৰঙিয়া, ৪০তম সন্মিলন | |
| ১৯৭৪ | মহেশ্বৰ নেওগ (১৯১৫-১৯৯৫) | মঙলদৈ, ৪১তম সন্মিলন, ৭-৮-৯-১০ ফেব্ৰুৱাৰী | |
| ১৯৭৫ | সত্যেন্দ্ৰনাথ শৰ্মা (১৯১৭-১৯৯৯) | তিতাবৰ মহকুমা, ৪২তম সন্মিলন | |
| ১৯৭৬ | যজ্ঞেশ্বৰ শৰ্মা (১৯০৬-১৯৯৮) | টিহু, ৪৩তম সন্মিলন | |
| ১৯৭৭ | চৈয়দ আব্দুল মালিক (১৯১৯-২০০০) | অভয়াপুৰী, ৪৪তম সন্মিলন | |
| ১৯৭৮ | প্ৰসন্নলাল চৌধুৰী (১৮৯৮-১৯৮৬) | গোলাঘাট, ৪৫তম সন্মিলন | |
| ১৯৭৯ | অতুল চন্দ্ৰ বৰুৱা (১৯১৬-২০০১) | শুৱালকুছি, ৪৬তম সন্মিলন | |
| ১৯৮০ | যতীন্দ্ৰনাথ গোস্বামী (১৯১৮-২০০৫) | ৰহা, ৪৭তম সন্মিলন | |
| ১৯৮১ | সীতানাথ ব্ৰহ্মচৌধুৰী (১৯০৮-১৯৮২) | তিনিচুকীয়া, ৪৮তম সন্মিলন | |
| ১৯৮২ | সীতানাথ ব্ৰহ্মচৌধুৰী (১৯০৮-১৯৮২) | ডিফু, ৪৯তম সন্মিলন | |
| ১৯৮৩ | বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (১৯২৪-১৯৯৭) | বঙাইগাঁও, ৫০তম সন্মিলন | |
| ১৯৮৫ | যোগেশ দাস (১৯২৭-১৯৯৯) | বিহপুৰীয়া (নগৰ), ৫১তম সন্মিলন | |
| ১৯৮৬ | বীৰেণ বৰকটকী (১৯২৪-২০০২) | কামপুৰ, ৫২তম সন্মিলন | |
| ১৯৮৭ | মহেন্দ্ৰ বৰা (১৯২৯-১৯৯৬) | পাঠশালা, ৫৩তম সন্মিলন | |
| ১৯৮৮ | কীৰ্তিনাথ হাজৰিকা (১৯২২-২০০২) | হাইলাকান্দি, ৫৪তম সন্মিলন | |
| ১৯৮৯ | মহিম বৰা (১৯২৪-২০১৬) | ডুমডুমা | |
| ১৯৯০ | নৱকান্ত বৰুৱা (১৯২৬-২০০২) | বিশ্বনাথ চাৰিআলি | |
| ১৯৯১ | নিৰ্মলপ্ৰভা বৰদলৈ (১৯৩৩-২০০৪) | দুধনৈ | |
| ১৯৯২ | লক্ষ্যধৰ চৌধুৰী (১৯১৪-২০০০) | গোৰেশ্বৰ | |
| ১৯৯৩ | ভূপেন হাজৰিকা (১৯২৬-২০১১) | শিৱসাগৰ | |
| ১৯৯৪ | লীলা গগৈ (১৯৩০-১৯৯৪) | মৰিগাঁও | |
| ১৯৯৫ | হিতেশ ডেকা (১৯২৪-২০০০) | সৰ্থেবাৰী | |
| ১৯৯৬ | লক্ষ্মীনন্দন বৰা (১৯৩২-২০২১) | বোকাখাত | |
| ১৯৯৭ | নগেন শইকীয়া (১৯৩৯-) | বিলাসীপাৰা | |
| ১৯৯৮ | নগেন শইকীয়া (১৯৩৯-) | হাওৰাঘাট | |
| ১৯৯৯ | চন্দ্ৰপ্ৰসাদ শইকীয়া (১৯২৭-২০০৬) | হাজো | |
| ২০০০ | চন্দ্ৰপ্ৰসাদ শইকীয়া (১৯২৭-২০০৬) | যোৰহাট | |
| ২০০১ | হোমেন বৰগোহাঞি (১৯৩২-২০২১) | ডিব্ৰুগড় | |
| ২০০২ | হোমেন বৰগোহাঞি (১৯৩২-২০২১) | কলগাছিয়া | |
| ২০০৩ | বীৰেন্দ্ৰনাথ দত্ত (১৯৩৫-২০২৩) | উত্তৰ লখিমপুৰ | |
| ২০০৪ | বীৰেন্দ্ৰনাথ দত্ত (১৯৩৫-২০২৩) | হোজাই জিলা | |
| ২০০৫ | কনকসেন ডেকা (১৯৩৩-) | ছিপাঝাৰ | |
| ২০০৬ | কনকসেন ডেকা (১৯৩৩-) | বেলশৰ | |
| ২০০৭ | কনকসেন ডেকা (১৯৩৩-) | চাপৰ | |
| ২০০৯ | ৰংবং তেৰাং (১৯৩৭-) | ধেমাজি | |
| ২০১০ | ৰংবং তেৰাং (১৯৩৭-) | দেৰগাঁও | |
| ২০১৩ | ইমৰান শ্বাহ (১৯৩৩-) | বৰপেটা ৰোড | |
| ২০১৫ | ডাঃ ধ্ৰুৱজ্যোতি বৰা (১৯৫৫-) ২ | কলিয়াবৰ | |
| ২০১৭ | লক্ষ্মীনন্দন বৰা (১৯৩২-২০২১) | শিৱসাগৰ (শতবৰ্ষ অধিবেশন) | |
| ২০১৮ | পৰমানন্দ ৰাজবংশী (১৯৫৯-)৩ | বৰডুমচা | |
| ২০২০ | কুলধৰ শইকীয়া (১৯৫৯-) | শুৱালকুছি, কামৰূপ | |
| ২০২২ | ড° সূৰ্যকান্ত হাজৰিকা (১৯৫৬-) ৪ | নাৰায়ণপুৰ (২০২৩) | |
| ২০২৪ | বসন্ত কুমাৰ গোস্বামী (১৯৪২-) ৫ | পাঠশালা (২০২৫) | |