পলাশবাৰী (Pron:ˌpəlæsˈbɑːrɪ) (Palasbari) অসমৰ কামৰূপ জিলাৰ অন্তৰ্ভুক্ত এখন ঠাই৷
ভৌগোলিক বিৱৰণ
ভৌগোলিকভাৱে পলাশবাৰী .১ত অৱস্থিত৷ সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা প্ৰায় ৪৬ মিটাৰ (১৫০ ফুট)
আন্ত:গাঁথনি
২০১১ চনৰ লোকপিয়ল অনুসৰি পলাশবাৰীৰ মুঠ জনসংখ্যা ৪৭৪১ জন৷ ইয়াৰে ৫১% পুৰুষ আৰু ৪৯% মহিলা৷ মুঠ জনসংখ্যাৰ ৯% ছয় বছৰৰ অনুৰ্ধৰ৷
পলাশবাৰীৰ গড় সাক্ষৰতাৰ হাৰ ৮০%৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৮৫% আৰু ৭৫%৷
ৰাজনীতি
পলাশবাৰী গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত৷২
তথ্যসূত্ৰ
- ↑ Falling Rain Genomics, Inc - Palasbari
- ↑ List of Parliamentary & Assembly Constituencies. অসম. Election Commission of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পলাশবাৰী” প্ৰবন্ধৰ সংশোধন ৩৮৭৪৬৯ (১৪ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।