অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ভাৰতৰ ভৌগোলিক সূচকৰ তালিকা

ভৌগোলিক সূচক (GI) মানে নিৰ্দিষ্ট ভৌগোলিক অৱস্থান বা উৎপত্তিৰ সৈতে মিল খোৱা (যেনে: কোনো চহৰ, অঞ্চল বা দেশ) কিছুমান বিশেষ সামগ্ৰীৰ ওপৰত ব্যৱহৃত এটা নাম বা চিন।

হালনাগাদ: ৯ ছেপ্তেম্বৰ ২০২৫ ১৫৩ শব্দ · ১ মিনিট সংগৃহীত ৬১
সংশোধনৰ পৰামৰ্শ

ভৌগোলিক সূচক (GI) মানে নিৰ্দিষ্ট ভৌগোলিক অৱস্থান বা উৎপত্তিৰ সৈতে মিল খোৱা (যেনে: কোনো চহৰ, অঞ্চল বা দেশ) কিছুমান বিশেষ সামগ্ৰীৰ ওপৰত ব্যৱহৃত এটা নাম বা চিন। বিশ্ব বাণিজ্য সংস্থাৰ (WTO) সদস্য হিচাপে ভাৰতে ২০০৩ চনৰ ১৫ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱা সামগ্ৰীৰ ভৌগোলিক সূচক (পঞ্জীয়ন আৰু সুৰক্ষা) আইন ১৯৯৯ প্ৰণয়ন কৰে। বৌদ্ধিক সম্পত্তিৰ অধিকাৰৰ বাণিজ্য-সম্পৰ্কীয় দিশৰ চুক্তিৰ (TRIPS) অনুচ্ছেদ ২২ (১)ৰ অধীনত জিআইসমূহক এনেদৰে সংজ্ঞায়িত কৰা হৈছে: "যিবোৰে কোনো সামগ্ৰীক কোনো নিৰ্দিষ্ট ভূখণ্ডৰ পৰা উৎপত্তি হোৱা বুলি চিনাক্ত কৰে বা সেই ভূখণ্ডৰ কোনো অঞ্চল বা থলুৱা বুলি চিনাক্ত কৰে", য'ত শ্ৰেষ্ঠত্বৰ কোনো এটা নিৰ্দিষ্ট গুণ, সুনাম বা অন্যান্য বৈশিষ্ট্য মূলতঃ ইয়াৰ ভৌগোলিক কাৰণৰ বাবেই হয়।" ১ জি আই টেগে নিশ্চিত কৰে যে, অনুমোদিত ব্যৱহাৰকাৰী হিচাপে পঞ্জীয়ন কৰাসকলৰ বাহিৰে আন কোনোৱেই (বা অন্ততঃ ভৌগোলিক ভূখণ্ডৰ ভিতৰত বাস কৰাসকলৰ) জনপ্ৰিয় সামগ্ৰীৰ নাম ব্যৱহাৰ কৰিবলৈ অনুমতি নাপায়। ২০০৪–০৫ চনত ভাৰত চৰকাৰে স্বীকৃতি দিয়া প্ৰথম জি আই আছিল দাৰ্জিলিং চাহ।২

পঞ্জীয়নভুক্ত ভৌগোলিক সূচক

২০২৪ চনলৈকে ভাৰতত ৬৪৩টা পঞ্জীয়নভুক্ত ভৌগোলিক সূচক আছে:৩

তথ্যসূত্ৰ

  1. ↑ Geographical Indications: Point of View of Governments. WIPO
  2. ↑ GI tag in india. ইণ্ডিয়া টুডে
  3. ↑ Geographical indications in India. ভাৰত চৰকাৰ

সম্পৰ্কিত শ্ৰেণী

ভৌগোলিক স্বীকৃতিতালিকাসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ ভৌগোলিক সূচকৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৫৩৭৯৬৫ (৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।