অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বিলাসীপাৰা

বিলাসীপাৰা (IPA: ˈbɪlɑːsɪˌpɑːrə) (Bilasipara) অসমৰ ধুবুৰী জিলাত অৱস্থিত এখন চহৰ৷

হালনাগাদ: ১ আগষ্ট ২০২৬ ১০৬ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

বিলাসীপাৰা (IPA: ˈbɪlɑːsɪˌpɑːrə) (Bilasipara) অসমৰ ধুবুৰী জিলাত অৱস্থিত এখন চহৰ৷

ভৌগোলিক বিৱৰণ

ভৌগোলিকভাৱে বিলাসীপাৰা .১ত অৱস্থিত৷ সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা প্ৰায় ২৬ মিটাৰ (৮৫ফুট)

আন্ত:গাথঁনি

২০১১ চনৰ লোকপিয়ল অনুসৰি বিলাসীপাৰাৰ মুঠ জনসংখ্যা ৩১,০৯০ জন ৷ ইয়াৰে ৫১% পুৰুষ আৰু ৪৯% মহিলা৷ মুঠ জনসংখ্যাৰ ১৩% ছয় বছৰৰ অনুৰ্ধৰ৷

বিলাসীপাৰাৰ গড় সাক্ষৰতাৰ হাৰ ৬৮% ৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৪৭% আৰু ৬২%৷

শিক্ষা

বিদ্যালয়-

  • ৰোকা খাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়, বিলাসীপাৰা
  • শংকৰদেব শিশু নিকেতন, বিলাসীপাৰা
  • টাউন বালিকা উচ্চ মাধ্যমিক বিদ্যালয়

মহাবিদ্যালয়-

  • বিলাসীপাৰা মহাবিদ্যালয়
  • বি এম মহাবিদ্যালয়
  • বিলাসীপাৰা পাবলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়।

ৰাজনীতি

বিলাসীপাৰা ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত৷২

উল্লেখযোগ্য স্থান

  • গান্ধীচক (পুলিশ পইণ্ট)
  • বিলাসীপাৰা আই. এন. এ খেল পথাৰ

তথ্যসূত্ৰ

  1. ↑ Falling Rain Genomics, Inc - Bilasipara
  2. ↑ List of Parliamentary & Assembly Constituencies. অসম. Election Commission of India

সম্পৰ্কিত শ্ৰেণী

অসমৰ নগৰ-মহানগৰধুবুৰী জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিলাসীপাৰা” প্ৰবন্ধৰ সংশোধন ৬২২২৮০ (১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।