অ–ক্ষ সূচী
বৰ্ণানুক্ৰমে সকলো প্ৰবন্ধ। এটা আখৰ বাছক।
ক ১,৮৫০ প্ৰবন্ধ
- কিৰাত জাতিকিৰাত জাতি (কিৰাত, কিৰান্ত বা কিৰান্তি) হিমালয়ত বাস কৰা তিব্বত-বৰ্মন নৃতাত্ত্বিক গোট, বেছ…
- কিৰিত প্ৰদ্যুৎ দেৱ বৰ্মনকিৰিত প্ৰদ্যুৎ মাণিক্য দেৱ বৰ্মন বাহাদুৰ (Kirit Pradyot Manikya Deb Barman Bahadur) এগৰাকী…
- কিৰিপ চলিহাকিৰিপ চলিহা (জন্ম ১ নৱেম্বৰ ১৯৫৫) ভাৰতৰ চতুৰ্দশ লোকসভাৰ এজন সাংসদ আছিল। তেওঁ গুৱাহাটী অসমৰ…
- কিৰিবাথকিৰিবাথ (Kiribath) চাউলৰ পৰা তৈয়াৰী শ্ৰীলংকাৰ এক পৰম্পৰাগত খাদ্য। ইয়াক নাৰিকলৰ গাখীৰ(ৰস)…
- কিৰিবাথ বিহাৰশ্ৰীলংকাৰ প্ৰাচীন পৱিত্ৰ নগৰ অনুৰাধাপুৰত অৱস্থিত কিৰিবাথ বিহাৰ। এই বিহাৰৰ অৱশিষ্টৰ পৰা দেখ…
- কিৰেণ ৰিজিজুকিৰেণ ৰিজিজু (Kiren Rijiju; জন্ম: ১৯ নৱেম্বৰ ১৯৭১) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু অধিবক্…
- কিৰ্মীৰাসুৰকিৰ্মীৰ (সংস্কৃত: किर्मीर,) মহাভাৰতত উল্লেখ কৰা এক ৰাক্ষস। তেওঁ বকাসুৰৰ কনিষ্ঠ ভাতৃ আৰু হি…
- কীচককীচক মহাভাৰতৰ এটা চৰিত্ৰ। মৎস্য ৰাজ্যত ৰজা বিৰাটৰ সেনাবাহিনীৰ প্ৰধান সেনাপতি হিচাপে তেওঁ ক…
- কীটনাশককীটনাশক হৈছে বিষাক্ত পদাৰ্থ যিয়ে পোক-পৰুৱা বিনাশ কৰাত সহায় কৰে। ৰাসায়নিক কীটনাশক মূলতঃ …
- কীব'ৰ্ডকীব'ৰ্ড বা চাবিফলক (Keyboard) এটি ইনপুট ডিভাইচ্, ইয়াৰ সহায়ত কম্পিউটাৰলৈ বা আন কোনো যন্ত্…
- কীৰ্তন ঘোষা সংকলনশংকৰদেৱ ৰচিত কীৰ্তন ঘোষা পুথিখন এখন সংকলন পুথি আৰু ই শংকৰদেৱৰ মৃত্যুৰ পিছত সংকলয়িত হৈছিল৷…
- কীৰ্তন-ঘোষাকীৰ্তন-ঘোষা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এক শৰণ নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচনা কৰা এখন বৈষ্…
- কীৰ্তি কমল ভূঞাকীৰ্তি কমল ভূঞা একাধাৰে এজন গীতিকাৰ, কবি, নাট্যকাৰ, অনুবাদক, আবৃত্তিকাৰ, সম্পাদক আৰু সাংবা…
- কীৰ্তি কুলহাৰীকীৰ্তি কুলহাৰী (Kirti Kulhari) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল৷ কীৰ্তিয়ে সাধাৰণতে …
- কীৰ্তি জৈনকীৰ্তি জৈন ( Kirti Jain ) ভাৰতৰ প্ৰয়াগৰাজৰ এগৰাকী নাট পৰিচালক। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়…
- কীৰ্তি পাণ্ডিয়ানকীৰ্তি পাণ্ডিয়ান (ইংৰাজী: Keerthi Pandian; জন্ম: ১৮ ফেব্ৰুৱাৰী ১৯৯২) এগৰাকী ভাৰতীয় অভিনে…
- কীৰ্তি মেননকীৰ্তি মেনন (Kirti Menon; জন্ম: ২ আগষ্ট, ১৯৫৯) হৈছে দক্ষিণ আফ্ৰিকা জোহান্সবাৰ্গৰ এগৰাকী লে…
- কীৰ্তি সুৰেশকীৰ্তি সুৰেশ (Keerthy Suresh, জন্ম: ১৭ অক্টোবৰ ১৯৯২) হৈছে এগৰাকী ভাৰতীয় ছবিৰ অভিনেত্ৰী। ম…
- কীৰ্তিচন্দ্ৰ বৰুবৰুৱাকীৰ্তিচন্দ্ৰ বৰুবৰুৱা ওৰফে গেন্ধেলা আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ আৰু স্বৰ্গদেউ লক্ষ্মী সিং…
- কীৰ্তিনাথ হাজৰিকাকীৰ্তিনাথ হাজৰিকা (Kirtinath Hazarika) (১৯২২-২০০২) সাহিত্যিক কীৰ্তিনাথ হাজৰিকাৰ জন্ম হয় গ…
- কীৰ্ত্তিনাথ শৰ্মা বৰদলৈকীৰ্তিনাথ শৰ্মা বৰদলৈ (৭ নৱেম্বৰ, ১৮৭৮ - ২৩ ফেব্ৰুৱাৰী, ১৯৫২) অসমৰ এগৰাকী সংগীতজ্ঞ। তেওঁ এ…
- কীৰ্ত্তিমুখকীৰ্ত্তিমুখ বা কীৰ্তিমুখ (সংস্কৃত: कीर्तिमुख) হৈছে বিশাল দন্তযুক্ত, আৰু মেলি থকা মুখেৰে এক…
- কুঁচিয়ানামাকুঁচিয়ানামা হৈছে ২০২৩ চনৰ ডিচেম্বৰ মাহত প্ৰকাশিত অসমীয়া সাহিত্যিক সুপ্ৰকাশ ভূঞাৰ এখন চুট…
- কুঁহিকুঁহি আলোচনীখন নামনি অসমৰ সৰভোগৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ এখন ত্ৰিমহীয়া আলোচনী। এই ভিন্…
- কুঁহিপাঠ১৯৮৬ চনত অসমত নতুন শিক্ষা-নীতি প্ৰৱৰ্তন কৰা হয় আৰু সেই শিক্ষা-নীতিৰ আধাৰত অসমত প্ৰাথমিক স…
- কুঁহিয়াৰকুঁহিয়াৰ (Sugarcane) এবিধ তৃণজাতীয় শস্য। কুঁহিয়াৰ আমাৰ দেশৰ এবিধ অৰ্থশস্য হিচাপে বিখ্যা…
- কুঁৱৰী মেলকুঁৱৰী মেল( Kunwari Mel) আহোম যুগত কুঁৱৰীসকলক ভোগ কৰিবলৈ দিয়া ৰাজকীয় মৰ্যাদা৷ আহোম শাসন …
- কুঁৱৰীটোলকুঁৱৰীটোল (Kuwaritol) হʼল অসমৰ নগাঁও জিলাৰ কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এখন গাঁও আৰু স্থান…
- কুঁৱাকুঁৱা (Well) হৈছে তৰল সম্পদ, সাধাৰণতে পানী, আহৰণৰ বাবে খনন পদ্ধতিৰে মাটিত সৃষ্টি কৰা গভীৰ …
- কুইণ্টা ব্ৰানছনকুইণ্টা ব্ৰানছন (জন্ম: ২১ ডিচেম্বৰ ১৯৮৯) এগৰাকী আমেৰিকান অভিনেত্ৰী, কৌতুক অভিনেতা, লেখিকা …
- কুইণ্টিলিয়াকুইণ্টিলিয়া (১শ শতিকাত জীৱিত) এগৰাকী প্ৰাচীন ৰোমান মঞ্চ শিল্পী আছিল। তেওঁ এগৰাকী পেণ্টোমা…
- কুইন (২০১৪ চলচ্চিত্ৰ)কুইন ( Queen ) ২০১৪ চনত নিৰ্মিত এখন মহিলা প্ৰধান ভাৰতীয় হিন্দী ছবি। ইয়াৰ পৰিচালনা বিকাশ …
- কুইন ওজাকুইন ওজা (জন্ম ২৭ নৱেম্বৰ ১৯৫০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ব্যৱসায়ী মহিলা। তেওঁ ভাৰতীয…
- কুইন হাজৰিকাকুইন হাজৰিকা (জন্ম: ১৬ অক্টোবৰ ১৯৭৬) এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী। তেওঁৰ ঘৰ অসমৰ ল…
- কুইয়াৰকুইয়াৰ (Queer) শব্দটি যৌন আৰু লিংগীয় সংখ্যালঘু ব্যক্তিসকলক বুজাবলৈ ব্যৱহৃত হয়। সাধাৰণতে…
- কুইয়াৰ অধ্যয়নকুইয়াৰ অধ্যয়ন, যৌন বৈচিত্ৰ্য অধ্যয়ন, বা এলজিবিটি অধ্যয়ন (Queer Studies) হৈছে যৌন অভিমু…
- কুইয়াৰ তত্ত্বকুইয়াৰ তত্ত্ব (Queer Theory) হ'ল এটা সমালোচনাত্মক সামাজিক তত্ত্ব। ১৯৯০ ৰ দশকত Poststructu…
- কুইয়াৰ পৰ্ণগ্ৰাফীকুইয়াৰ পৰ্ণগ্ৰাফী (ইংৰাজী: Queer pornography)ত বিভিন্ন লিংগ পৰিচয় আৰু যৌন অভিমুখীতাৰ অভি…
- কুইলতাকুইলতা বা কুলতা ভাৰতৰ ওড়িশা ৰাজ্যৰ অন্যতম কৃষক সম্প্ৰদায়। এই সম্প্ৰদায়ৰ লোকসকলে বিশেষকৈ…
- কুক দ্বীপপুঞ্জৰ শ্ৰুতিকথাকুক দ্বীপপুঞ্জৰ শ্ৰুতিকথা বা কুক দ্বীপপুঞ্জৰ পৌৰাণিক কাহিনী (ইংৰাজী: Cook Islands mytholog…
- কুকমিন বেংককুকমিন বেংক (কোৰিয়ান:주식회사 국민은행) হৈছে দক্ষিণ কোৰিয়াৰ এটা বেংক যিয়ে মূলতঃ দক্ষিণ কোৰিয়াত…
- কুকি জনগোষ্ঠীকুকি জনগোষ্ঠী (Kuki Tribe) হৈছে উত্তৰ-পূব ভাৰতৰ মণিপুৰ, নাগালেণ্ড, অসম, মেঘালয়, ত্ৰিপুৰা …
- কুকুকুকু বা কুক (পাৰ্চী ভাষাত: کوکو ) কণীৰ লগত বিভিন্ন উপাদান মিহলাই তৈয়াৰ কৰা ইৰানৰ ব্যঞ্জন।…
- কুকুইক’ক’ (ইংৰাজী: Coco), ক’কা (Coca), কুক’ (Cuco), কুকা (Cuca), কুকু (Cucu), কুকুই (Cucuy, Cu…
- কুকুৰপোহনীয়া কুকুৰ (Canis lupus familiaris বা Canis familiaris) হৈছে canid গোটৰ কিছুমান স্তন্য…
- কুকুৰ আৰু তাৰ প্ৰতিচ্ছবিকুকুৰ আৰু তাৰ প্ৰতিচ্ছবি'(ডগ এণ্ড হিজ ৰিফ্লেকচন) ইছপৰ এটা অন্যতম উপকথা। মূল গ্ৰীক কাহিনীটো…
- কুকুৰ গাঁওকুকুৰ হৈছে মধ্য আলবেনিয়াৰ এলবাছান জিলাৰ এখন গাঁও আৰু পূৰ্বৰ এটা পৌৰসভা। ২০১৫ চনৰ স্থানীয়…
- কুকুৰ তিহাৰ (উৎসৱ)কুকুৰ তিহাৰ বা নেপালী ভাষাত নৰক চতুৰ্দশী এক বাৰ্ষিক হিন্দু উৎসৱ, যাৰ উৎপত্তি নেপালত আৰু তি…
- কুকুৰনেচীয়া মানুহকুকুৰনেচীয়া মানুহ হৈছে অৰুণ শৰ্মাৰ এখন উল্লেখযোগ্য নাটক। এই নাটকখন প্ৰথমে ১৯৬৫ চনত হোমেন …
- কুকুৰাকুকুৰা (Chicken) এক প্ৰকাৰৰ পোহনীয়া চৰাই, বনকুকুৰাৰ এক উপ-প্ৰজাতি। এবিধ সাধাৰণ আৰু বিশ্বব…
- কুকুৰা যুঁজকুকুৰা যুঁজ (Cockfight) অসমৰ এক পৰম্পৰাগত খেল। অসমৰ বহু অঞ্চলত কুকুৰা যুঁজৰ ব্যাপক জনপ্ৰিয…
- কুকুৰা-ঠেঙীয়া গছকুকুৰা-ঠেঙীয়া গছ (বৈজ্ঞানিক নাম: Leea sambucina) এবিধ লেংলেঙীয়া বিধৰ জোপোহা গছ৷ উজনি অসম…
- কুকুৰীকণাকুকুৰীকণা ( Nyctalopia ) ( গ্ৰীক νύκτ-, nykt- "ৰাতি"; ἀλαός, alaos "অন্ধ, দেখা নাই", আৰু ὄ…
- কুকুৰৰ মাংসকুকুৰৰ মাংস হৈছে কুকুৰৰ পৰা পোৱা মাংস৷ ঐতিহাসিকভাৱে বিশ্বৰ বহু ঠাইত কুকুৰৰ মাংস খোৱাৰ বিষয…
- কুক্কুটধ্বজকুক্কুটধ্বজ (সংস্কৃত: कुक्कुटध्वज) বা কুকুৰাৰ পতাকা হিন্দু দেৱতা কাৰ্তিকৰ পতাকা, তামিল পৰম…
- কুচিপুড়িকুচিপুড়ি (Kuchipudi) ভাৰতৰ শাস্ত্ৰীয় নৃত্যৰ এটা প্ৰধান শাস্ত্ৰীয় নৃত্য শৈলী। সপ্তদশ শতি…
- কুচিয়া মাছকুচিয়া মাছ (Asian Swamp Eel) একপ্ৰকাৰৰ ইল প্ৰজাতিৰ মাছ। Sybranchidae পৰিয়ালৰ অন্তৰ্গত এই…
- কুছ তো লোগ কহেংগেকুছ তো লোগ কহেংগে (कुछ तो लोग कहेंगे) হ'ল চ'নী টিভিত দিয়া হিন্দী ভাষাৰ এখন ভাৰতীয় ধাৰাবা…
- কুছাভিৰাকুছাভিৰা বা কুছাভিভা ৰামধেনু দেৱতা আৰু মুইস্কাৰ ধৰ্মত শ্ৰমিক মহিলা আৰু ৰোগীৰ ৰক্ষক। মুইস্ক…
- কুঞ্জলতাকুঞ্জলতা বা আইপ'মিয়া কোৱাম'ক্লিট হৈছে এবিধ লতাজাতীয় সপুষ্পক উদ্ভিদ। ইয়াক ইংৰাজীত চাইপ্ৰ…
- কুঞ্জাং চোডেনকুঞ্জাং চোডেন (জন্মঃ ১৯৫২) হৈছে এগৰাকী ভূটানৰ লেখক। ইংৰাজী ভাষাত উপন্যাস লিখা তেওঁ হ'ল ভূট…
- কুঞ্জৰাণী দেৱীনামেইৰাকপাম কুঞ্জৰাণী দেৱী (জন্ম ১ মাৰ্চ ১৯৬৮) এগৰাকী ভাৰতীয় ভাৰোত্তোলক। তেওঁ আন্তৰ্জাতিক…
- কুটিয়াদিকুটিয়াডি (Kuttiady) কেৰালা ৰাজ্যৰ কোঝিকোড জিলাৰ অন্যতম বৃহৎ চহৰ। কুটিয়াদি কেৰালাৰ কুটিয়…
- কুটিয়াাটুৰ আমকুট্টিয়াট্টুৰ আম (Kuttiattoor mango) বা কুট্টিয়াট্টুৰ মাংগা হৈছে ভাৰতৰ কেৰালাৰ কান্নুৰ জ…
- কুটিল লিপিষষ্ঠ শতিকাৰ পৰা নৱম শতিকালৈকে উত্তৰ ভাৰতত প্ৰচলিত উত্তৰ-ব্ৰাহ্মী লিপিৰ পৰা বিকশিত হোৱা গুপ…
- কুটুম চৰাইকুটুম চৰাই (Watercock, বৈজ্ঞানিক নাম: Gallicrex cinerea) 'Rallidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এ…
- কুট্টি শ্ৰাংক (চলচ্চিত্ৰ)কুট্টিশ্ৰাংক (Kutty Srank) হৈছে ২০১০ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় মালায়ালম আৰ্টহাউছ চলচ্…
- কুট্টি ৰেৱতীএছ ৰেৱতী (ছদ্মনাম: কুট্টি ৰেৱতী; জন্ম ১৯৭৪) হৈছে এগৰাকী ভাৰতীয় গীতিকাৰ, কবি, সক্ৰিয়তাবাদ…
- কুট্টিচাথান থেয়্যামকুট্টিচাথান থেয়্যাম (Kuttichathan Theyyam ) যাক সস্তপ্পন থেয়্যাম বুলিও জনা যায় ভাৰতৰ কে…
- কুট্টিপুঝা কৃষ্ণ পিল্লাইকুট্টিপুঝা কৃষ্ণ পিল্লাই (মালয়ালম: കുറ്റിപ്പുഴ കൃഷ്ണപ്പിള്ള; ১ আগষ্ট ১৯০০ – ১১ ফেব্ৰুৱাৰী…
- কুট্টুকাৰীকুট্টুকাৰী (Koottukari) দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ এবিধ পৰম্পৰাগত থলুৱা আঞ্জা বা ব্যঞ্জন। …
- কুডিয়াট্টমকুডিয়াট্টম ( കൂടിയാട്ടം; IAST: kūṭiyāṭṭaṁ; ) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ এটা পৰম্পৰাগত পৰিৱে…
- কুডেভিডেকুডেভিডে? (Koodevide) হৈছে ১৯৮৩ চনত মুক্তিপ্ৰাপ্ত, মালায়ালম ভাষাৰ এখন ড্ৰামা চলচ্চিত্ৰ৷ প…
- কুঢ়ি মাছকুঢ়ি বা কুৰিহা (বৈজ্ঞানিক নাম: Labeo gonius) (Kuria labeo) হৈছে চাইপ্ৰিনিডি পৰিয়ালৰ অন্ত…
- কুণাল গাঞ্জাৱালাকুণাল গাঞ্জাৱালা (કુણાલ ગાંજાવાલા, Kunal Ganjawala) (জন্ম: ১৪ এপ্ৰিল, ১৯৭২) হৈছে এজন ভাৰতী…
- কুণ্ডল শ্বাহী ভাষাকুণ্ডল শ্বাহী (, Kunḍal Šāhī) এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি পাকিস্তান অধীকৃত কাশ্মীৰৰ ন…
- কুণ্ডলিনীকুণ্ডলিনী (সংস্কৃত: कुण्डलिनी, ৰোমানীকৃত: kuṇḍalinī; আক্ষৰিক অৰ্থ: 'কুণ্ডলীবদ্ধ সৰ্প') হিন…
- কুণ্ডিনাপুৰীকুণ্ডিনাপুৰী ভীম নামৰ এজন পৌৰাণিক ৰজাৰ দ্বাৰা শাসিত বিদৰ্ভ ৰাজ্যৰ ৰাজধানী আছিল। এই বিদৰ্ভ …
- কুণ্ডৱাই পিৰাটিয়াৰকুণ্ডৱাই পিৰাটিয়াৰ, সাধাৰণতে একনামেৰে কুণ্ডৱৈ নামেৰে জনাজাত, দশম শতিকাত দক্ষিণ ভাৰতত বাস …
- কুতুব আহমেদ মজুমদাৰকুতুব আহমেদ মজুমদাৰ ( – ২৭ নবেম্বৰ ২০১৯) অসমৰ এজন শিক্ষক আৰু ৰাজনীতিবিদ আছিল। তেঁও ছোনাই ব…
- কুতুব মিনাৰকুতুব মিনাৰ (Qutb Minar) হৈছে টোমাৰা ৰাজপুতসকলে প্ৰতিষ্ঠা কৰা দিল্লীৰ আটাইতকৈ পুৰণি দুৰ্গম…
- কুতুব মিনাৰ আৰু সংলগ্ন স্মাৰকসমূহকুতুব মিনাৰ আৰু সংলগ্ন স্মাৰকসমূহ দিল্লীৰ দক্ষিণাঞ্চলত অবস্থিত। লাল বেলেপাথৰেৰে নিৰ্মিত এই…
- কুতুবুদ্দিন আহমেদকুতুবুদ্দিন আহমেদ (Kutubuddin Ahmed; ৩ জানুৱাৰী ১৯৪৮- ৪ এপ্ৰিল ২০২১) হ'ল এজন অসমীয়া লেখক,…
- কুথিয়োট্টমকুথিয়োট্টম দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যত প্ৰচলিত এক পৰম্পৰাগত ধৰ্মীয় লোককলা আৰু আধ্যাত্মিক …
- কুথুকুথু বা থেৰুকুথু এক প্ৰাচীন তামিল শিল্পকলা। ইয়াত শিল্পীসকলে নৃত্য আৰু সংগীতৰ মাধ্যমেৰে মহ…
- কুদচিয়া তাহচিনকুদচিয়া তাহচিন (Qudsia Tahseen; জন্ম ১৫ ডিচেম্বৰ ১৯৬৪) আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰ…
- কুনাপিপিকুনাপিপি বা গুণাবিবি বুলিও কোৱা হয়,(অৰ্থ 'গৰ্ভ') এগৰাকী সৃষ্টিকৰ্তা দেৱী আৰু অষ্ট্ৰেলিয়া…
- কুনাল গোস্বামীকুনাল গোস্বামী (Kunal Goswami) এগৰাকী ভাৰতীয় অভিনেতা আৰু ব্যৱসায়ী ব্যক্তিত্ব যিয়ে চলচ্চ…
- কুন্তলা কুমাৰী সাবতকুন্তলা কুমাৰী সাবত (১৯০১–১৯৩৮) ঔপনিৱেশিক ভাৰতৰ সময়ত এগৰাকী ওড়িয়া কবি। ভাৰতৰ স্বাধীনতা …
- কুন্তিলানককুন্তিলানক (ইণ্ডোনেছীয় নাম),বা পণ্টিয়ানক (মালয় নাম), বা যক্ষী (হিন্দু ধৰ্ম/ হিন্দু পৌৰা…
- কুন্তীমহাভাৰতৰ আখ্যানমতে কুন্তী (कुन्ती) বা পৃথ্বা মথুৰাৰৰ যাদৱবংশীয় ৰজা শূৰসেনৰ কন্যা, আৰু ৰজা…
- কুন্দa – bed b – carriage (with cross-slide and toolpost)
- কুন্দনকুন্দন (Kundan) ভাৰতৰ অলংকাৰৰ এক বিশেষ শৈলী। ভাৰতীয় ৰত্ন খচিত অলংকাৰৰ এক পৰম্পৰাগত ৰূপ হি…
- কুন্দনলাল চাইগলকুন্দনলাল চাইগল (Kundan Lal Saigal) কুন্দনলাল চাইগল আছিল ভাৰতীয় চলচ্চিত্ৰৰ এজন বিখ্যাত অভ…
- কুন্দনিকা কাপাডিয়াকুন্দনিকা কাপাডিয়া (Kundanika Kapadia; (১১ জানুৱাৰী, ১৯২৭ – ৩০ এপ্ৰিল, ২০২০) গুজৰাটী ভাষা…
- কুন্দাৰ ভকতকুন্দাৰ ভকত (১৮-১৯ শতিকা) মোৱামৰীয়া সম্প্ৰদায়ৰ কৈৱৰ্তকুলীয়া ভকত আছিল। প্ৰকৃত নাম আছিল ল…
- কুন্নাথুৰ পাড়িকুন্নাথুৰ পাড়ি কেৰালাৰ কান্নুৰ জিলাৰ পইয়াবুৰ গ্ৰাম পঞ্চায়তত থকা এখন গাওঁ। এই ঠাইখন হিন্…
- কুন্নিকল অজিতাকুন্নিকল অজিতা (Kunnikkal Ajitha, জন্ম: ১৯৫০) এগৰাকী প্ৰাক্তন ভাৰতীয় নক্সালবাদী যিয়ে ১৯৬…
- কুপিয়া ভাষাকুপিয়া বা বাল্মিকী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ভাৰতৰ উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ …
- কুপ্পাম নদীকুপ্পাম নদী (Kuppam River) মূলতঃ ভাৰতৰ কেৰালা ৰাজ্যৰ কান্নুৰ জিলাৰ মাজেৰে বৈ যোৱা এখন নদী।…
- কুফিকুফি বা কুফি টুপী হৈছে উত্তৰ আফ্ৰিকা, পূব আফ্ৰিকা, পশ্চিম আফ্ৰিকা আৰু দক্ষিণ এছিয়াৰ পুৰুষ…
- কুবা শিল্পকুবা শিল্পত বিভিন্ন ধৰণৰ মাধ্যমৰ শৃংখল থাকে, যাৰ বহুখিনি কুবা ৰাজ্যৰ মুখীয়াল আৰু ৰজাৰ দৰব…
- কুবাইকুবাই (তুৰ্কী: Kübey) তুৰ্কী পৌৰাণিক কাহিনীত জন্ম আৰু সন্তানৰ দেৱী। সন্তান জন্ম দিয়া নাৰী…
- কুবেৰকুবেৰ (कुबेर) বা কুবেৰন হৈছে হিন্দু ধৰ্মৰ সম্পত্তিৰ দেৱতা আৰু যক্ষসকলৰ ৰজা। তেওঁক উত্তৰ দি…
- কুব্জাকুব্জা মথুৰাৰ এগৰাকী কিংবদন্তি কুঁজা মহিলা, যাক হিন্দু দেৱতা কৃষ্ণই উদ্ধাৰ কৰি সুন্দৰ কৰি …
- কুব্জিকাকুব্জিকা (कुब्जिक) হৈছে অসিদ্ধান্তিক মন্ত্ৰ মাৰ্গ সম্প্ৰদায়ৰ এটা পন্থা কুব্জিকামতৰ প্ৰাথম…
- কুমকুমকুমকুম (জয়বুন্নিসা খান; ২২ এপ্ৰিল ১৯৩৪ – ২৮ জুলাই ২০২০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁৰ জ…
- কুমকুম ভাগ্যকুমকুম ভাগ্য (ইংৰাজী: Kumkum Bhagya; অনুবাদ: মোৰ ভাগ্যৰ সেন্দূৰ) হ’ল বালাজী টেলিফিল্মছৰ অধ…
- কুমলী দেৱীকুমলী দেৱী ( Kumali Devi) আছিল ১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ এগৰাকী সক্ৰিয় স্বাধীনতা সংগ্ৰামী…
- কুমাঊঁ বিভাগকুমাঊঁ (; কুমাঊঁনী: Kumāū; ) ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ এটি ৰাজহ আৰু প্ৰশাসনিক বিভাগ। ই উত্তৰ…
- কুমাঊঁনী ভাষাকুমাঊঁনী (कुमाऊँनी, কুমাওনি) এটি ভাৰতীয়-আৰ্য ভাষা যি ২ নিযুততকৈ অধিক লোকৰ দ্বাৰা ভাৰতৰ উত…
- কুমান থংকুমান থং (থাই: กุมารทอง) থাই লোকধৰ্মৰ এজন ঘৰুৱা দেৱতা। সঠিকভাৱে শ্ৰদ্ধা কৰিলে এই দেৱতাই গৃ…
- কুমালী ভাষাকুমালী, কুম্হালী বা কুম্বালে এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি নেপালৰ কুমাল লোকৰ দ্বাৰা ঘাই…
- কুমাৰ কিশোৰকুমাৰ কিশোৰ (১৯২৯-১৯৮৫) অসমৰ এগৰাকী ঔপন্যাসিক৷ তেখেতৰ প্ৰকৃত নাম আছিল কিশোৰী মোহন শৰ্মা। ক…
- কুমাৰ চানুকেদাৰনাথ ভট্টাচাৰ্য (জন্ম ২০ অক্টোবৰ ১৯৫৭), কুমাৰ চানু (বাংলা: কুমাব় শানু, হিন্দী: कुमार …
- কুমাৰ ভাস্কৰ বৰ্মাকুমাৰ ভাস্কৰ বৰ্মা বৰ্মণ ৰাজবংশৰ অন্তৰ্গত কামৰূপ ৰাজ্যৰ এক প্ৰসিদ্ধ ৰজা। ৰজা হৰ্ষবৰ্দ্ধনৰ …
- কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয (Kumar Bhaskar Varma Sanskrit …
- কুমাৰ ভৱেশকুমাৰ ভৱেশ (ইংৰাজী: Kumar Bhabesh), প্ৰকৃত নাম: ভৱেশ কলিতা; জন্ম: মিৰ্জা, কামৰূপ গ্ৰাম্য) …
- কুমাৰ স্বামী কামৰাজ নাদাৰকুমাৰা স্বামী কামৰাজ নাদাৰ (Kumara Swami Kamraj Nadar) (১৯০৩-১৯৭৫) ১৯৭৬ চনত ভাৰত-ৰত্ন সন্ম…
- কুমাৰজীৱকুমাৰজীৱ (৩৩৪-৪১৩ খ্ৰীষ্টাব্দ) কুচা ৰাজ্যৰ এজন বৌদ্ধ ভিক্ষু, পণ্ডিত তথা অনুবাদক আছিল। তেওঁ…