কুমালী, কুম্হালী বা কুম্বালে এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি নেপালৰ কুমাল লোকৰ দ্বাৰা ঘাইকৈ ব্যৱহৃত। এই গোষ্ঠীৰ জনসংখ্যা প্ৰায় ১২১০০০ যাৰ ১২০০০ লোকে কুমালী ভাষা কয়।১
তথ্যসূত্ৰ
- ↑ Government of Nepal. National Planning Commission Secretariat. Central Bureau of Statistics. (2012). National Population and Housing Census 2011 (National Report). পৃ. 144, 164
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুমালী ভাষা” প্ৰবন্ধৰ সংশোধন ৩৮৮৮৭৩ (২৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।