কুইন ওজা (জন্ম ২৭ নৱেম্বৰ ১৯৫০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ব্যৱসায়ী মহিলা। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সদস্যা। ওজাই ২০১৯ চনৰ পৰা ২০২৪ চনলৈ গুৱাহাটী সমষ্টি প্ৰতিনিধিত্ব কৰি লোকসভাৰ সদস্য হিচাপে সেৱা আগবঢ়ায়।১২৩ ১৯৯৬ চনৰ পৰা ১৯৯৭ চনলৈকে গুৱাহাটী পৌৰ নিগম মেয়ৰ হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।৪
তথ্যসূত্ৰ
- ↑ (21 March 2019). BJP's Lok Sabha polls first list: PM Narendra Modi to contest from Varanasi, Amit Shah from Gandhinagar. New Indian Express
- ↑ (13 May 2005). New mayor assumes charge - Talukdar pledges to concentrate on cleanliness, water supply & funds for new schemes. The Telegraph
- ↑ (24 May 2019). https://economictimes.indiatimes.com/news/elections/lok-sabha/bjp-improves-tally-in-assam-bags-nine-of-14-seats/articleshow/69476425.cms
- ↑ List of Mayor in Guwahati Municipal Corporation. Guwahati Municipal Corporation. Government of Assam
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুইন ওজা” প্ৰবন্ধৰ সংশোধন ৫৩০৬৮২ (৬ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।