[[চিত্ৰ:Lathe.PNG|১৯১১ চনৰ এটা কুন্দ যন্ত্ৰৰ বিভিন্ন অংশ সমূহ
a – bed
b – carriage (with cross-slide and toolpost)
c – headstock
d – back gear (other geartrain nearby drives leadscrew)
e – cone pulley for a belt drive from an external power source
f – faceplate mounted on spindle
g – tailstock
h – leadscrew]]

কুন্দ বা লেথ হৈছে এটা যন্ত্ৰ য'ত বস্তু এটা এক অক্ষত ঘূৰাই কাটি, ফুটা কৰি ধুনীয়াকৈ অক্ষৰ সমমিত কৰি বনোৱা হয়।
ব্যৱহাৰ
কাঠৰ কামত, ধাতুৰ বস্তু বনোৱাৰ কামত, ৰং স্প্ৰে কৰা, কাচৰ বস্তু, মাটিৰৰ বস্তু বনোৱা কামত কুন্দ ব্যৱহাৰ কৰা হয়। যিটো বস্তুঅৰ ওপৰত কাম কৰা হয় তাক তাৰ দুযোফাল ধৰি ৰাখি এটাফাল ঘূৰোৱা হয় আৰু কামবোৰ কৰা হয়।
কুন্দত তৈয়াৰ কৰা বস্তু
কুন্দত তৈয়াৰ কৰা বস্তুসমূহ হ'ল স্ক্ৰু, মমৰ মাৰি, বেচবল বেট, খুটা, বাৱল, বাদ্যযন্ত্ৰ আদি।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুন্দ” প্ৰবন্ধৰ সংশোধন ৫০৩৫৭০ (১৪ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।