অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কুতুব আহমেদ মজুমদাৰ

কুতুব আহমেদ মজুমদাৰ ( – ২৭ নবেম্বৰ ২০১৯) অসমৰ এজন শিক্ষক আৰু ৰাজনীতিবিদ আছিল। তেঁও ছোনাই বিধানসভা সমষ্টিৰ বিধায়ক আছিল।

হালনাগাদ: ১৭ ছেপ্তেম্বৰ ২০২৫ ৫৫ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

কুতুব আহমেদ মজুমদাৰ ( – ২৭ নবেম্বৰ ২০১৯) অসমৰ এজন শিক্ষক আৰু ৰাজনীতিবিদ আছিল। তেঁও ছোনাই বিধানসভা সমষ্টিৰ বিধায়ক আছিল।

জীবনী

কুতুব আহমেদ মজুমদাৰ মনিপুৰি মুছলিম আছিল।১২ তেঁও ১৯৬১ চনত গুৰুচৰ কলেজ হৈতে স্নাতক ডিগ্ৰি লাভ কৰিছিল।৩ ২০০৬ সনত তেঁও ছোনাই বিধানসভা সমষ্টিৰ বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল।৪৫৬ ২০১৯ চনৰ ২৭ নবেম্বৰ ৮০ বয়সত তেখেতৰ মৃত্যু হৈছিল।৭

তথ্যসূত্ৰ

  1. ↑ (2 April 2010). Gogoi assures economic package for Manipuris. The Assam Tribune
  2. ↑ (20 September 2017). Manipuri Muslim organisation condemns atrocities on Rohingyas. The Sentinel
  3. ↑ KUTUB AHMED MAZUMDER. www.myneta.info
  4. ↑ Assam Assembly Election Results in 2006. www.elections.in
  5. ↑ List of Winners in Assam 2006. www.myneta.info
  6. ↑ Assam Legislative Assembly - Members 2006-2011. Assam Legislative Assembly
  7. ↑ (28 November 2019). Ex-Cong MLA Kutub Ahmed Mazumder dead. The Assam Tribune

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজনীতিকঅসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুতুব আহমেদ মজুমদাৰ” প্ৰবন্ধৰ সংশোধন ৫৩৯০৬৫ (১৭ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।