| Kupia | |
|---|---|
| Valmiki, Balmiki | |
| Native to | ভাৰত |
| Region | ওড়িশা, অন্ধ্ৰপ্ৰদেশ |
| Ethnicity | 79,000 (2007)১ |
| Native speakers | 6,600 (2007)১ |
| Language family | Indo-European *Indo-Iranian ** Indo-Aryan *** Eastern **** Odia ***** Kupia |
| লিখন পদ্ধতি | Odia, Telugu |
| Language codes | |
| ISO 639-3 | key |
| Glottolog | kupi1238 |
কুপিয়া বা বাল্মিকী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ভাৰতৰ ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ বাল্মিকী লোকে ব্যৱহাৰ কৰে। এই ভাষা ওড়িয়া উপগোটৰ অন্তৰ্গত। বাল্মিকীসকল জনগোষ্ঠীয় লোক যিয়ে মুখ্যতঃ উৰিষ্যাৰ কৰাপুত আৰু আন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনং জিলাত বাস কৰে।২
লিপি
কুপিয়া ভাষা সাধাৰণতে ওড়িয়া বা তেলুগু লিপিৰে লিখা হয়, লিখোঁতা উৰিষ্যাৰ নে অন্ধ্ৰ প্ৰদেশৰ, তাৰ ভিত্তিত।২ সত্যপতি প্ৰসন্ন শ্ৰীয়ে কুপিয়াৰ বাবে এক নতুন লিপি তৈয়াৰ কৰি উলিয়াইছে।
তথ্যসূত্ৰ
- ↑ Kupia at Ethnologue (18th ed., 2015) (subscription required)
- ↑ Pattanayak, Subrat Kalayan; Dash, Biswanandan. (December 2020). An Ethnolinguistic Repositioning of the Balmiki Language of Odisha: A Bibliographic Appraisal. Centurion University of Technology and Management
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুপিয়া ভাষা” প্ৰবন্ধৰ সংশোধন ৩৫৪২৬৩ (১৫ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।