পোহনীয়া কুকুৰ (Canis lupus familiaris বা Canis familiaris) হৈছে canid গোটৰ কিছুমান স্তন্যপায়ী প্ৰাণী।
কুকুৰে মানুহৰ বাবে বহু কাম কৰে, যেনে চিকাৰ, herding, বোজা কঢ়িওৱা, সুৰক্ষা প্ৰদান, পুলিচৰ সহায় আৰু মিলিটেৰী সহায়, সংগী, আৰু, একেবাৰে শেহতীয়াকৈ, বিকলাংগ ব্যক্তিৰ সহায় আদি। মানুহৰ সমাজত কুকুৰৰ এনে প্ৰভাৱৰ বাবেই, ইহঁতক "প্ৰভুভক্ত" বুলি কোৱা হয়। কিছুমান সংস্কৃতিত, কুকুৰক মাংসৰ উৎস হিচাপেও ব্যৱহাৰ কৰা হয়।১২
তথ্যসূত্ৰ
- ↑ Wingfield-Hayes, Rupert. (29 June 2002). China's taste for the exotic. BBC News
- ↑ (31 December 2001). Vietnam's Dog meat tradition. BBC News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুকুৰ” প্ৰবন্ধৰ সংশোধন ৩৭৩৯৭৬ (১৩ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।