কুঁহি আলোচনীখন নামনি অসমৰ সৰভোগৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ এখন ত্ৰিমহীয়া আলোচনী। এই ভিন্নবিষয়ক আলোচনীখন ১ জানুৱাৰী, ২০১৪১ তাৰিখৰ পৰা প্ৰকাশিত হৈ আছে।
তথ্যসূত্ৰ
- ↑ (19 June 2015). Kunhi – An Assamese quarterly published magazine published from Sorbhog, Assam. Freestyle Post
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুঁহি” প্ৰবন্ধৰ সংশোধন ৩৮৬৭৯৬ (১০ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।