কুছ তো লোগ কহেংগে (कुछ तो लोग कहेंगे) হ'ল চ'নী টিভিত দিয়া হিন্দী ভাষাৰ এখন ভাৰতীয় ধাৰাবাহিক। পাকিস্তানৰ "ধূপ-কিনাৰে" নামৰ এখন ধাৰাবাহিকৰ পুনৰ নিৰ্মাণ হৈছে এই কুছ তো লোগ কহেংগে ধাৰাবাহিক। কুছ তো লোগ কহেংগে নিৰ্মাণ হৈছে ১৮ বছৰ বয়সৰ পাৰ্থক্য থকা দুজন লোকৰ প্ৰেমৰ ওপৰত।
অভিনয় শিল্পী
- কৃতিকা কামৰা ( ডক্টৰ নিধি বৰ্মা )
- মনিশ ভাল(অক্টোবৰ ৩, ২০১১ - মাৰ্চ ৮, ২০১২) -- শৰড কেলকাৰ (মাৰ্চ ৯, ২০১২ - বৰ্তমান) ( ডক্টৰ আছোটোস )
- কাৰাণ ৱাহি (ৰোহন)
- নিতেশ পাণ্ডে (আৰমান)
- ৰুখাৰ ৰহমান (ডক্টৰ মল্লিকা)
- বিশাল মালহুদ্ৰা (ডক্টৰ ৰংঙ্গনাথ)
- ইশিতা শৰ্মা (অনজি)
- বিজয় কাশ্যাপ (কাৰ্ণেল য়োগৰাজ বৰ্মা)
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুছ তো লোগ কহেংগে” প্ৰবন্ধৰ সংশোধন ৩৮০৪৮২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।