অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

কুটিয়াদি

কুটিয়াডি (Kuttiady) কেৰালা ৰাজ্যৰ কোঝিকোড জিলাৰ অন্যতম বৃহৎ চহৰ। কুটিয়াদি কেৰালাৰ কুটিয়াডি নদীৰ পাৰত অৱস্থিত। চহৰখন পশ্চিমঘাট পৰ্বতমালাৰ ঢালত অৱস্থিত। কুটিয়াডি কেৰালাৰ ১৪০টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম।

হালনাগাদ: ১২ আগষ্ট ২০২৬ ৯২ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

কুটিয়াডি (Kuttiady) কেৰালা ৰাজ্যৰ কোঝিকোড জিলাৰ অন্যতম বৃহৎ চহৰ। ১২ কুটিয়াদি কেৰালাৰ কুটিয়াডি নদীৰ পাৰত অৱস্থিত। চহৰখন পশ্চিমঘাট পৰ্বতমালাৰ ঢালত অৱস্থিত। কুটিয়াডি কেৰালাৰ ১৪০টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম।

জনগাঁথনি

২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি, কুটিয়াডি গাঁও পঞ্চায়তৰ মুঠ জনসংখ্যা আছিল ১৯,৩৫১ জন। ইয়াৰে ১০,২৫১ জন পুৰুষ আৰু ৯,৫৫০ জন মহিলা। কুটিয়াডিৰ মুঠ জনসংখ্যাৰ ১১.৫৯% লোকৰ বয়স ৬ বছৰৰ তলত।৩ কুটিয়াডি চহৰখন কুটিয়াডি, মাৰুথোমকাৰা, চাংগাৰোথ আৰু কায়াক্কোডি—এই চাৰিখন গ্ৰাম পঞ্চায়তৰ সীমাৰ মাজত বিস্তৃত। সেয়েহে কুটিয়াডি চহৰৰ প্ৰকৃত জনসংখ্যা কেৱল কুটিয়াডি পঞ্চায়তৰ জনসংখ্যাৰ সমান বুলি ধৰা নাযায়। কুটিয়াডি পঞ্চায়তে চহৰখনৰ মাত্ৰ প্ৰায় ৫০% অঞ্চলহে সামৰি লৈছে।

তথ্যসূত্ৰ

  1. ↑ Kuttiyadi near Vadakara in Kozhikode. www.keralatourism.org
  2. ↑ Kuttiadi in Kozhikode · Districts of Malabar, Kerala. www.keralatourism.org
  3. ↑ Kuttiadi Village Population - Vadakara - Kozhikode, Kerala. www.census2011.co.in

সম্পৰ্কিত শ্ৰেণী

কেৰালাভাৰতৰ নগৰ মহানগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুটিয়াদি” প্ৰবন্ধৰ সংশোধন ৬২৬৪৬৬ (১২ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।