কিৰিপ চলিহা (জন্ম ১ নৱেম্বৰ ১৯৫৫) ভাৰতৰ চতুৰ্দশ লোকসভাৰ এজন সাংসদ আছিল। তেওঁ গুৱাহাটী অসমৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে। চলিহা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য।
ইয়াৰ আগেয়ে চলিহা একাদশ লোকসভাতো গুৱাহাটী লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিৰিপ চলিহা” প্ৰবন্ধৰ সংশোধন ৪৩৪৩১৯ (৩০ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।