অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

কুণ্ডল শ্বাহী ভাষা

কুণ্ডল শ্বাহী (, Kunḍal Šāhī) এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি পাকিস্তান অধীকৃত কাশ্মীৰৰ নীলম উপত্যকাৰ কুণ্ডল শ্বাহী গাঁৱৰ প্ৰায় ৭০০ লোকে ব্যৱহাৰ কৰে। ই এটি বিপদাপন্ন ভাষা যাৰ থলুৱা ভাষী লোকে হিন্দকো ভাষা আকোৱালি ল'ব ধৰিছে।

হালনাগাদ: ১ মাৰ্চ ২০২৪ ২৫১ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

কুণ্ডল শ্বাহী (, Kunḍal Šāhī) এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি পাকিস্তান অধীকৃত কাশ্মীৰৰ নীলম উপত্যকাৰ কুণ্ডল শ্বাহী গাঁৱৰ প্ৰায় ৭০০ লোকে ব্যৱহাৰ কৰে।১ ই এটি বিপদাপন্ন ভাষা যাৰ থলুৱা ভাষী লোকে হিন্দকো ভাষা আকোৱালি ল'ব ধৰিছে।২

ধ্বনিতত্ত্ব

তলত কুণ্ডল শ্বাহী ভাষাৰ ধ্বনিসমূহৰ সবিশেষ প্ৰদান কৰা হৈছে।৩

স্বৰধ্বনি

দাৰ্দিক ভাষাসমূহৰ মাজত কুণ্ডল শ্বাহী ভাষাৰ এক স্বকীয় বৈশিষ্ট্য হ'ল যে এই ভাষাত ফ্ৰণ্ট ৰাউণ্ডেড স্বৰধ্বনি শুনা যায়।৪

FrontCentralBack
unroundedroundedunroundedrounded
Close
Close-Mid
Open-Mid
Open

ব্যঞ্জনধ্বনি

কাশ্মীৰী ভাষাৰ দৰেই কুণ্ডল শ্বাহীও আন দাৰ্দিক ভাষাসমূহৰ মাজত আচহুৱা কাৰণ এই ভাষাত কোনো মূৰ্ধন্য ফ্ৰিকেটিভ আৰু এফ্ৰিকেট নাই।৫

LabialAlveolarRetroflexPalatalVelarGlottal
Nasal
Plosive/ Affricatevoiceless
aspirated
voiced
Fricativevoiceless
voiced
Lateral
Flap
Approximant

সুৰ

আন কেইবাটাও দাৰ্দিক ভাষাৰ দৰেই কুণ্ডল শ্বাহী ভাষাৰো নাইবা এটি ফোনেমিক সুৰ আছে নহ'লে এটি ধ্বনি নিক্ষেপণ (pitch) স্বৰভংগি আছে।৬ শব্দসমূহৰ কেৱল এটাহে স্বৰভংগিসম্বন্ধীয় "ম'ৰা" (mora) থাকিব পাৰে, যি উচ্চ স্বৰ সূচায়; আন ম'ৰাৰ নিম্ন বা সাধাৰণ স্বৰ থাকে।৭

বিপদাপন্ন

কুণ্ডল শ্বাহী ভাষাৰ থলুৱা ভাষীৰ সংখ্যা ৫০০তকৈও কম, যাৰ গড়িষ্ঠসংখ্যকেই বয়সত ৪০ৰ ঊৰ্ধৰ। সেয়ে ই এক অতিকৈ লুপ্তপ্ৰায় ভাষা।৮

গ্ৰন্থ তালিকা

আৰু পঢ়ক

  • Rehman, Khawaja A. (2011). Himalayan languages and linguistics: studies in phonology, semantics, morphology and syntax. Brill's Tibetan studies library, Languages of the greater Himalayan region. Brill. পৃ. 219–234. ISBN 978-90-04-19448-9
  • Rehman, Khawaja A. (2011). Language Shift In the Neelam Valley: A Case Study of the Kundal Shahi Language

বাহ্যিক সংসোগ

তথ্যসূত্ৰ

  1. ↑ Kundal Shahi. Ethnologue
  2. ↑ A. Rehman, Khawaja; L. G. Baart, Joan. (2005). A First Look at the Language of Kundal Shahi in Azad Kashmir. SIL International
  3. ↑ Baart Rehman 2005, পৃ. 10–13
  4. ↑ Baart Rehman 2005
  5. ↑ Baart Rehman 2005
  6. ↑ Baart 2003, পৃ. 3, 6
  7. ↑ Baart Rehman 2005
  8. ↑ (28 January 2013). A first look at the language of Kundal Shahi in Azad Kashmir

সম্পৰ্কিত শ্ৰেণী

ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুণ্ডল শ্বাহী ভাষা” প্ৰবন্ধৰ সংশোধন ৪০৯০৫৩ (১ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।