কুঁৱৰীটোল (Kuwaritol) হʼল অসমৰ নগাঁও জিলাৰ কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এখন গাঁও আৰু স্থানীয় প্ৰশাসনিক কেন্দ্ৰ। ই কলং নদীৰ পাৰত অৱস্থিত।
অৱস্থান
কুঁৱৰীটোলৰপৰাই ৩৭ নং (ক) ৰাষ্ট্ৰীয় ঘাইপথ আৰম্ভ হয়।১ ই গাঁওখনক ২৩ কিলোমিটাৰ দূৰৈত অৱস্থিত, তেজপুৰ চহৰৰ সৈতে সংযুক্ত কৰে।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Archived copy National Highways start and end points
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুঁৱৰীটোল” প্ৰবন্ধৰ সংশোধন ৬১৬৭৪০ (১১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।