অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অসমৰ সাহিত্যিকসকলৰ তালিকা

অসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকা অসমীয়া ভাষাৰ উল্লেখযোগ্য কবিসকলৰ তালিকা অসমৰ কণ্ঠশিল্পীসকলৰ তালিকা অসমীয়া অভিনেতা অভিনেত্ৰীসকলৰ তালিকা অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা অসমৰ ৰাজ্যপালসকলৰ তালিকা

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ২২ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ
+ অসমৰ প্ৰসিদ্ধ সাহিত্যিকসকল
নামজন্মমৃত্যুআলোকচিত্ৰসাহিত্যৰ বিষয়উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
অজিৎ বৰুৱা১৯ আগষ্ট, ১৯২৬৩ এপ্ৰিল ২০১৫কবিতা, প্ৰবন্ধ, অনুবাদ সাহিত্য, সমালোচকভাৰতীয় ভাষা পৰিষদ বঁটা (১৯৮৮)১ সাহিত্য অকাডেমি বঁটা (১৯৯১) অসম উপত্যকা সাহিত্য বঁটা (১৯‍৯‍৯) নিজৰা কবি শৈলধৰ ৰাজখোৱা স্মৃতি বঁটা (২০০৭)২|
অতুল চন্দ্ৰ হাজৰিকা৯ ছেপ্তেম্বৰ, ১৯০৩৭ জুন, ১৯৮৬কবিতা নাটক শিশু সাহিত্য প্ৰবন্ধ আত্মজীৱনীসাহিত্য অকাডেমি বঁটা৩ পদ্মশ্ৰী (১৯৭১), সাহিত্যচাৰ্য
অতুলানন্দ গোস্বামী১৯৩৫২৭ জুলাই ২০২২চুটিগল্প, প্ৰবন্ধঅম্বিকাগিৰী ৰায়চৌধুৰী বঁটা ‘কথা’ বঁটা ‘কুমাৰ কিশোৰ সোঁৱৰণী বঁটা’ সাহিত্য অকাডেমি বঁটা
অপূৰ্ব শৰ্মা১৯৪৩চুটিগল্প, প্ৰবন্ধসাহিত্য অকাডেমি বঁটা
অৰুণ শৰ্মা১৯৩১Arun Sarma, who will be presented with the Sangeet Natak Akademi Award for Theatre Playwriting.jpgনাটক, উপন্যাসসাহিত্য অকাডেমি বঁটা অসম উপত্যকা সাহিত্য বঁটা সংগীত নাটক একাডেমী বঁটা
অৰূপা পটংগীয়া কলিতা১৯৫৬No free image woman (en).svgকবিতা, চুটিগল্পউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
অনুৰাধা শৰ্মা পূজাৰী১৯৬৪উপন্যাসকুমাৰ কিশোৰ সোঁৱৰণি বঁটা
অম্বিকাগিৰী ৰায়চৌধুৰী১৮৮৫২ জানুৱাৰী, ১৯৬৭কবিতা, উপন্যাসসাহিত্য অকাডেমি বঁটা
আনন্দ চন্দ্ৰ আগৰৱালা১৮৭৪১৯৩৯No free image man (as).pngকবিতা"ভাঙনি কোঁৱৰ" আৰু "বিহগী কবি" উপাধি প্ৰদান
আনন্দ চন্দ্ৰ বৰুৱাসাহিত্যৰ বিষয়সাহিত্য অকাডেমি বঁটা
ইমৰান শ্বাহ১৯৩৩চুটিগল্প. উপন্যাস, প্ৰবন্ধউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
কবীন ফুকন১৯৪৬২৪ মে', ২০১১উপন্যাস, প্ৰবন্ধক্ৰান্তিকাল সাহিত্য সন্মান সাহিত্য অকাডেমি বঁটা
ভূৱন মোহন বৰুৱা (ভুৱন মোহন বৰুৱা)১৯১৪১৯৯৪উপন্যাসউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
কৃষ্ণকান্ত সন্দিকৈ২০ জুলাই, ১৮৯৮৭ জুন, ১৯৮২প্ৰবন্ধপদ্মশ্ৰী পদ্মভূষণ বঁটা সাহিত্য অকাডেমি বঁটা
কেশৱ মহন্ত২০ জানুৱাৰী, ১৯২৬৩০ মাৰ্চ, ২০০৬কবিতা, শিশু সাহিত্য, অনুবাদ সাহিত্যসাহিত্য অকাডেমি বঁটা বিষ্ণু ৰাভা বঁটা ৰঘুনাথ চৌধাৰী বঁটা
কেশদা মহন্তসাহিত্যৰ বিষয়সাহিত্য অকাডেমি বঁটা
চন্দ্ৰকুমাৰ আগৰৱালা১৮ নৱেম্বৰ, ১৮৬৭১৯৩৮কবিতাউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
চন্দ্ৰপ্ৰসাদ শইকীয়া৮ জুলাই, ১৯২৭৮ আগষ্ট, ২০০৬উপন্যাসসাহিত্য অকাডেমি বঁটা
চৈয়দ আব্দুল মালিক১৬ জানুৱাৰী, ১৯১৯১৯ ডিচেম্বৰ, ২০০০উপন্যাস, কবিতা, চুটিগল্প, নাটক, প্ৰবন্ধসাহিত্য অকাডেমি বঁটা
জীৱন নৰহসাহিত্যৰ বিষয়উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
জ্যোতিপ্ৰসাদ আগৰৱালা১৭ জুন, ১৯০৩১৭ জানুৱাৰী, ১৯৫১কবিতা, চুটিগল্প, নাটক, উপন্যাস, প্ৰবন্ধৰূপকোঁৱৰ উপাধিৰে বিভূষিত, শিল্পী দিৱস উদ‍যাপন
টেঙাই মহন১৭১৫ চন১৮৩২ চনঅভিধান প্ৰণেতা
ডিম্বেশ্বৰ নেওগ৭ আগষ্ট, ১৮৯৯১২ নৱেম্বৰ, ১৯৬৬কবিতা, উপন্যাসউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
তীৰ্থনাথ শৰ্মা২৩ অক্টোবৰ, ১৯১১২৩ অক্টোবৰ, ১৯৮৬কবিতা, প্ৰবন্ধ, নাটক, উপন্যাসসাহিত্য অকাডেমি বঁটা
ত্ৰৈলোক্য নাথ গোস্বামী২ মাৰ্চ, ১৯০৬২২ ফেব্ৰুৱাৰী, ১৯৮৮৪প্ৰবন্ধসাহিত্য অকাডেমি বঁটা, সাহিত্য সভা বঁটা, অসম প্ৰকাশন পৰিষদ বঁটা
ত্ৰৈলোক্য ভট্টাচাৰ্য্য১৯৩৮১ ফেব্ৰুৱাৰী, ২০১৩উপন্যাসউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
দীননাথ শৰ্মা৪১৯১৪১৯৮৮চুটিগল্প, প্ৰবন্ধউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
দেবেন্দ্ৰ নাথ আচাৰ্য১৯৩৭২৯ ছেপ্টেম্বৰ, ১৯৮১উপন্যাস,উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
দেৱব্ৰত দাস১৯৫০চুটিগল্প, প্ৰবন্ধউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
ধ্ৰুৱজ্যোতি বৰা১৯৫৫উপন্যাস, প্ৰবন্ধসাহিত্য অকাডেমি বঁটা
নগেন শইকীয়া১১ ফেব্ৰুৱাৰী, ১৯৩৯উপন্যাস, প্ৰবন্ধসাহিত্য অকাডেমি বঁটা
নৱকান্ত বৰুৱা২৯ ডিচেম্বৰ, ১৯২৬১৪ জুলাই, ২০০২কবিতাসাহিত্য অকাডেমি বঁটা
নলিনীবালা দেৱী২৩ মাৰ্চ, ১৮৯৮২৪ ডিচেম্বৰ. ১৯৭৭কবিতা, প্ৰবন্ধসাহিত্য অকাডেমি বঁটা পদ্মশ্ৰী
নলিনীধৰ ভট্টাচাৰ্যউপন্যাস, প্ৰবন্ধসাহিত্য অকাডেমি বঁটা
নিৰ্মলপ্ৰভা বৰদলৈ২০ জুন, ১৯৩৩২০০৪কবিতা, উপন্যাস, প্ৰবন্ধসাহিত্য অকাডেমি বঁটা
নিৰুপমা বৰগোহাঞি১৯৩২কবিতাসাহিত্য অকাডেমি বঁটা
নিৰোদ চৌধুৰী৪১৯৩৫২০০১উপন্যাস,উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
নীলমণি ফুকন (জ্যেষ্ঠ)জুন, ১৮৮০১৯৭৮কবিতা, প্ৰবন্ধ"বাগ্মীবৰ" উপাধিৰে বিভূষিত
নীলমণি ফুকন১০ ছেপ্তেম্বৰ, ১৯৩৩মৃত্যুকবিতাসাহিত্য অকাডেমি বঁটা
নীলিম কুমাৰ১৯৬২কবিতা, উপন্যাস“উদয় ভাৰতী” ৰাষ্ট্ৰীয় কবিতা বঁটা
পদ্মনাথ গোহাঞি বৰুৱা২৪ অক্টোবৰ, ১৮৭১৭ এপ্ৰিল, ১৯৪৬কবিতা, উপন্যাসউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
পূৰবী বৰমুদৈসাহিত্যৰ বিষয়সাহিত্য অকাডেমি বঁটা
বাণীকান্ত কাকতি১৫ নৱেম্বৰ, ১৮৯৪১৫ নৱেম্বৰ, ১৯৫২প্ৰবন্ধউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
বিৰিঞ্চি কুমাৰ বৰুৱা১৬ অক্টোবৰ, ১৯০৮৩০ মাৰ্চ, ১৯৬৪উপন্যাস, চুটিগল্প, প্ৰবন্ধসাহিত্য অকাডেমি বঁটা
বিষ্ণুপ্ৰসাদ ৰাভা৩১ জানুৱাৰী, ১৯০৯২০ জুন, ১৯৬৯উপন্যাস, চুটিগল্প, নাটক, প্ৰবন্ধ"কলাগুৰু" উপাধিৰে বিভূষিত "কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা"ৰ আৰম্ভণি
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য১৪ অক্টোবৰ, ১৯২৪৬ আগষ্ট, ১৯৯৭উপন্যাস, প্ৰবন্ধসাহিত্য অকাডেমি বঁটা
বীৰেন্দ্ৰনাথ দত্ত১ মাৰ্চ, ১৯৩৫২৩ নৱেম্বৰ ২০২৩প্ৰবন্ধ, শিশু সাহিত্যউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
বীৰেশ্বৰ বৰুৱা১ ছেপ্টেম্বৰ, ১৯৩৩২০১০উপন্যাস, কবিতা, প্ৰবন্ধসাহিত্য অকাডেমি বঁটা
বেণুধৰ ৰাজখোৱা১৮৭২১৯৫৫কবিতাসাহিত্য অকাডেমি বঁটা, পদ্মশ্ৰী, সাহিত্যচাৰ্য
বেণুধৰ শৰ্মা১৬ নৱেম্বৰ. ১৮৯৪২৬ ফেব্ৰুৱাৰী. ১৯৮১গল্প, প্ৰবন্ধসাহিত্য অকাডেমি বঁটা
ভৃগুমুনি কাগয়ুং২২ অক্টোবৰ, ১৯৩৪২৭ মাৰ্চ, ২০১১কবিতা, প্ৰবন্ধউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
ভৱানন্দ ডেকা১৯ আগষ্ট, ১৯২৯৪ ডিচেম্বৰ, ২০০৬প্ৰবন্ধ, ভ্ৰমণ-কাহিনীউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
ভবেন বৰুৱাসাহিত্যৰ বিষয়সাহিত্য অকাডেমি বঁটা
ভবেন্দ্ৰ নাথ শইকীয়া২০ ফেব্ৰুৱাৰী, ১৯৩২১৩ আগষ্ট, ২০০৩উপন্যাস, চুটিগল্প, শিশু সাহিত্যসাহিত্য অকাডেমি বঁটা
লক্ষ্মীনাথ ফুকনপ্ৰবন্ধসাহিত্য অকাডেমি বঁটা
লক্ষ্মীনাথ বেজবৰুৱা১৮৬৪১৯৩৮সাধু, উপন্যাস, প্ৰবন্ধ, কবিতা"সাহিত্যৰথী" উপাধি
লক্ষ্মীনন্দন বৰাউপন্যাসসাহিত্য অকাডেমি বঁটা
যতিন মিপুনসাহিত্যৰ বিষয়উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
যোগেশ দাস৪১ এপ্ৰিল, ১৯২৭৯ ছেপ্তেম্বৰ, ১৯৯৯চুটিগল্প, উপন্যাসসাহিত্য অকাডেমি বঁটা অসম উপত্যকা সাহিত্য বঁটা
ৰঘুনাথ চৌধাৰী১৮৭৮১৯৬৭কবিতাউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
ৰজনীকান্ত বৰদলৈ২৪ নৱেম্বৰ, ১৮৬৭২৫ মাৰ্চ, ১৯৪০উপন্যাস, প্ৰবন্ধউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
ৰমা দাশ১০ অক্টোবৰ, ১৯০৯২১ নৱেম্বৰ, ১৯৮১চুটিগল্পউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
ৰংবং তেৰাং১৩ জানুৱাৰী, ১৯৩৭উপন্যাস, প্ৰবন্ধউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
ৰীতা চৌধুৰীসাহিত্যৰ বিষয়সাহিত্য অকাডেমি বঁটা
লক্ষহীৰা দাস২ ফেব্ৰুৱাৰী, ১৯৩৩গল্প, কবিতা, শিশু সাহিত্যউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
লক্ষ্মীধৰ শৰ্মা২০ অক্টোবৰ, ১৮৯৯৩ মে, ১৯৩৪চুটিগল্প, নাটক, প্ৰবন্ধউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
লক্ষ্মীনাথ ফুকন২৯ জানুৱাৰী, ১৮৯৪৩ এপ্ৰিল, ১৯৭৫চুটিগল্প, কবিতা, প্ৰবন্ধউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
লীলা গগৈ২৫ নৱেম্বৰ, ১৯৩০২৩ জুলাই, ১৯৯৪চুটিগল্প, উপন্যাস, প্ৰবন্ধউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
হৰেকৃষ্ণ ডেকাকবিতাসাহিত্য অকাডেমি বঁটা
হিতেশ ডেকা১৯২৪২০০০উপন্যাসউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
হীৰেন গোহাঁই১৯৩৯প্ৰবন্ধসাহিত্য অকাডেমি বঁটা
হীৰেন্দ্ৰ নাথ দত্তসাহিত্যৰ বিষয়সাহিত্য অকাডেমি বঁটা
হেমচন্দ্ৰ গোস্বামী৮ জানুৱাৰী, ১৮৭২২ মে, ১৯২৮কবিতা, প্ৰবন্ধউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
হোমেন বৰগোহাঞি৭ ডিচেম্বৰ, ১৯৩২উপন্যাস, প্ৰবন্ধ, কবিতাসাহিত্য অকাডেমি বঁটা
মহিম বৰা১৯২৪সাহিত্যৰ বিষয়সাহিত্য অকাডেমি বঁটা
মহেশ্বৰ নেওগসাহিত্যৰ বিষয়উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
মহেন্দ্ৰ বৰাসাহিত্যৰ বিষয়উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
মিত্ৰদেৱ মহন্ত৯ জুন, ১৮৯৪২৫,মাৰ্চ, ১৯৮৩প্ৰবন্ধ, কবিতা, নাটকউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
মামণি ৰয়ছম গোস্বামী১৪ নৱেম্বৰ, ১৯৪১২৯ নৱেম্বৰ, ২০১১চুটিগল্প, উপন্যাস, প্ৰবন্ধউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
মেদিনী চৌধুৰী১৯২৭২০০৩উপন্যাস, প্ৰবন্ধউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
সত্যনাথ বৰা১৮৬০১৩ ডিচেম্বৰ, ১৯২৫প্ৰবন্ধউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
সত্যেন্দ্ৰনাথ শৰ্মা১০ ছেপ্তেম্বৰ, ১৯১৭১১ আগষ্ট, ১৯৯৯প্ৰবন্ধউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
সীতানাথ ব্ৰহ্মচৌধুৰীসাহিত্যৰ বিষয়উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
সৌৰভ কুমাৰ চলিহা১৯৩০২৫ জুন, ২০১১সাহিত্যৰ বিষয়সাহিত্য অকাডেমি বঁটা
সূৰ্য্যকুমাৰ ভূঞা২৭ জানুৱাৰী, ১৮৯৪৫ জুলাই, ১৯৬৪সাহিত্যৰ বিষয়উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
স্নেহ দেৱী১৯১৬১৯৯০গল্পসাহিত্য অকাডেমি বঁটা
ৰেৱতী মোহন দত্তচৌধুৰী / ৰেৱতী মোহন দত্তচৌধুৰী১৮ ছেপ্টেম্বৰ, ১৯২৮উপন্যাস, চুটিগল্পসাহিত্য অকাডেমি বঁটা, অসম উপত্যকা সাহিত্য বঁটা
য়েছে দৰজে ঠংচি১৯৫২উপন্যাসসাহিত্য অকাডেমি বঁটা
ৰবীন্দ্ৰ সৰকাৰ৭ আগষ্ট, ১৯৪১কবিতা, প্ৰবন্ধ, নাট্যকাৰসাহিত্য অকাডেমি বঁটা (২০১৩)
সনন্ত তাঁতি৪ নৱেম্বৰ ১৯৫২কবিতাঅসম উপত্যকা সাহিত্য বঁটা (২০১৭) সাহিত্য অকাডেমি বঁটা (২০১৮)
ইছমাইল হোছেইন২২ ফেব্ৰুৱাৰী ১৯৬৫কবি, সমালোচক

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া
  2. ↑ Award to Ajit Baruah
  3. ↑ সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য. সাহিত্য অকাডেমি).
  4. ↑ Authors, উৎস: এনাজৰী, আহৰণ: ০২-১০-২০১২

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিকঅসম সম্পৰ্কীয় তালিকাঅসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ সাহিত্যিকসকলৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৬৩৭০৯০ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।