অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভৃগুমুনি কাগয়ুং

ভৃগুমুনি কাগয়ুং (১৯৩৪-২০১১) এগৰাকী অসমীয়া সাহিত্যিক। তেখেতৰ জন্ম হয় ১৯৩৪ চনত শিৱসাগৰ জিলাৰ দিখৌমুখৰ আলিমুৰ মিচিং গাঁৱত।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৭৯ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ভৃগুমুনি কাগয়ুং (১৯৩৪-২০১১) এগৰাকী অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) সাহিত্যিক। তেখেতৰ জন্ম হয় ১৯৩৪ চনত শিৱসাগৰ জিলাৰ দিখৌমুখৰ আলিমুৰ মিচিং জনগোষ্ঠী গাঁৱত।

কৰ্মৰাজী

কবিতা

  • কবিতা কলি
  • কবিতা কুসুম
  • অনাহুত
  • মন-বননিৰ জুই
  • K:Kang Me'tom (মিচিং)

গদ্য

  • মিচিং কৃষ্টিৰ চমু আভাস
  • আঞ্চলিক ভাষা বনাম আভাস
  • মিচিং লুজান
  • মিচিং জনজীৱন চিন্তা সম্পৰ্কিত সমস্যা, শিক্ষা আৰু ভাষা
  • আবেগিক এক্য সাধনাত শ্ৰীমম্ত শঙ্কৰদেৱৰ প্ৰসংগীকতা

সম্পাদনা

তথ্যসূত্ৰ

  1. ↑ Book:Prominent Mising Personalites of Assam, ed. Nabin Ch. Taye, page-17, 2002

সম্পৰ্কিত শ্ৰেণী

অসমীয়া শিক্ষাবিদঅসমীয়া কবিঅসমীয়া প্ৰবন্ধকাৰমিচিং জনগোষ্ঠীৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভৃগুমুনি কাগয়ুং” প্ৰবন্ধৰ সংশোধন ৬৩৯৬৮৭ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।