অভিধান হৈছে কোনো এটা ভাষাৰ শব্দৰ একত্ৰ সংগ্ৰহ। অভিধান এখনৰ মাজত পদ্ধতি অনুসৰি ভাষাটোৰ মাজত ব্যৱহৃত/অব্যৱহৃত শব্দসমূহক অন্তৰ্ভুক্ত কৰি ৰখা হয়। ইয়াৰ দ্বাৰা ভাষা এটা সঠিক ৰূপত জনাত সহায় হয়।
অসমীয়া ভাষাৰ অভিধান
- হেমকোষ — হেমচন্দ্ৰ বৰুৱা
- চন্দ্ৰকান্ত অভিধান
- আধুনিক অসমীয়া শব্দকোষ
- আধুনিক অসমীয়া অভিধান
- অসমীয়া জাতীয় অভিধান
- শৰাইঘাট অভিধান
অসমীয়া অনলাইন অভিধান
- শব্দ (শব্দ অভিধানৰ লিংক)
- অসমীয়া ডিজিটেল অভিধান (assamesedictionary.org) — ৩৬১,০০০+ শব্দৰ অসমীয়া আৰু ইংৰাজী দ্বিমুখী অনলাইন অভিধান।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অভিধান” প্ৰবন্ধৰ সংশোধন ৬৩৯২৬৯ (২৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।