অসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকা:
সংগীত আৰু চলচ্চিত্ৰ
চলচ্চিত্ৰ নিৰ্মাতা আৰু নিৰ্দেশক
- জ্যোতিপ্ৰসাদ আগৰৱালা
- ভূপেন হাজৰিকা
- নিপ বৰুৱা
- ব্ৰজেন বৰুৱা
- গৌতম বৰা
- পদুম বৰুৱা
- অতুল বৰদলৈ
- ভবেন্দ্ৰ নাথ শইকীয়া
- জাহ্নু বৰুৱা
- শিৱপ্ৰসাদ ঠাকুৰ
- প্ৰফুল্ল বৰা
- মঞ্জু বৰা
- সান্ত্বনা বৰদলৈ
- মুনিন বৰুৱা
সাহিত্য আৰু কাব্য
ৰাজনীতি
- মুখ্যমন্ত্ৰী সকলৰ তালিকা
- ৰাজ্যপালসকলৰ তালিকা
- অসমৰ ৰাজনীতিৰ সৈতে জড়িত ব্যক্তিসকল
আধ্যাত্মিক, দাৰ্শনিক
- মাধৱ কন্দলি
- শ্ৰীমন্ত শঙ্কৰেদৱ
- মাধৱদেৱ১
- দামোদৰ দেৱ১
- অনিৰুদ্ধদেৱ
- হৰিদেৱ
- ভট্টদেৱ (বৈকুণ্ঠ নাথ ভট্টাচাৰ্য)
ইতিহাস
- লাচিত বৰফুকন২।
- মোমাই তামুলী১
- চ্যু-কা-ফা২
- চিলাৰায়১
- চুখ্ৰংফা
- জয়মতী কুঁৱৰী২১
- আজান পীৰ১
- আতন বৰগোঁহাই১
- অনন্ত কন্দলি১
- সতী সাধনী
স্বাধীনতা সংগ্ৰামী
- গোপীনাথ বৰদলৈ
- বিষ্ণুপ্ৰসাদ ৰাভা
- কনকলতা বৰুৱা২
- ভোগেশ্বৰী ফুকননী১
- পিয়লি ফুকন২
- মূলা গাভৰু
- মণিৰাম দেৱান২
- কুশল কোঁৱৰ১
ভাষাবিদ
সমাজ সেৱক
নাট্যকাৰ
- অৰুণ শৰ্মা
- ভবেন্দ্ৰ নাথ শইকীয়া
- মহেন্দ্ৰ বৰঠাকুৰ
- প্ৰফুল্ল বৰা
- ভবেন বৰুৱা
- হাইদৰ আলী
- হেমন্ত দত্ত
প্ৰকৃতিবিদ
চিত্ৰ-ভাস্কৰ্য্য শিল্পী
- শোভা ব্ৰহ্ম
- বেণু মিশ্ৰ
- নীলপৱন বৰুৱা
- ননী বৰপূজাৰী
- অতুল চন্দ্ৰ বৰুৱা
- বীৰেন সিংহ
- গণেশ গোহাঁই
- শান্তনা গোহাঁই
- দাদুল চলিহা
- যতীন হাজৰিকা
- হেলা দাস
- দেবানন্দ উলুপ
- আমিনুল হক
- মুনীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য্য
- কিশোৰ কুমাৰ দাস
- নিখিলেশ্বৰ বৰুৱা
শিক্ষাবিদ
বিজ্ঞান-প্ৰযুক্তি
তথ্যসূত্ৰ
- ↑ Parmita Borah. Eminent Personalities of Assam. creative.sulekha.com
- ↑ Various famous people of Assam. Assam info.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৬২১৭৭৬ (৩০ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।