অসমৰ চলচ্চিত্ৰৰ অভিনেতা অভিনেত্ৰীসকলৰ তালিকা:-
অভিনেতা
| নাম | ইংৰাজী নাম | জন্ম | মৃত্যু | সন্মান | অভিনীত চলচ্চিত্ৰ |
|---|---|---|---|---|---|
| অৰুণ নাথ | Arun Nath | ২৮ মে', ১৯৫২ | |||
| অতুল পাচনী | Atul Pachoni | ২১ জানুৱাৰী, ১৯৬০ | |||
| অংকুৰ বৈশ্য | Ankur Baishya | ||||
| আব্দুল মজিদ | Abdul Mazid | ১৬ নৱেম্বৰ, ১৯৩১ | ২৪ ছেপ্টেম্বৰ, ২০১৭ | ||
| ইন্দ্ৰ বণিয়া | Indra Bania | ২৪ ডিচেম্বৰ, ১৯৪২ | ২৫ মাৰ্চ, ২০১৫ | ||
| কপিল বৰা | Kopil Bora | ||||
| আদিল হুছেইন | Adil Hussain | ৫ অক্টোবৰ, ১৯৬৩ | |||
| প্ৰেম খান | Prem Khan | ||||
| জুবিন গাৰ্গ | Zubeen Garg | ১৮ নৱেম্বৰ, ১৯৭২ | ১৯ ছেপ্টেম্বৰ, ২০২৫ | গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড, ষ্টাৰডাষ্ট এৱাৰ্ড (২০০৭), ফিল্ম ফেয়াৰ এৱাৰ্ড, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (২০০৯) | তুমি মোৰ মাথোঁ মোৰ, দীনবন্ধু , মন যায় (চলচ্চিত্ৰ), গানে কি আনে |
| যতীন বৰা | Jatin Bora | ২৫ এপ্ৰিল, ১৯৭০ | বৰ্তমান | প্ৰাগ চিনে এৱাৰ্ড (২০০৪), নটসূৰ্য ফনী শৰ্মা বঁটা | উত্তৰকাল, বিতং তালিকা ... |
| প্ৰমথেশ চন্দ্ৰ বৰুৱা | Pramathesh Barua | ২৪ অক্টোবৰ, ১৯০৩ | ২৯ নৱেম্বৰ, ১৯৫১ | ||
| প্ৰাঞ্জল শইকীয়া | Pranjal Saikia | ১৬ জানুৱাৰী, ১৯৫২ | |||
| ফণী শৰ্মা | Phani Sarma | ১৯০৯ | ১৯৩১ জুলাই, ১৯৭০ | "নটসূৰ্য্য" উপাধিৰে বিভূষিত, এওঁৰ নামেৰে "নটসূৰ্য ফনী শৰ্মা বঁটা" আৰম্ভণি | জয়মতী, দেৱদাস, ইন্দ্ৰমালতী (চলচ্চিত্ৰ), ছিৰাজ, পিয়লি ফুকন, লাচিত বৰফুকন, ইটো-সিটো বহুতো, মণিৰাম দেৱান |
| ব্ৰজেন বৰা | Brajen Bora | ||||
| ব্ৰজেন বৰুৱা | Brojen Baruah | ২৭ ফেব্ৰুৱাৰী, ১৯২৫ | ২৮ জুন, ১৯৭২ | ||
| বাহাৰুল ইছলাম | Baharul Islam | ১০ অক্টোবৰ, ১৯৬৩ | |||
| বিজয় শংকৰ | Bijoy Sankar | ২৪ মাৰ্চ, ১৯৯৬ | |||
| বিজু ফুকন | Biju Phukan | ১৮ ফেব্ৰুৱাৰী, ১৯৪৭ | ২২ নৱেম্বৰ, ২০১৭ | ডা° বেজবৰুৱা, বিতং তালিকা ... | |
| বিষ্ণু খাৰঘৰীয়া | Bishnu Kharghoria | ১৯৪৬ | |||
| ৰবি শৰ্মা | Ravi Sarma | ১৯ ছেপ্তেম্বৰ, ১৯৭৯ | হিয়া দিয়া নিয়া, নায়ক, বাৰুদ, মা তুমি অনন্যা, ৰণাংগন | ||
| তপন দাস | Tapan Das | ১১ জানুৱাৰী, ১৯৬২ | ৰূপকাৰ বঁটা (২০১২) | ||
| দিগন্ত হাজৰিকা | Diganta Hazarika | ২৩ ছেপ্তেম্বৰ, ১৯৮৪ | |||
| নিপন গোস্বামী | Nipon Goswami | ছেপ্টেম্বৰ, ১৯৪২ | সংগ্ৰাম, বিতং তালিকা ... | ||
| পুলক নাথ | Pulak Nath | ২ অক্টোবৰ, ১৯৯৫ | |||
| হিৰণ্য দাস | Hiranya Das | ||||
| হিৰণ্য ডেকা | Hiranya Deka | ||||
| বিক্ৰম ৰাজখোৱা(বিকি) | Bikram Rajkhowa (Biki) | ৩১ ডিচেম্বৰ, ১৯৭৯ | শ্ৰেষ্ঠ কৌতুক অভিনেতা ২০১৬-১৭; অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা, অসম চৰকাৰ | জোনদা ইমান গুণ্ডা, ধন কুবেৰৰ ধন, জীৱন বাটৰ লগৰী, ঢৌ, জেতুকা পাতৰ দৰে, বৰলাৰ ঘৰ, তোমাৰ খবৰ, বীৰ চিলাৰায়, হিয়া দিবা কাক, প্ৰিয়াৰ প্ৰিয়, নিজানৰ গান, তাণ্ডৱ অৱ পাণ্ডৱ, বাঁহী, ৰতনপুৰ | |
| উৎপল দাস | Utpal Das | ১৪ ডিচেম্বৰ, ১৯৮৬ | |||
| জৰ্জ বেকাৰ | George Baker |
অভিনেত্ৰী
| নাম | ইংৰাজী নাম | জন্ম | মৃত্যু | উল্লেখনীয় বঁটা পুৰস্কাৰ আদি | অভিনীত চলচ্চিত্ৰ |
|---|---|---|---|---|---|
| অনুপমা ভট্টাচাৰ্য | Anupama Bhattacharjyaa | ১৯ আগষ্ট, ১৯২৮ | ৩০ জানুৱাৰী, ২০২২ | ||
| আইদেউ সন্দিকৈ | Aideu Handique | ২৭ জুন, ১৯১৫ | ১৭ ডিচেম্বৰ, ২০০২ | প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী | জয়মতী |
| জুপিতৰা ভূঞা | Jupitora Bhuyan | ১০ অক্টোবৰ, ১৯৮৫ | প্ৰাগ চিনে বঁটাত শীৰ্ষ অভিনেত্ৰী শিতানৰ অধিকাৰী হৈছে | হিয়াৰ দাপোণত তোমাৰে ছবি (১৯৯৭), তোমাৰ খবৰ (২০১১), তুমি যদি কোৱা (২০১৩), অজেয় (২০১৩) | |
| আইমী বৰুৱা | Aimee Baruah | ||||
| ইভা আচাও | Iva Achau | ১০ এপ্ৰিল, ১৯৪০ | ১৪ জুন, ১৯৮৮ | ||
| কৃষ্ণা ফুকন | Krishna Phukan | ||||
| গায়ত্ৰী মহন্ত | Gayatree Mahanta | ১৪ ফেব্ৰুৱাৰী, ১৯৮২ | |||
| গীতাৱলী ৰাজকুমাৰী | Gitawali Rajkumari | ||||
| চেতনা দাস | Chetana Das | ৪ নৱেম্বৰ, ১৯৫৪ | |||
| জ্ঞানদা কাকতি | Gyanada Kakati | ১৯৩২ | ৮ জানুৱাৰী, ২০২৫ | বিষ্ণু ৰাভা বঁটা | পূবেৰুণ (চলচ্চিত্ৰ), পাৰঘাট |
| জুমণি নেওগ | Jumoni Neog | ৩ জুন, ১৯৮৪ | তুমিয়ে মোৰ কল্পনাৰ | ||
| ৰিম্পী দাস | Rimpi Das | ১ অক্টোবৰ, ১৯৮৪ | |||
| জেৰিফা ৱাহিদ | Jerifa Wahid | ||||
| প্ৰস্তুতি পৰাশৰ | Prastuti Parashar | ১৫ ডিচেম্বৰ, ১৯৮১ | |||
| দীপান্বিতা শৰ্মা | Dipannita Sharma | ২ নৱেম্বৰ, ১৯৭৬ | |||
| বৰষা ৰাণী বিষয়া | Barsha Rani Bishaya | ২০ ছেপ্টেম্বৰ, ১৯৮৩ | |||
| বৰ্ণালী পূজাৰী | Barnali Pujari | ||||
| বিদ্যা ৰাও | Bidya Rao | ||||
| মণিকংকণা দত্ত | Monikangana Dutta | ১৩ ছেপ্তেম্বৰ, ১৯৮২ | |||
| মলয়া গোস্বামী | Moloya Goswami | শ্ৰেষ্ঠা অভিনেত্ৰী বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | |||
| মৃদুলা বৰুৱা | Mridula Baruah | ||||
| ৰুণু দেৱী | Runu Devi | ২১ ছেপ্তেম্বৰ,১৯৫৭ | |||
| লুনা লহকৰ | Luna Lahkar | ||||
| নিকুমণি বৰুৱা | Nikumoni Baruah | ২৯ জুলাই, ১৯৬৯ | |||
| নিশিতা গোস্বামী | Nishita Goswami | ১৯ অক্টোবৰ, ১৯৮২ | |||
| সীমা বিশ্বাস | Seema Biswas | ১৪ জানুৱাৰী, ১৯৬৫ | শ্ৰেষ্ঠা অভিনেত্ৰী বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা |
লগতে চাওক
- অসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকা
- অসমীয়া ভাষাৰ উল্লেখযোগ্য কবিসকলৰ তালিকা
- অসমৰ কণ্ঠশিল্পীসকলৰ তালিকা
- অসমৰ সাহিত্যিকসকলৰ তালিকা
- অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা
- অসমৰ ৰাজ্যপালসকলৰ তালিকা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া অভিনেতা অভিনেত্ৰীসকলৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৬৩৭০৯৩ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।