অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বিষ্ণু ৰাভা বঁটা

বিষ্ণু ৰাভা বঁটা (Bishnu Rabha award) অসমীয়া সংস্কৃতিৰ পূজাৰী বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত আগবঢ়োৱা এক সন্মানজনক বঁটা। অসম চৰকাৰ অধীনস্থ সাংস্কৃতিক সঞ্চালকালয়ৰদ্বাৰা অসমৰ বিভিন্ন ঠাইত কেন্দ্ৰীয়ভাৱে আয়োজিত বিষ্ণু ৰাভা দিৱসত এই বঁটা অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা বিশিষ্ট অৱদান আগবঢ়োৱা বৰেণ্য…

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৫৬ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

বিষ্ণু ৰাভা বঁটা (Bishnu Rabha award) অসমীয়া সংস্কৃতিৰ পূজাৰী বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত আগবঢ়োৱা এক সন্মানজনক বঁটা। অসম চৰকাৰ অধীনস্থ সাংস্কৃতিক সঞ্চালকালয়ৰদ্বাৰা অসমৰ বিভিন্ন ঠাইত কেন্দ্ৰীয়ভাৱে আয়োজিত বিষ্ণু ৰাভা দিৱসত এই বঁটা অসমীয়া লোক-সংস্কৃতিলৈ আগবঢ়োৱা বিশিষ্ট অৱদান আগবঢ়োৱা বৰেণ্য ব্যক্তিসকলক প্ৰদান কৰা হয়।১২ এই বঁটাত নগদ ১ লাখ টকা, জাপি, অসমৰ গামোচা, শৰাই আৰু এখন মানপত্ৰ আগবঢ়োৱা হয়।

বিষ্ণুৰাভা বঁটা বিজয়ীসকল

নংবৰ্ষবিজয়ীবঁটা প্ৰদান অনুষ্ঠিত ঠাই
১১৯৮১ৰংবং তেৰাংঅজ্ঞাত
২১৯৮২য়েছে দৰজে ঠংচি৩অজ্ঞাত
৩১৯৮৩অজ্ঞাতঅজ্ঞাত
৪১৯৮৪অজ্ঞাতঅজ্ঞাত
৫১৯৮৫হীৰেন ভট্টাচাৰ্য৪অজ্ঞাত
৬১৯৮৬আব্দুল মজিদ৫ উমাকান্ত শৰ্মাঅজ্ঞাত
৭১৯৮৭অজ্ঞাতঅজ্ঞাত
৮১৯৮৮অজ্ঞাতঅজ্ঞাত
৯১৯৮৯অজ্ঞাতঅজ্ঞাত
১০১৯৯০অজ্ঞাতঅজ্ঞাত
১১১৯৯১অজ্ঞাতঅজ্ঞাত
১২১৯৯২ৰেৱতী মোহন দত্তচৌধুৰী (বঁটা প্ৰত্যখ্যান)৬অজ্ঞাত
১৩১৯৯৩প্ৰদীপ চলিহা গুণদা দাসগোৱালপাৰা
১৪১৯৯৪কৃষ্ণমূৰ্তি হাজৰিকা নিৰ্মল চক্ৰৱৰ্তী বিবেকানন্দ ভট্টাচাৰ্যশিৱসাগৰ
১৫১৯৯৫গিৰিশ চৌধুৰী তফজ্জুল আলি বিবেকানন্দ ভট্টাচাৰ্যগুৱাহাটী
১৬১৯৯৬শোভা ব্ৰহ্ম আব্দুল মজিদ বীনা দাস মান্নাগুৱাহাটী
১৭১৯৯৭মুকুন্দ ভট্টাচাৰ্য, প্ৰতিমা বৰুৱা পাণ্ডে অনুপমা ভট্টাচাৰ্যশিলচৰ
১৮১৯৯৮মোহন লাল মুখাৰ্জী গোপাল দাসগুৱাহাটী
১৯১৯৯৯আদ্য শৰ্মা অজিত সিংহগুৱাহাটী
২০২০০০কেশৱ মহন্ত, মাখন দুৱৰা, প্ৰণৱ বৰুৱাগুৱাহাটী
২১২০০১গকুল পাঠক সৰ্বানন্দ মেদকগুৱাহাটী
২২২০০২মেদিনী মোহন চৌধুৰী জ্ঞানদা কাকতিগুৱাহাটী
২৩২০০৩মোহিনী ৰাভা হেমোৰাম নাথ ৰমেন বৰুৱাযোৰহাট
২৪২০০৪মনোৰঞ্জন লাহাৰী ব্ৰজ ফুকনবৰপেটা
২৫২০০৫নীলপৱন বৰুৱানলবাৰী
২৬২০০৬হেমাঙ্গিনী বৰদলৈ বেণু মিশ্ৰগুৱাহাটী
২৭২০০৭গৌৰী বৰ্মন ইন্দিৰা পি পি বৰাগুৱাহাটী
২৮২০০৮ষড়ানন বৰঠাকুৰ ত্ৰৈলোক্য দত্তগুৱাহাটী
২৯২০০৯ননী বৰপূজাৰী৭ দিপালী দাস ভূঞাগুৱাহাটী
৩০২০১০বীৰেন সিংহ ৰঞ্জনা শৰ্মা বৰদলৈগুৱাহাটী
৩১২০১১দুৰ্লভা মৰাণ শান্তি শংকৰ দাসগুপ্ত৮গুৱাহাটী
৩২২০১২ৰমেন ঘোষ জয়া শইকীয়া দুৱৰাগুৱাহাটী
৩৩২০১৩গৰিমা হাজৰিকা চালেহা আহমেদগুৱাহাটী
৩৪২০১৪নলিনীকান্ত বৰুৱা হেলা দাস আইমনি গগৈগুৱাহাটী
৩৫২০১৫ৰবিৰাম ব্ৰহ্ম কৃষ্ণা দাস নাথগুৱাহাটী
৩৬২০১৬বিপুল দাস গিৰিশ চন্দ্ৰ বৰাগুৱাহাটী
৩৭২০১৭পুলক গগৈ শৈলেন শইকীয়াবৰপেটা৯
৩৮২০১৮জনক ঝংকাৰ নাৰ্জাৰী গুণেশ্বৰ ভূঞাসোণাপুৰ১০
৩৯২০১৯ৰেৱকান্ত মহন্ত কুমাৰী লাইতোনজম ইবেমপিশক দেৱীৰংজুলি তহচিল‌ ময়দান, গোৱালপাৰা১১
৪০২০২০কন্দৰ্প নাথ শৰ্মা, ঝৰ্ণা শইকীয়াশ্ৰীশ্ৰী আউনীআটী শাখাসত্ৰ প্ৰেক্ষাগৃহ, ডিব্ৰুগড়১২
৪১২০২১সোণাৰাম নাথ, দ্ৰোণ ভূঞাক'ৰণাৰ বাবে ৰাজহুৱা অনুষ্ঠান স্থগিত১৩
৪২২০২২শাৰদী শইকীয়া, চন্দ্ৰকমল গগৈচৌকিডিঙ্গী খেলপথাৰ, ডিব্ৰুগড়১৪
৪৩২০২৩অজিত শীল, গোপালকৃষ্ণ গোস্বামীঝগৰাৰপাৰ ষ্টেডিয়াম, ধুবুৰী১৫
৪৪২০২৪ধৰ্মেশ্বৰ নাথ, দুৰ্লভ ভট্টাচাৰ্যদৰং মহাবিদ্যালয় প্ৰেক্ষাগৃহ, তেজপুৰ১৬

তথ্যসূত্ৰ

  1. ↑ Awards | Assam Portal. Assam.org
  2. ↑ অসমৰ খ্যাতিমান ব্যক্তিসকলৰ পৱিত্ৰ স্মৃতিত দিয়া পুৰস্কাৰসমূহ. অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ
  3. ↑ Welcome to Muse India. Museindia.com
  4. ↑ Bipuljyoti Saikia. (2001-03-17). Bipuljyoti Saikia's Homepage: Authors & Poets - Hiren Bhattacharjya. Oocities.org
  5. ↑ Welcome to. Rupaliparda.com
  6. ↑ Bipuljyoti Saikia. Bipuljyoti Saikia's Homepage: Authors & Poets - Sheelabhadra. Bipuljyoti.in
  7. ↑ (1995-08-15). Noni Borpuzari | www.artexdirect.com:Art Gallery. www.artexdirect.com
  8. ↑ TI Trade. (2011-06-21). The Assam Tribune Online. Assamtribune.com
  9. ↑ (2017-06-20). CM Sonowal presents Bishnu Rabha Award to Pulak Gogoi, Sailen Saikia. The News Mill
  10. ↑ Bishnu Rabha award for duo. Telegraph India
  11. ↑ ২০১৯ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা ঘোষণা. অসমীয়া প্ৰতিদিন
  12. ↑ কন্দৰ্প নাথ শৰ্মা, ঝৰ্ণা শইকীয়াক বিষ্ণু ৰাভা বঁটা প্ৰদান. জনমভূমি
  13. ↑ https://epaper.asomiyapratidin.in/edition/1057/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A7%9F%E0%A6%BE-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A4%E0%A6%BF%E0%A6%A6%E0%A6%BF%E0%A6%A8.html
  14. ↑ https://epaper.asomiyapratidin.in/edition/1413/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A7%9F%E0%A6%BE-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A4%E0%A6%BF%E0%A6%A6%E0%A6%BF%E0%A6%A8/page/13.html
  15. ↑ https://epaper.asomiyapratidin.in/edition/1771/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A7%9F%E0%A6%BE-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A4%E0%A6%BF%E0%A6%A6%E0%A6%BF%E0%A6%A8/page/15.html
  16. ↑ https://epaper.asomiyapratidin.in/edition/2130/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A7%9F%E0%A6%BE-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A4%E0%A6%BF%E0%A6%A6%E0%A6%BF%E0%A6%A8/page/18.html

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্য পুৰস্কাৰঅসম সম্পৰ্কীয় তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিষ্ণু ৰাভা বঁটা” প্ৰবন্ধৰ সংশোধন ৬৩৭০৮৫ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।