পদ্মশ্ৰী ভাৰত চৰকাৰে প্ৰদান কৰা চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান। শিল্পকলা, শিক্ষা, বাণিজ্য, সাহিত্য, বিজ্ঞান, ক্ৰীড়া, সমাজ সেৱা আৰু চৰকাৰী ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে ভাৰত চৰকাৰে এই সম্মান প্ৰদান কৰি আহিছে। এই সম্মান সাধাৰণতে ভাৰতীয় নাগৰিকসকলকেই প্ৰদান কৰা হয়।
বঁটাৰ গঠন
ইয়াৰ স্মাৰকটোও পদ্মবিভূষণ আৰু পদ্মভূষণ থকা স্মাৰকটোৰ দৰেই। ইয়াৰ ট্ৰফিটোৰ মাজত সোণৰ বগা পাত চৰোৱা, পাঁচটা পাহিৰ সৈতে এপাহ পদুম ফুলৰ প্ৰতীক খোদিত কৰা হয়। আনটো ফালে ৰাষ্ট্ৰীয় প্ৰতীকটো অংকন কৰা থাকে। পদকটোৰ উপৰ আৰু তলত 'পদ্ম' আৰু 'শ্ৰী' শব্দ দূটা লিপিবদ্ধ কৰা আছে। ওপৰৰ দিশত বিভিন্ন জ্যামিতিক আকাৰৰ ছবিও আছে।
২০২১ বৰ্ষলৈকে ৩২২৫ গৰাকী ব্যক্তিক এই সন্মান দিয়া হৈছে। ২০২২ বৰ্ষত ১০৭ গৰাকী ব্যক্তিয়ে পদ্মশ্ৰী সন্মান লাভ কৰিছে।১ ২৩৪
পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা
- পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা (১৯৫৪–১৯৫৯)
- পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা (১৯৬০–১৯৬৯)
- পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা (১৯৭০–১৯৭৯)
- পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা (১৯৮০–১৯৮৯)
- পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা (১৯৯০–১৯৯৯)
- পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা (২০০০–২০০৯)
- পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা (২০১০–২০১৯)
আৰু চাওক
পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা
বাহ্যিক সংযোগ
- Padma Awards. Ministry of Communications and Information Technology
- Padma Awards Directory (1954-2009). Ministry of Home Affairs
- Padma Awards Directory (2010). Ministry of Home Affairs
তথ্যসূত্ৰ
- ↑ Padma Awards · Interactive Dashboard. www.dashboard-padmaawards.gov.in
- ↑ (26 January 2022). Padma Awards 2022 list Padma Vibhusan, padma bhusan and padma shri. STUDYKARLO.COM
- ↑ Padma Shri Awardees. Ministry of Communications and Information Technology
- ↑ (25 January 2010). This Year's Padma Awards announced. Ministry of Home Affairs
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদ্মশ্ৰী” প্ৰবন্ধৰ সংশোধন ৫৪৯৫৫৪ (১০ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।