অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অসমৰ কণ্ঠশিল্পীসকলৰ তালিকা

অসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকা অসমীয়া ভাষাৰ উল্লেখযোগ্য কবিসকলৰ তালিকা অসমৰ সাহিত্যিকসকলৰ তালিকা অসমীয়া অভিনেতা অভিনেত্ৰীসকলৰ তালিকা অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা অসমৰ ৰাজ্যপালসকলৰ তালিকা Gaana.comত সন্নিবিষ্ট অসমীয়া নেপথ্য গায়ক গায়িকাসকল

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ২৮ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ
+ অসমৰ কণ্ঠশিল্পীসকল
নামজন্মমৃত্যুসংগীতৰ ধৰণউল্লেখনীয় বঁটা পুৰস্কাৰ আদি
বসন্ত ডেকা২৫ জুলাই ১৯৮৭-আধুনিক গীত, বিহুগীত
অংগৰাগ মহন্ত২৪ নৱেম্বৰ-বিহুগীত লোক-সংগীত আধুনিক গীতবিগ অসমীয়া মিউজিক এৱাৰ্ড, ২০১১
অৰ্চনা মহন্ত--আধুনিক গীত-
অজন্তা গোস্বামী--আধুনিক গীত-
অনিন্দিতা পাল--আধুনিক গীত-
অণিমা চৌধুৰী--আধুনিক গীত-
অনিমা চক্ৰৱৰ্তী--বিহুগীত, লোক-সংগীত-
অঞ্জু দেৱী--আধুনিক গীত-
আৰতি মুখাৰ্জী--আধুনিক গীত-
আনন্দিৰাম দাস--বনঘোষা-
কুইন হাজৰিকা--আধুনিক গীত-
খগেন মহন্ত১৭ আগষ্ট, ১৯৪২১২ জুন ২০১৪বিহুগীত আধুনিক গীতৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা সংগীত নাটক একাডেমী বঁটা
চাৰু গোহাঁই১৭ ছেপ্তেম্বৰ, ১৯৫১২২ ফেব্ৰুৱাৰী, ২০১২আধুনিক গীত-
জয়ন্ত হাজৰিকা২০ ছেপ্টেম্বৰ, ১৯৪৩১৫ অক্টোবৰ, ১৯৭৭আধুনিক গীত-
জয় বৰুৱা--আধুনিক গীত-
জিতুল সোণোৱাল--আধুনিক গীত-
জুবিন গাৰ্গ১৮ নৱেম্বৰ, ১৯৭২১৯ ছেপ্টেম্বৰ, ২০২৫বৰগীত, লোক-সংগীত, বিহুগীত, আধুনিক গীত, বনঘোষাফিল্মফেয়াৰ বঁটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ষ্টাৰডাষ্ট এৱাৰ্ড, গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড
জ্যোতিপ্ৰসাদ আগৰৱালা১৭ জুন, ১৯০৩১৭ জানুৱাৰী, ১৯৫১জ্যোতি সংগীত"ৰূপকোঁৱৰ" উপাধি শিল্পী দিৱস
পদ্মনাভ বৰদলৈ--আধুনিক গীত-
প্ৰতিমা বৰুৱা পাণ্ডে৩ অক্টোবৰ, ১৯৩৫২৭ ডিচেম্বৰ, ২০০২গোৱালপাৰীয়া লোকগীতপদ্মশ্ৰী সঙ্গীত নাটক একাডেমী বঁটা
ড° ভূপেন হাজৰিকা৮ ছেপ্তেম্বৰ. ১৯২৬৫ নৱেম্বৰ ২০১১ভূপেন্দ্ৰ সংগীত বৰগীত বিহুগীত লোক-সংগীতঅসম ৰত্ন ৰাষ্ট্ৰপতি পদক পদ্মশ্ৰী সংগীত নাটক একাডেমী বঁটা পদ্মভূষণ বঁটা ...
বৰ্ণালী কলিতা--আধুনিক গীত-
বৈকুণ্ঠ গগৈ--আধুনিক গীত-
বিষ্ণুপ্ৰসাদ ৰাভা৩১ জানুৱাৰী, ১৯০৯২০ জুন,১৯৬৯১বিষ্ণু ৰাভাৰ গীত, আধুনিক গীত-
বিউটি শৰ্মা বৰুৱা--আধুনিক গীত-
বিমল দেৱ মেধি--আধুনিক গীত-
বীৰেন্দ্ৰনাথ দত্ত--আধুনিক গীত-
বীণা ভাগৱতী--আধুনিক গীত-
ময়ূখ হাজৰিকা--আধুনিক গীত-
মনীষা হাজৰিকা-আধুনিক গীত-
তৰালি শৰ্মা--আধুনিক গীত-
তফজ্জুল আলি--আধুনিক গীত-
তাৰিকুদ্দিন আহমেদ৪ নৱেম্বৰ, ১৯২৩২৯ আগষ্ট, ১৯৯০আধুনিক গীত-
দ্বীপেন বৰুৱা২--আধুনিক গীত-
দীপালী বৰঠাকুৰ৩০ জানুৱাৰী, ১৯৪১ --আধুনিক গীতপদ্মশ্ৰী অসম চৰকাৰৰ শিল্পী বঁটা
দেৱজিৎ সাহা১৯৭৬-আধুনিক গীতসাৰেগামাপা চেলেঞ্জ, ২০০৫
ধনদা পাঠক--আধুনিক গীত-
নীলিমা খাতুন--আধুনিক গীত-
লোকেশ্বৰ ডেকা--আধুনিক গীত-
লোকনাথ গোস্বামী--আধুনিক গীত-
দোস্ত হবিবুৰ ৰহমান--পেৰেডী গীত আধুনিক গীত-
ডলী ঘোষ--আধুনিক গীত-
ৰামেশ্বৰ পাঠক১ মাৰ্চ, ১৯৩৮৩ ডিচেম্বৰ, ২০১০লোক-সংগীতসংগীত নাটক একাডেমী বঁটা
ৰুদ্ৰ বৰুৱা২৬ নৱেম্বৰ, ১৯২৬ফেব্ৰুৱাৰী, ১৯৮০বনঘোষা"লুইত কোঁৱৰ" উপাধি প্ৰদান
ৰিদিপ দত্ত--আধুনিক গীত-
ৰুনুমী ঠাকুৰ--আধুনিক গীত-
উপেন কটকী২--আধুনিক গীত-
সমৰ হাজৰিকা--আধুনিক গীত-
সন্ধ্যা মেনন (লেখিকা)--আধুনিক গীত-
পাৰৱীন চুলতানা--আধুনিক গীত-
সংগীতা কাকতি--আধুনিক গীত-
সীমান্ত শেখৰ--আধুনিক গীত-
সুবাসনা দত্ত--আধুনিক গীত-
মুনমী বৰা--আধুনিক গীত-
মধুমতী গোস্বামী--আধুনিক গীত-
শান্তা উজীৰ--আধুনিক গীত-
মুনমুন দাস--তিৱা লোকগীত-
জয়ন্ত নাথ২০ মে' ১৯৬৪-আধুনিক গীত-
শ্ৰী বেদান্ত গোস্বামী২০১৫-বৰগীত গীত-
কুমাৰ ভবেশ--আাধুনিক গীত-
দীপক দাস--অনাতাঁৰ শিল্পী-
নীল আকাশ১৫ নৱেম্বৰ ১৯৯১-আধুনিক গীত-

লগতে চাওক

বাহ্যিক সংযোগ

  • Gaana.comত সন্নিবিষ্ট অসমীয়া নেপথ্য গায়ক গায়িকাসকল

তথ্যসূত্ৰ

  1. ↑ NN Acharya, Glories of Assam, Bina Library, Gauhati
  2. ↑ এনাজৰী ডট কম, Musical Minds, আহৰণ: ২৪-০৯-২০১২

সম্পৰ্কিত শ্ৰেণী

অসম সম্পৰ্কীয় তালিকাঅসমৰ কণ্ঠশিল্পীঅসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ কণ্ঠশিল্পীসকলৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৬৩৭০৯৫ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।