অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

দেৱৱতী

দেৱৱতী (Devavati) গ্ৰামণী নামৰ এগৰাকী গন্ধৰ্বৰ জীয়ৰী আছিল৷ উল্লেখ আছে যে- তেওঁ দেখাত সাক্ষাৎ লক্ষ্মীদেৱীৰ দৰে আছিল৷ তেওঁৰ পতি সুকেশ আছিল ৰাৱণৰ মাকৰ পিতামহ৷ যাক ভগৱান শিৱ আৰু পাৰ্বতীয়ে লালন-পালন কৰিছিল৷ তেওঁৰ পুত্ৰ সুমালী আৰু কেতুমতীৰ কন্যা কৈকেষীৰ ঋষি বিশ্ৰবাৰ সৈতে বিবাহ হয় যাৰ ঔৰসত তিনি পুত্ৰ…

হালনাগাদ: ১০ জুলাই ২০২৬ ৫৭ শব্দ · ১ মিনিট সংগৃহীত ৫০
সংশোধনৰ পৰামৰ্শ

দেৱৱতী (Devavati) গ্ৰামণী নামৰ এগৰাকী গন্ধৰ্বৰ জীয়ৰী আছিল৷১ উল্লেখ আছে যে- তেওঁ দেখাত সাক্ষাৎ লক্ষ্মীদেৱীৰ দৰে আছিল৷১ তেওঁক ৰাক্ষস ৰজা সুকেশে বিবাহ কৰাইছিল৷২ তেওঁৰ পতি সুকেশ আছিল ৰাৱণৰ মাকৰ পিতামহ৷৩ যাক ভগৱান শিৱ আৰু পাৰ্বতীয়ে লালন-পালন কৰিছিল৷৩ দেৱৱতী আৰু সুকেশৰ ঔৰসত তিনি পুত্ৰ সুমালী, মাল্যবান আৰু মালীৰ জন্ম হয়, যিয়ে গন্ধৰ্ব ৰাজকুমাৰী নৰ্মদাৰ তিনিগৰাকী কন্যা যথাক্ৰমে সুমালীয়ে কেতুমতীক, মাল্যবানে সুন্দৰীক আৰু মালীয়ে বসুদাক বিবাহ কৰাইছিল৷৪

তেওঁৰ পুত্ৰ সুমালী আৰু কেতুমতীৰ কন্যা কৈকেষীৰ বিশ্ৰবাৰ সৈতে বিবাহ হয় যাৰ ঔৰসত তিনি পুত্ৰ যথাক্ৰমে ৰাৱণ, কুম্ভকৰ্ণ, বিভীষণ আৰু এগৰাকী কন্যা শূৰ্পনখাৰ জন্ম হয়৷১৩

তথ্যসূত্ৰ

  1. ↑ Mittal, J. P. History Of Ancient India (a New Version): From 7300 Bb To 4250 Bc. Atlantic Publishers & Dist. পৃ. 198. ISBN 978-81-269-0615-4
  2. ↑ ancientvoice.wikidot.com/src-vrm:ram7-5
  3. ↑ চন্দ্ৰ, ড° দীপক শৰ্মা. (২০১৩). ((দশানন ৰাৱণ (গ্ৰন্থ)|দশানন ৰাৱণ)). অসম পাবলিচিং কোম্পানী. পৃ. ৪. ISBN 978-81-86384-43-5
  4. ↑ Ketumati. Manuscrypts.com

সম্পৰ্কিত শ্ৰেণী

ৰামায়ণৰ চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱৱতী” প্ৰবন্ধৰ সংশোধন ৬১৬৫৪০ (১০ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।