অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

দৈনিক অসম

দৈনিক অসম (Dainik Asam) হৈছে অসমৰ এখন পুৰণি অসমীয়া বাতৰি কাকত। কাকতখন প্ৰথম প্ৰকাশ হয় ১৯৬৫ চনৰ ৪ আগষ্টত। স্বৰ্গীয় ৰাধাগোবিন্দ বৰুৱাৰ একান্ত প্ৰচেষ্টাৰ ফলত এই বাতৰি কাকতৰ জন্ম হয়। গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা কাকতখন প্ৰকাশিত হয়। দ্যা আছাম ট্ৰিবিউন পাব্লিচাৰ্ছ হৈছে কাকতখনৰ প্ৰকাশক।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৭১ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

দৈনিক অসম (Dainik Asam) হৈছে অসমৰ এখন পুৰণি অসমীয়া বাতৰি কাকত। কাকতখন প্ৰথম প্ৰকাশ হয় ১৯৬৫ চনৰ ৪ আগষ্টত। স্বৰ্গীয় ৰাধাগোবিন্দ বৰুৱাৰ একান্ত প্ৰচেষ্টাৰ ফলত এই বাতৰি কাকতৰ জন্ম হয়। গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা কাকতখন প্ৰকাশিত হয়।

দ্যা আছাম ট্ৰিবিউনৰ ভৱন
দ্যা আছাম ট্ৰিবিউনৰ ভৱনছবি: Vikramjit Kakati · CC BY-SA 4.0

দ্যা আছাম ট্ৰিবিউন পাব্লিচাৰ্ছ হৈছে কাকতখনৰ প্ৰকাশক। কাকতখনৰ ইণ্টাৰনেট সংস্কৰণো উপলব্ধ।১ এই কাকতখনত ১৪খন পৃষ্ঠা সন্নিবিষ্ট থাকে, য’ত প্ৰত্যেক পৃষ্ঠা অনুসৰি বাতৰিৰ বিভিন্ন প্ৰকাৰবোৰ শ্ৰেণীকৰণ কৰা হয়।

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (1 January 2012). newspaper is published under The Assam Tribune Publishers. Dainik Asam unveils its online edition. Blog Asom

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংবাদ পত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দৈনিক অসম” প্ৰবন্ধৰ সংশোধন ৬৩৭৯৬৩ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।