অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

দেৱনাগৰী খ

খ (ख) (खवर्ण খৱৰ্ণ) দেৱনাগৰী ব্যঞ্জন বৰ্ণমালাৰ দ্বিতীয় আখৰ।

হালনাগাদ: ২৩ নৱেম্বৰ ২০২৪ ২২৫ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

খ (ख) (खवर्ण খৱৰ্ণ) দেৱনাগৰী ব্যঞ্জন বৰ্ণমালাৰ দ্বিতীয় আখৰ।

ব্যৱহাৰ

দেৱনাগৰী খ [kʰə] আৰু কোনো কোনো ক্ষেত্ৰত [kʰ] উচ্চাৰণ কৰা হয়। তলৰ উদাহৰণত खৰ অন্তৰ্নিহিত স্বৰধ্বনিও উচ্চাৰণ কৰা হয়।

  • खण्ड = খণ্ড kʰəɳɖ "ভগ্নাংশ"

खৰ যুক্তাক্ষৰ

  • ख+य = व्याख्या, ख्याल, विख्यात।

গণিতত

আৰ্যভট্টৰ ব্যৱহাৰ

ভাৰতীয় সংখ্যা প্ৰণালীৰ সৃষ্টিৰ পাছতো আৰ্যভট্টে দেৱনাগৰী আখৰসমূহক প্ৰায় গ্ৰীকসকলৰ দৰে সংখ্যা লিখিবলৈ ব্যৱহাৰ কৰিছিল। खৰ ভিন্ন ৰূপৰ মূল্যসমূহ তলত দিয়া হ'ল--

  • ख kʰə = 2 (२)
  • खि kʰɪ = 200 (२००)
  • खु kʰʊ = 20,000 (२० ०००)
  • खृ kʰri = 2,000,000 (२० ०० ०००)
  • खॢ kʰlə = 20 (२०८)
  • खे kʰe = 20 (२०१०)
  • खै kʰɛː = 20 (२०१२)
  • खो kʰoː = 20 (२०१४)
  • खौ kʰɔː = 20 (२०१६)

তথ্য সংগ্ৰহ

  • Kurt Elfering: Die Mathematik des Aryabhata I. Text, Übersetzung aus dem Sanskrit und Kommentar. Wilhelm Fink Verlag, München, 1975, ISBN 3-7705-1326-6
  • Georges Ifrah: The Universal History of Numbers. From Prehistory to the Invention of the Computer. John Wiley & Sons, New York, 2000, ISBN 0-471-39340-1.
  • B. L. van der Waerden: Erwachende Wissenschaft. Ägyptische, babylonische und griechische Mathematik. Birkhäuser-Verlag, Basel Stuttgart, 1966, ISBN 3-7643-0399-9
  • Fleet, J. F. (January 1911). Aryabhata's System of Expressing Numbers. Journal of the Royal Asiatic Society of Great Britain and Ireland. পৃ. 109–126
  • Fleet, J. F. (1911). Aryabhata's System of Expressing Numbers. The Journal of the Royal Asiatic Society of Great Britain and Ireland. Royal Asiatic Society of Great Britain and Ireland. পৃ. 109–126

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱনাগৰী খ” প্ৰবন্ধৰ সংশোধন ৪৪৭৫৭৮ (২৩ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।