অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

দেৱদাস (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

দেৱদাস শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে: দেৱদাস, শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ এখন বঙালী উপন্যাস, প্ৰথমবাৰৰ বাবে ১৯১৭ চনত প্ৰকাশিত আৰু বহুবাৰ চলচ্চিত্ৰ হিচাপে অভিযোজিত। দেৱদাস (১৯২৮ চনৰ চলচ্চিত্ৰ), উপন্যাসখনৰ নিৰ্বাক চলচ্চিত্ৰ অভিযোজন। নৰেশ মিত্ৰৰ দ্বাৰা পৰিচালিত।

হালনাগাদ: ১৬ ফেব্ৰুৱাৰী ২০২৫ ২৩১ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

দেৱদাস শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে:

ব্যক্তি

  • দেৱদাস গান্ধী (১৯০০–১৯৫৭), ভাৰতীয় সাংবাদিক, মোহনদাস কৰমচান্দ গান্ধীৰ পুত্ৰ।
  • দেৱদাস বনজাৰে (১৯৪৭-২০০৫), সৎনামী সকলৰ প্ৰধান নৃত্য পন্থীক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰা এগৰাকী বিশিষ্ট নৰ্তক শিল্পী তথা ছত্তীসগঢ়ৰ প্ৰথম মঞ্চ শিল্পী।
  • দেৱদাস চক্ৰৱৰ্তী (১৯৩৩–২০০৮), বাংলাদেশী শিল্পী।
  • দেৱদাস আপ্তে (জন্ম ১৯৩৪), ভাৰতীয় ৰাজনীতিবিদ।
  • দেৱদাস ছোত্ৰায় (জন্ম ১৯৫৫), ভাৰতীয় লেখক।
  • মুজিবুৰ ৰহমান দেৱদাস, বাংলাদেশৰ কৰ্মী।

লগতে চাওক

  • দেৱ.ডি, ২০০৯ চনত অভয় দেউল, মাহী গিল আৰু কাল্কী কেকলাঁ অভিনীত পৰিচালক অনুৰাগ কাশ্যপৰ উপন্যাসখনৰ ওপৰত আধাৰিত আধুনিকোত্তৰ চলচ্চিত্ৰ অভিযোজন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱদাস (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)” প্ৰবন্ধৰ সংশোধন ৪৭৮২৮৪ (১৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।