দৈনন্দিন বাৰ্তা এখন দৈনিক অসমীয়া বাতৰিকাকত। কাকতখনৰ মুখ্য সম্পাদক নৰেন হাজৰিকা আৰু সম্পাদক শংকৰ গোহাঞি। কাকতখন গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা একেসময়তে প্ৰকাশিত হয়। কাকতখন প্ৰথম প্ৰকাশ হয় ২০১০ চনত। কাকতখনত মুঠ ১২খন পৃষ্ঠা সন্নিবিষ্ট থাকে বিভিন্ন বাতৰি আৰু প্ৰবন্ধ প্ৰকাশ হয়। কাকতখনৰ ইণ্টাৰনেট সংস্কৰণো উপলব্ধ।১২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দৈনন্দিন বাৰ্তা” প্ৰবন্ধৰ সংশোধন ২৩৩৩৯৭ (১ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।